• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত, নেপালৰ পিছত এইবাৰ ভূটানৰ ভূমিত লোলুপ দৃষ্টি ড্ৰেগনৰ

খেদি পঠিয়াইছে ৰাজা-ৰাণী হ্ৰদৰ পাৰত বাস কৰা ভূটীয়া লোকক

এন ই নাও নিউজ by এন ই নাও নিউজ
September 13, 2020 1:38 pm
bhut
379
VIEWS
Share on FacebookShare on Twitter

আগ্ৰাসনবাদী চীনে ভাৰত তথা নেপালৰ বৃহৎ ভূখণ্ড অবৈধ ভাবে দখল কৰাৰ পিছত এইবাৰ লোলুপ দৃষ্টি নিক্ষেপ কৰিছে ভূটানৰ পিনে।

ড্ৰেগন বাহিনীয়ে ইতিমধ্যে ভূটানৰ পশ্চিম আৰু মধ্য অঞ্চলৰ বিশাল এলাকাত নিজৰ দখল সাৱস্ত্য কৰিছে।

ফলত চিন্তিত হৈ পৰিছেভূটানৰ চৰকাৰ।

থিম্ফুত ভূটানৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে পশ্চিম ভূটানৰ চুম্বী ভেলীত চীনৰ সেনাই প্ৰৱেশ কৰি সেই অঞ্চলত পথ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে।

এইক্ষেত্ৰত ভূটানৰ ৰয়েল আৰ্মীয়ে চীনৰ সেনাক বাধা প্ৰদান কৰিছে যদিও চীনৰ সেনাই সেই বাধাক মুঠেও গুৰুত্ব দিয়া নাই বুলি ভূটান চৰকাৰৰ সূত্ৰটোৱে জানিবলৈ দিছে।

সূত্ৰটোৰ মতে ভূটানৰ মধ্য অঞ্চলত থকা ৰাজা-ৰাণী হ্ৰদৰ কাষত বাস কৰা ভূটানৰ স্থানীয় লোকসকলক চীনৰ ড্ৰেগন বাহিনীয়ে নানান ভয়-ভাবুকিৰে সেই ঠাইৰ পৰা খেদি পঠিয়াইছে আৰু তাত সেনাৰ শিবিৰ স্থাপন কৰিছে।

উল্লেখ্য লাডাখ সংকটকলৈ ভাৰত আৰু ভূটানৰ মাজত যুদ্ধ লাগিলে চীনৰ সেনাই ভূটানত মাটি দখল কৰি স্থাপন কৰা শিবিৰৰ পৰা ভাৰতক আক্ৰমণ কৰিব পাৰিব।

২০১৭ চনতো চীনৰ সেনাই ভূটানৰ অন্তৰ্গত ডোকলাম অঞ্চলক নিজৰ বুলি দাবী কৰাৰ ফলত ভাৰত আৰু ভূটানৰ সৈতে চীনৰ ৭৩ দিন ধৰি অচলাৱস্থা অব্যাহত আছিল।

পিছত যেনিবা ভাৰতৰ হস্তক্ষেপত চীনে ডোকলামত কৰা দখল এৰি দিবলৈ বাধ্য হৈছিল।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd