• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অৰুণাচল

অৱশেষত ঘৰ আহি পালেহি চীনৰ সেনাই অপহৰণ কৰা অৰুণাচলৰ পাঁচ যুৱক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 12, 2020 3:40 pm
aru
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুদীৰ্ঘ ১১ দিনৰ অন্তত ঘৰ আহি পালেহি চীনৰ সেনাই সীমান্তৰ পৰা অপহৰণ কৰি নিয়া পাঁচ ভাৰতীয় যুৱক।

শনিবাৰে কাহিলিপুৱাতে যুৱক কেইজনে অৰুণাচলৰ নিজ গাঁওত আহি উপস্থিত হয়।

Apply Now

তেজপুৰস্থিত ভাৰতীয় সেনাৰ বেছ কাৰ্যালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়া কৰ্ণেল হৰ্ষবৰ্ধন পাণ্ডেই প্ৰকাশ কৰা মতে আজি পুৱাৰ ভাগত চীনৰ সেনাই অপহৃত যুৱক কেইজনক পূব অৰুণাচলৰ কিবিথুৰ অঞ্চলৰ নিকটৱৰ্তী দামাই অঞ্চলত মুকলি কৰি দিয়ে।

All the 5 Indian youths from Arunachal Pradesh who were received at Kibithu by our Army from PLA are fit and fine. However, they will be quarantined for a specified period.
I also thank Raksha Mantri @rajnathsingh ji for the concern he had shown. https://t.co/Wpg3pCkObz pic.twitter.com/1IpApYkxZz

— Kiren Rijiju (@KirenRijiju) September 12, 2020

ইয়াৰ পিছতে যুৱক কেইজনে সুকলমে নিজৰ ঘৰত উপস্থিত হয় বুলি সেনাৰ বিষয়াগৰাকীয়ে প্ৰকাশ কৰিছে। উল্লেখ্য কালি

কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে শুকুৰবাৰে সদৰী কৰিছিল যে অৰুণাচল প্ৰদেশৰ পাঁচ সন্ধানহীন যুৱকক চীনা পি এল এই শনিবাৰে ভাৰতীয় সৈন্যক গতাব।

অৰুণাচল ৱেষ্ট লোক সভা সমষ্টিৰ সাংসদ, কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে টুইটাৰত এই কথা প্ৰকাশ কৰিছিল।

“অৰুণাচল প্ৰদেশৰ যুৱককেইজনক ভাৰতক  গতাব বুলি চীনা পি এল এই ভাৰতীয় সেনাক নিশ্চিত কৰিছে,” ৰিজিজুৱে কৈছিল।

তেওঁ লগতে জনাইছিল যে ১২ ছেপ্তেম্বৰৰ যিকোনো সময়ত যুৱককেইজনক ভাৰতক গতোৱা হ’ব।

যুৱক পাঁচজন অৰুণাচল প্ৰদেশৰ আপাৰ সোঁৱণশিৰি জিলাৰ ভাৰত-চীন সীমান্তৰ পৰা যোৱা ২ ছেপ্তেম্বৰত সন্ধানহীন হৈছিল।

সন্ধানহীন যুৱককেইজনক তচ চিংকাম, দংতু এবিয়া, গাৰু দিৰি, প্ৰসাত ৰিংলিং আৰু তানু বেকাৰ বুলি চিনাক্ত কৰা হৈছে।

অভিযোগমতে, চিকাৰলৈ যোৱা যুৱককেইজনক মেকমেহন লাইনৰ কাষৰ নাচ’ৰ চেৰা-৭ এলেকাৰ পৰা চীনা সৈন্যই অপহৰণ কৰিছিল।

ঘটনাস্থলীৰ পৰা পলাই অহা আন দুই যুৱকে এই কথা সদৰী কৰিছিল।

ঘটনাটোৰ পিছতে ভাৰতীয় সেনাই চীনা সৈন্যলৈ হটলাইন মেছেজ প্ৰেৰণ কৰিছিল। যুৱককেইজনক তেওঁলোকৰ ফালে পোৱা বুলি যোৱা ৮ ছেপ্তেম্বৰত চীনা সৈন্যই নিশ্চিত কৰিছিল।

ইয়াৰ পূৰ্বেও আপাৰ সোৱণশিৰি জিলাৰ এছাপিলা ছেক্তৰৰ পৰা চীনা সৈন্যই তগলে চিংকাম নামৰ ২১ বছৰীয়া যুৱক এজনক যোৱা মাৰ্চত অপহৰণ কৰিছিল।

১৯ দিনৰ পিছত তেওঁক মুকলি কৰি দিয়া হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতেই দাবীসমূহ মানি ল’লে চৰকাৰে, প্ৰতিবাদ সামৰিলে চিজেপিয়ে

July 25, 2026 5:55 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ: অসমৰ প্ৰতি থকা অৱদানক লৈ কৃতজ্ঞতা জ্ঞাপন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

July 25, 2026 5:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শৈশৱৰ হেৰাই যোৱা অৱকাশ

শৈশৱৰ হেৰাই যোৱা অৱকাশ

July 25, 2026 6:52 pm
যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

যন্তৰ-মন্তৰত ছাত্ৰৰ হুংকাৰ: এমুঠিমান ধনকুবেৰৰ চৰকাৰে শুনিবনে জনতাৰ মাত?

July 25, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd