• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুনৰ বিশ্ব ফুটবলত ক’ৰ’ণাৰ আক্ৰমণ : নেইমাৰ, দি মাৰিয়াসহ অন্য ৩ খেলুৱৈ ক’ৰ’ণাত আক্ৰান্ত!

এন ই নাও নিউজ by এন ই নাও নিউজ
September 3, 2020 8:25 am
0_FBL-EUR-C1-LEIPZIG-PSG
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব ফুটূলত পুনৰ ক’ৰ’ণাই চলাইছে আক্ৰমণ। এইবাৰ কোভিড১৯ত আক্ৰান্ত হৈছে ব্ৰাজিল তথা পিএছজিৰ তাৰকা ফুটবলাৰ নেইমাৰসহ অন্য কেবাজনো খেলুৱৈ।

চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত পৰাজয় বৰণ কৰাৰ পিছতে সতীৰ্থ খেলুৱৈৰ সৈতে স্পেনিছ দ্বীপ ইবিজাত পাৰ্টি কৰিবলৈ গৈছিল জনপ্ৰিয় ফুটবলাৰ গৰাকীয়ে।

Apply Now

উক্ত পাৰ্টিৰ পৰাই বিশ্বৰ অন্যতম জনপ্ৰিয় ফুটবলাৰ গৰাকী ক’ৰ’ণাত আক্ৰান্ত হোৱা বুলি দাবী কৰিছে ফৰাচী সংবাদ মাধ্যমে।

ফৰাচী সংবাদ মাধ্যমৰ দাবী যে নেইমাৰসহ পিএছজিৰ আৰু কেবাজনো ফুটবলাৰ কোভিড১৯ত আক্ৰান্ত হৈছে।

ইয়াৰ মাজত কেলৰ নাভাছো আছে বুলি দাবী কৰিছে ফৰাচী সংবাদ মাধ্যমে।

ফৰাচী সংবাদ মাধ্যমৰ মতে পিএছজিৰ মেনেজমেণ্টে আশংকা কৰিছে যে কেৱল নেইমাৰেই নহয়, দলৰ আৰু কেইবাজনো খেলুৱৈ এই মাৰাত্মক ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে।

ইতিমধ্যে ক্লাৱৰ ফালৰ পৰা তিনিজন খেলুৱৈ কোভিড১৯ত আক্ৰান্ত হোৱা বুলি প্ৰকাশ কৰা হৈছে যদিও খেলুৱৈসকলৰ নাম প্ৰকাশ কৰাৰ পৰা বিৰত আছে ক্লাৱ কৰ্তৃপক্ষ।

ক্লাৱে আক্ৰান্ত খেলুৱৈসকলৰ নাম প্ৰকাশ নকৰিলেও ফৰাচী সংবাদ পত্ৰ লেকুইপ-এ দাবী কৰিছে নেইমাৰৰ লগতে এঞ্জেল দি মাৰিয়া, লিও পাৰাডেছ, কেলৰ নাভাছ, এণ্ডাৰ হেৰেৰা, মাওৰো ইকাৰ্ডিৰ দৰে তাৰকা খেলুৱৈ কোভিড১৯ত আক্ৰান্ত হৈছে।

সংবাদ পত্ৰখনৰ মতে মেইমাৰ সৈতে এইসকল খেলুৱৈ ইবিজাত পাৰ্টি কৰিবলৈ গৈছিল।

ক্লাৱটোৰ পৰা চ’ছিয়েল মিডিয়াৰ জৰিয়তে এক বিজ্ঞপ্তি প্ৰকাশ কৰা হৈছে, য’ত কোৱা হৈছে যে ক্লাৱৰ তিনিগৰাকী খেলুৱৈৰ শৰীৰত কোভিড১৯ পজিটিভ ধৰা পৰিছে।

ইতিমধ্য আক্ৰান্ত খেলুৱৈকেইজনক কোৱাৰেন্টাইন কৰাৰ লগতে হেলথ প্ৰট’কোল মানি চলা হৈছে বুলি জনোৱা হৈছে ক্লাৱৰ তৰফৰ পৰা।

ক্লাৱ কৰ্তপক্ষই সকলো খেলুৱৈৰে পুনৰ কোভিড টেষ্ট কৰোৱা হ’ব বুলিও ঘোষণা কৰিছে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

কুম্ভ মেলাৰ বাজেটৰ মাত্ৰ ০.১ শতাংশ ধনেৰে ৰক্ষা পৰিলহেঁতেন ১২৫ খন বিদ্যালয়: কুম্ভ মেলালৈ ৩৪ হাজাৰ কোটি, শিক্ষালৈ কিয় নাই?

August 24, 2026 7:39 pm
এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

এতিয়ালৈকে বহুবাৰ সলনি হৈছে ১০ টকীয়া নোটৰ চেহেৰা : জানক এই নোটখনৰ ইতিহাস

August 24, 2026 7:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

পথ দুৰ্ঘটনাত প্ৰাণ গ’ল ১৭ বছৰীয়া পুত্ৰৰ: আনক জীৱন দিবলৈ অংগদানৰ সিদ্ধান্ত শোকস্তব্ধ পিতৃ-মাতৃৰ

August 24, 2026 8:28 pm
আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

আহক আমি সকলোৱে প্ৰণৱ দলেৰ মুক্তিৰ হৈ থিয় দিওঁ

August 24, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd