• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লালু প্ৰসাদ যাদৱৰ সৈতে ৩২বছৰ একেলগে থকাৰ পাছত আৰ জে ডি এৰিলে ৰঘুবংশ প্ৰসাদ সিঙে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 10, 2020 5:31 pm
Raghuvansh-Prasad-Singh_480x480-350x175

আৰ জে ডি নেতা ৰঘুবংশ প্ৰসাদ সিং।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহাৰ বিধান সভাৰ নিৰ্বাচনৰ পূৰ্বে  ৰাষ্ট্ৰীয় জনতা দল (আৰ জি ডি)ৰ বাবে ঘটিল এক মোক্ষম আঘাত।

আৰ জে ডিৰ প্ৰাক্তন উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰা দলটোৰ জ্যেষ্ঠ নেতা ৰঘুবংশ প্ৰসাদ সিঙে বৃহস্পতিবাৰে দলৰ পৰা পদত্যাগ কৰিছে।

Apply Now

বৰ্তমান এইমছত চিকিৎসাধীন হৈ থকা অৱস্থাতে নেতাগৰাকীয়ে লালু প্ৰসাদ যাদৱলৈ তেওঁৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।

ইয়াৰ পূৰ্বেই নেতাগৰাকীয়ে আৰ জে ডিৰ উপাধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিছিল।

লালু প্ৰসাদ যাদৱলৈ লিখা পত্ৰখনত ৰঘুবংশ প্ৰসাদ সিঙে লিখিছে যে ‘জননেতা কৰ্পূৰী আকুৰৰ পাছত ৩২ বছৰ ধৰি মই আপোনাৰ কা,ত থিয় হৈ থাকিলো যদিও এতিয়া আৰু সম্ভৱ নহয়। পাৰ্ট, নেতা, কাৰ্যকৰ্তা তথা সাধাৰণ জনতাই বহুত মৰম দিলে, কিন্তু মোক ক্ষমা কৰিব।‘’

উল্লেখ্য যে লালু প্ৰসাদ যাদৱ অসুস্থ হোৱাৰ পাছত দলত তেজস্বী যাদৱ আৰু তেজ প্ৰসাদ যাদৱৰ কমাণ্ড আৰম্ভ হোৱাৰ পাছৰে পৰা ৰঘুবংশ প্ৰসাদ সিং এলাগী হৈ পৰিছিল।

আনকি কেইবাবাৰো তেওঁ তেওঁৰ অসন্তুষ্টি প্ৰকাশো কৰিছিল। কিন্তু লোক জনশক্তি পাৰ্টিৰ প্ৰাক্তন সাংসদ ৰামা সিঙক তেজস্বী আৰু তেজ প্ৰসাদে আৰ জে ডিত অনাৰ চেষ্টা চলোৱাৰ সময়তে ৰঘুবংশ প্ৰসাদে মুকলিকৈ ক্ষোভ প্ৰকাশ কৰিছিল।

ইয়াৰ পাছত তেজস্বী যাদৱে দলটোৰ জ্যেষ্ঠ নেতাগৰাকীৰ বিৰুদ্ধে কিছু আক্ৰমণাত্মক মন্তব্য কৰাও দেখা গৈছিল।

আৰ জে ডিৰ উত্থানৰ বাবে যিসকল নেতাৰ বিশেষ বৰঙণি আছে তেওঁলোকৰ ভিতৰত ৰঘুবংশ প্ৰসাদ সিঙো অন্যতম।

যি কি নহওক, দলত নিজৰ অস্তিত্বৰ প্ৰতি ভাবুকি অহাৰ পৰিস্থিতি লক্ষ্য কৰিয়েই অৱশেষত ৰঘুবংশ প্ৰসাদ সিঙৰ দৰে নেতাগৰাকীয়ে পদত্যাগৰ সিদ্ধান্ত লোৱা বুলি অনুমান কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

October 18, 2026 12:33 pm
পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

October 18, 2026 11:30 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

October 18, 2026 10:40 am
মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

মুখ চেপি ধৰি গাৰ ওপৰত উঠিলেই ধৰ্ষণৰ চেষ্টা প্ৰমাণ নহয় : পাটনা উচ্চ ন্যায়ালয়

October 18, 2026 9:55 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ : দুই অভিযুক্তৰ জামিনক উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব ৰাতুল বৰাই

October 18, 2026 12:33 pm
পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

পূজাৰ মাজতে ৩০০ হেক্টৰতকৈ অধিক বনভূমি বেদখলমুক্ত; ক্ষতিগ্ৰস্ত ৫০০ৰো অধিক পৰিয়াল

October 18, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd