• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘অখিল গগৈৰ যদি বেমাৰেই নাছিল GMCH ত কিয় ভৰ্তি কৰোৱা হৈছিল? ’ হিমন্তক উভতি ধৰিলে KMSS- এ

‘সকলোৱে জানে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগতে অখিল গগৈক কাৰাগাৰত ভৰাই থোৱা হৈছে’— ভাস্ক’ডি শইকীয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 11, 2020 7:18 pm
AKHIL VS HIMANTA
342
VIEWS
Share on FacebookShare on Twitter

কালি অখিল গগৈয়ে স্ব-ইচ্ছাৰে GMCH ত থাকিব বিচাৰিছে তথা অখিল গগৈৰ একোৱেই বেমাৰ নাই বুলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ পাছত আজি তেওঁক উভতি ধৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

গুৱাহাটীৰ গান্ধীবস্তিস্থিত KMSS ৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত এক সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ সভাপতি ভাস্ক’ ডি শইকীয়াই স্বাস্থ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰে।

তেওঁ সংবাদমেলত এইদৰে প্ৰশ্ন কৰে—‘অখিল গগৈৰ যদি একো বেমাৰেই নাছিল তেতিয়াহ’লে তেওঁক কিয় GMCH ত ভৰ্তি কৰোৱা হৈছিল?

অখিল গগৈৰ কৰ’ণা পৰীক্ষাৰ ফলাফল নিগেটিভ আহিলেও এতিয়াও তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠা নাই বুলি উল্লেখ কৰি শইকীয়াই কয় ‘তেওঁ আঠুৰ বিষ, মাংস পেশীৰ বিষ, শাৰীৰিক দুৰ্বলতা আৰু তীব্ৰ বুকুৰ বিষ আদিত আক্ৰান্ত হৈ আছে ।‘

ইপিনে, যোৱা ৮ ছেপ্টেম্বৰৰ দিনা তেওঁৰ আলট্ৰাছাউণ্ড কৰা হৈছিল তথা যোৱা ১০ ছেপ্টেম্বৰত এণ্ড’স্কপি কৰা হৈছিল বুলি সংবাদমেলত তথ্য পাতি দেখুৱাই শইকীয়াই দাবী কৰে।

তাৎপয্যপূৰ্ণভাৱে, মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি শইকীয়াই কয় ‘সকলোৱে জানে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগতে অখিল গগৈক কাৰাগাৰত ভৰাই থোৱা হৈছে। অখিল গগৈৰ বিৰুদ্ধে সকলো প্ৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মন্ত্ৰীগৰাকীয়ে প্ৰচেষ্টা চলাই আছে।‘

উক্ত সংবাদমেলৰ জৰিয়তেই মন্ত্ৰীগৰাকীক এনে নিকৃষ্ট কাম নকৰিবলৈ সকীয়াই দিয়ে।

‘অনথ্যা আপোনাৰ বিৰুদ্ধে আমিও মুখ খুলিবলৈ বাধ্য হ’ম‘ বুলি শইকীয়াই হুংকাৰ দি কয়।

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd