• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গাঁৱলৈ পানী যোগানৰ বাবে গয়াৰ এগৰাকী লোকে অকলে নিৰ্মাণ কৰিলে ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ নলা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 13, 2020 4:34 pm
উৎস-এ এন আই(টুইটাৰ)

উৎস-এ এন আই(টুইটাৰ)

278
VIEWS
Share on FacebookShare on Twitter

গয়াৰ লাথুৱা অঞ্চলৰ কোথিলাৱা গাঁৱৰ পথাৰত পানী যোগানৰ বাবে এগৰাকী লোকে সম্পুৰ্ণ একক প্ৰচেষ্টাৰে ৩০ বছৰৰ অন্তত ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এক প্ৰকাণ্ড নলা নিৰ্মাণ কৰি উলিওৱা বাতৰিয়ে এতিয়া চৰ্চা লাভ কৰিছে।

লুৱাংগি ভূঞা নামৰ এগৰাকী বৃদ্ধ লোকে ৩০ বছৰ পৰিশ্ৰমৰ অন্তত নলাটো নিৰ্মাণ কৰি উলিয়াবলৈ সক্ষম হয় যিটো নলাৰে ওচৰৰ গাঁৱৰ পৰা বৰষুণৰ পানী তেওঁলোকৰ গাঁৱৰ পথাৰলৈ অহা সম্ভৱ কৰি তুলিছে।

‘’এই নলাটো নিৰ্মাণ কৰি উলিওৱাৰ বাবে মোক সম্পুৰ্ণ ৩০ বছৰ লাগিছে,’’ সংবাদমাধ্যমৰ আগত এইদৰে ভূঞাই কয়।

‘’বিগত ৩০ বছৰ ধৰি মই ওচৰৰ জংঘললৈ গৈ মোৰ পোহনীয়া জন্তু সমূহ চৰিবৰ বাবে এৰাল দিও আৰু মই নলা খন্দা কামত লাগো,’’ ভূঞাই লগতে কয়।

উৎস-এ এন আই(টুইটাৰ)

আনহাতে, এই কামৰ সময়ত তেওঁক কোনো লোকে সংগ দিয়া নাছিল বুলি ভূঞাই উল্লেখ কৰি কয় যে, গাঁৱৰ বহুলোকে জীৱিকাৰ বাবে চহৰলৈ গুচি গৈছিল কিন্তু তেওঁ গাঁৱত থাকিয়ে এই কাম কৰি গৈছিল।

গয়া জিলা মুখ্য কাৰ্য্যালয়ৰ পৰা ৮০ কিলোমিটাৰ দূৰত্বত অৱস্থিত কোথিৱালা গাঁৱখন সম্পুৰ্ণৰূপে ঘন হাবি বননিৰে ভৰা আৰু পাহাৰেৰে আগুৰা।

মাও বিদ্ৰোহী সকলৰ বাসস্থান হিচাপেও এই গাঁৱখন পৰিচিত আছিল।

Recent News

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd