• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কুকুৰ নহয়, মালিকে কামুৰি ছিঙি নিলে কৰ্মচাৰীৰ আঙুলি!

এন ই নাও নিউজ by এন ই নাও নিউজ
September 15, 2020 12:29 pm
images

প্ৰতিনিধিত্বমূলক ফটো।

355
VIEWS
Share on FacebookShare on Twitter

কামক লৈ হোৱা কথাৰ বিবাদে এনে পৰিণতি কঢ়িয়াই আনিব বুলি ভাৱিবই পৰা নাছিল দিল্লীৰ ৩৪বছৰীয়া যুৱক মোহিত কুমাৰে।

মালিকৰ সৈতে হোৱা কথা কটাকটিৰ  ফল ভালদৰে ভূগিবলগীয়া হ’ল যুৱকজনে।

কথাৰ বিবাদ চলি থকাৰ মাজতে তেওঁৰ গোটেই আঙুলিটো কামুৰি ছিঙি নিলে ৪০বৰ্ষীয় হেমন্ত সিদ্ধাৰ্থ নামৰ মালিকজনে।

দিল্লী আৰক্ষীৰ ডিচিপি যশমীত সিঙে জানিবলৈ দিয়ে যে দিল্লীৰ এটা ব্যক্তিগত বীমা কোম্পানীৰ অক্ষৰধাম অঞ্চলত থকা কাৰ্যালয়ত কাম কৰে মোহিতে।

সেই কোম্পানীটোৰ মালিক হৈছে হেমন্ত সিদ্ধাৰ্থ। দুয়োজনে এই কাৰ্যালয়ৰ পৰা এটা কামৰ বাবে কৰ’লবাগলৈ যায়।

কামটো শেষ কৰি মোহিতে ঘৰলৈ উভতিব বিচাৰে যদিও তেওঁক আন এটা কামৰ বাবে হেমন্তই আন এখন ঠাইলৈ লৈ যায়।

তাত দুয়োজনে কামক লৈ কথা কটাকটিত লিপ্ত হৈ পৰে ।

মোহিতে অভিযোগ কৰা মতে, হেমন্তই প্ৰথমতে তেওঁক চৰ শোধাবলৈ আৰম্ভ কৰে। তেওঁ নিজকে বচাবলৈ দুয়োখন হাতেৰে মুখখন ঢাকি ধৰিবলৈ চেষ্টা কৰে।

তেতিয়াই তেওঁৰ হাত টানি লৈ হেমন্তই বাওঁ হাতৰ এটা আঙুলি কামুৰি ছিঙি নিয়ে।

আহত মোহিত মাটিত ঢলি পৰে। ছিঙা আঙুলিৰ অংশ পেলাই দি হেমন্ত ঘটনাস্থলীৰ পৰা পলাই যায়।

মোহিতে কোনোমতে পকেটৰ পৰা মোবাইলটো উলিয়াই ১০০ডায়েল কৰে। আৰক্ষী আহি তেওঁক উদ্ধাৰ কৰি এখন স্থানীয় হাস্পাতলত ভৰ্তি কৰে।

মেহিতৰ আঙুলিৰ ছিঙা অংশটো চিকিৎকসকলে জোৰা লগাবলৈ সক্ষম হয়। কিন্তু এতিয়াও কিছু যন্ত্ৰণা ভোগ কৰিব লগা হৈছে মোহিতে।

ইপিনে, মোহিতে হেমন্তৰ বিৰুদ্ধে থানাত অভিযোগ দাখিল কৰিছে। পলাতক হেমন্তক বিচাৰি আৰক্ষীয়ে অভিযান চলাইছে যদিও তেওঁৰ সন্ধান পোৱা নাই।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd