• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

SBI ৰ নতুন পদক্ষেপ: এটিএমত সুৰক্ষিত হ’ব গ্ৰাহকৰ ধন, কিন্তু কিদৰে?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 2, 2020 4:47 pm
SBI-ATM-safety-
584
VIEWS
Share on FacebookShare on Twitter

দেশৰ সৰ্ববৃহৎ বেংকিং প্ৰতিষ্ঠান SBI-এ বেংকটোৰ গ্ৰাহকৰ ধন যাতে দুষ্ট চক্ৰই জালিয়াতিৰে উলিয়াই নিব নোৱাৰে তাৰ বাবে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা।

সাধাৰণতে এটিএমৰ পৰাই দুষ্ট চক্রই জালিয়াতিৰে আনৰ ধন সৰকাই নিয়াৰ ঘটনা বৃদ্ধি পাবলৈ ধৰিছে।

দুষ্ট চক্ৰৰ এনে জালিয়াতি ৰোধ কৰাৰ বাবে SBI-এ ইয়াৰ এটিএম সমূহৰ সৈতে সংযুক্ত কৰিছে এক বিশেষ ফিছাৰ।

এতিয়াৰে পৰা SBI ৰ কোনো গ্ৰাহকে এটিএমত বেলেঞ্চ পৰীক্ষা কৰিলে অথবা মিনি ষ্টেটমেণ্ট উলিয়ালেও লগে লগে সংশ্লিষ্ট গ্ৰাহকৰ মোবাইল ফোনলৈ এই বিষয়ত মেছেজ যাব।

Introducing a new feature for our customers' safety.
Now every time we receive a request for #BalanceEnquiry or #MiniStatement via ATMs, we will alert our customers by sending an SMS so that they can immediately block their #DebitCard if the transaction is not initiated by them. pic.twitter.com/LyhMFkR4Tj

— State Bank of India (@TheOfficialSBI) September 1, 2020

যদি কোনো গ্ৰাহকে বেলেঞ্চ পৰীক্ষা কৰা নাই বা মিনি ষ্টেটমেণ্টো উলিওৱা নাই তেন্তে মোবাইল ফোনত মেছেজ পোৱাৰ পিছতে তেনে গ্ৰাহক সজাগ হ’ব পাৰিব আৰু এই সন্দৰ্ভত বেংক কৰ্তৃপক্ষক অৱগত কৰিলে লগে লগে তেনে গ্ৰাহকৰ ডেবিট কাৰ্ড লেন-দেনৰ অনুপযোগী কৰি দিব পৰা যাব।

সচৰাচৰ দেখা যায় দুষ্ট চক্ৰই জালিয়াতিৰে কোনো একাউণ্টৰ পৰা ধন সৰকাই নিয়াৰ পূৰ্বে সেই একাউণ্টত কিমান ধন আছে সেয়া পৰীক্ষা কৰি চায়।

এতিয়াৰে পৰা কোনো অকৰ্তৃত্বশীল লোকে কোনো গ্ৰাহকৰ একাউণ্টত থকা ধনৰ পৰিমাণ জানিব বিচাৰিলে মেছেজ যাব।

SBI-এ টুইটৰ জৰিয়তে এই বিষয়ে জ্ঞাত কৰাৰ লগতে এটিএম ব্যৱহাৰ সন্দৰ্ভত কেতবোৰ বিশেষ কথাও প্ৰকাশ কৰিছে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd