• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাৰ্চৰ পিছত প্ৰথমবাৰৰ বাবে দৰ্শকৰ উপস্থিতিত হ’ব ক্ৰিকেট শৃংখলা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 14, 2020 8:46 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

361
VIEWS
Share on FacebookShare on Twitter

অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মহিলা দলৰ মাজত হ’বলগীয়া আগন্তুক ক্ৰিকেট শৃংখলাটোত দৰ্শকে ষ্টেডিয়ামত গৈ মেচ উপভোগ কৰিব পাৰিব। আজি ক্ৰিকেট অষ্ট্ৰেলিয়াই এই কথা স্পষ্ট কৰে।

ক’ৰ’না মহামাৰীৰ বাবে যোৱা মাৰ্চ মাহৰ পৰা দৰ্শকে ষ্টেডিয়ামত গৈ মেচ উপভোগ কৰিব পৰা নাই।

শেষবাৰৰ বাবে দৰ্শকৰ উপস্থিতিত আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হৈছিল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ টি-২০ বিশ্বকাপৰ ফাইনেলখন।

দৰ্শকৰ উপস্থিতিত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত তিনিখন টি-২০ আৰু এদিনীয়া মেচ অনুষ্ঠিত হ’ব।

সোমবাৰে ক্ৰিকেট অষ্ট্ৰেলিয়াই জানিবলৈ দি কয়, ‍‘ক’ৰ’না মহামাৰীৰ পৰা সুৰক্ষা আৰু সামাজিক দূৰত্ব বজাই ৰখাৰ স্বাৰ্থত সীমিত সংখ্যক টিকটৰহে ব্যৱস্থা কৰা হ’ব’।

টিকটৰ ব্যৱস্থা অনলাইযোগে কৰা হ’ব আৰু ইয়াৰ পিছতে কন্ট্ৰেক্ট ট্ৰেচিঙৰ বাবে দৰ্শকে নিজৰ মোবাইলটো স্বাইপ কৰিব লাগিব।

উল্লেখ্য যে ষ্টেডিয়ামখনক ছয়টা ভাগত ভগোৱা হ’ব আৰু মেচ উপভোগ কৰিবলৈ অহা দৰ্শকসকলে নিজৰ নিজৰ ভাগতে থাকিব লাগিব।

অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ মাজত প্ৰথমখন মেচ ২৬ ছেপ্তেম্বৰত ব্ৰিছবেনৰ দ্যা এলেন ব’ৰ্ডাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব।

Recent News

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

বাণিজ্য যুদ্ধ! আমেৰিকাক শুল্ক আৰোপৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইউৰোপীয় কমিছনৰ

বাণিজ্য যুদ্ধ! আমেৰিকাক শুল্ক আৰোপৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইউৰোপীয় কমিছনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd