• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ৰাম মন্দিৰ ভাঙিবলৈ আহিছে বাবৰ বাহিনী’: উদ্ধৱ থাকৰেক উভতি ধৰিলে কংগনা ৰাণাৱতে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 9, 2020 6:05 pm
kanganaranaut-15
569
VIEWS
Share on FacebookShare on Twitter

গণতন্ত্ৰ ক’ত? গণতন্ত্ৰৰ মৃত্যু ঘটিছে।

বাবৰ বাহিনীয়ে এতিয়া ৰাম মন্দিৰ ভাঙিবলৈ আহিছে। শিৱসেনাৰ ভাবুকিকো উপেক্ষা কৰি আজি মুম্বাইত উপস্থিত হোৱা কংগনা ৰাণাৱটে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেক উভতি ধৰি এনেদৰেই মন্তব্য কৰে।

तुमने जो किया अच्छा किया 🙂#DeathOfDemocracy pic.twitter.com/TBZiYytSEw

— Kangana Ranaut (@KanganaTeam) September 9, 2020

আজি মুম্বাইৰ ছত্ৰপতি শিৱাজী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতেই কংগনা সন্মুখীন হয় শিৱ সেনাৰ সমৰ্থকৰ প্ৰতিবাদৰ ।

মহাৰাষ্ট্ৰ চৰকাৰে শেহতীয়াকৈ শিৱসেনাৰ সৈতে সংঘাতত লিপ্ত হোৱা কংগনাৰ মণিকৰ্নিকা ষ্টুডিঅ’ ভাঙি পেলোৱাৰ বাবে আজি পুৱাৰে পৰা বুলডজাৰেৰে অভিযান আৰম্ভ কৰে যদিও বোম্বে উচ্চ ন্যায়ালয়ে কংগনা ৰাণাৱটৰ ষ্টুডিঅ’টো ভঙাৰ ক্ষেত্ৰত স্থগিতাদেশ জাৰি কৰাৰ পিছতে থমকি ৰ’ৱলগীয়া হয় মহাৰাষ্ট্ৰৰ চৰকাৰ।

মহাৰাষ্ট্ৰ চৰকাৰৰ পদক্ষেপক সমালোচনা কৰি  কংগনাই কৈছে যে বাবৰে ৰাম মন্দিৰ ভঙাৰ দৰেই মহাৰাষ্ট্ৰৰ চৰকাৰেও তেওঁৰ মন্দিৰ সদৃশ মণিকৰ্নিকা ষ্টুডিঅ’ ভাঙিবলৈ আহিছিল।

https://twitter.com/KanganaTeam/status/1303634456658366464?ref_src=twsrc%5Egoogle%7Ctwcamp%5Eserp%7Ctwgr%5Etweet

উল্লেখ্য মুম্বাইক পাক অধিকৃত কাশ্মীৰৰ সৈতে তুলনা কৰাৰ পিছতে কংগনাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে শিৱসেনা।

শিৱসেনাই আনকি অভিনেত্ৰী গৰাকীক মুম্বাইত প্ৰৱেশৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰিছিল।

কেৱল সেয়াই নহয়,কংগনাৰ বান্দ্ৰাত থকা ঘৰ আৰু ষ্টুডিঅ’ অবৈধ ভাবে নিৰ্মাণ কৰা বুলি সেয়া ভাঙি পেলাবলৈ পদক্ষেপ গ্ৰহণ কৰা হৈছিল ।

লকডাউনৰ পৰাই মানালীত থকা পৰিয়ালৰ সৈতে দিন কটোৱা কংগনা এইবাৰ মুম্বাইলৈ আহিছে তেওঁৰ সপোনৰ ষ্টুডিঅ’টো ধ্বংসৰ পৰা ৰক্ষা কৰিবলৈ।

Recent News

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

বুলেটপ্ৰুফ কফি ধাৰাবাহিকভাৱে খোৱাটো নিৰাপদ নেকি? জানো আহক

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

জয়ৰ গোন্ধ পাইছে ভাৰতে! ছিৰাজ-আকাশ দীপৰ দুৰ্দান্ত বলিঙেৰে ইংলেণ্ডক নিয়ন্ত্ৰণ গীল বাহিনীৰ

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

চিলাপথাৰৰ সাংবাদিক মাধুৰ্য শইকীয়াক আক্ৰমণৰ গুৱাহাটী প্ৰেছ ক্লাৱৰ গৰিহণা

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd