• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিৰ্বাচনী চমক! : কলিয়াবৰত হাতে হাতে ঝাড়ু, বাঢ়নী লৈ বজাৰ পৰিষ্কাৰ বিজেপি কৰ্মীৰ

ৰিদীপ শৰ্মা by ৰিদীপ শৰ্মা
September 15, 2020 5:49 pm
index.jpga
281
VIEWS
Share on FacebookShare on Twitter

কলিয়াবৰত হাতে হাতে ঝাড়ু, বাঢ়নী লৈ বজাৰ পৰিষ্কাৰ বিজেপি কৰ্মীৰ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীৰ পশ্চিম কলিয়াবৰ মণ্ডল সমিতিৰ সভাপতি শশী ভূষণ ৰায়ৰ নেতৃত্বত পশ্চিম কলিয়াবৰৰ অন্তৰ্গত মুঠ আঠটা গাঁও পঞ্চায়তত ‘সেৱা সপ্তাহ’ কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হয়।

ভাৰতীয় জনতা পাৰ্টীৰ পশ্চিম কলিয়াবৰ মণ্ডল সমিতিৰ সভাপতি শশী ভূষণ ৰায়ৰ নেতৃত্বত নিজ বৰভগীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী পবিত্ৰা বৰাই এই কাৰ্যসূচী উন্মোচন কৰে।

এই কাৰ্যসূচীৰ অধীনত পঞ্চায়তৰ বিষয়ববীয়া তথা ভাৰতীয় জনতা পাৰ্টীৰ সদস্য তথা শুভাকাংক্ষীসকলে আজি কলিয়াবৰৰ মিছাৰ দৈনিক তথা দেওবৰীয়া সাপ্তাহিক বজাৰত হাতে হাতে ঝাড়ু, বাঢ়নী লৈ স্বচ্ছ ভাৰতৰ আৰ্হিত সমগ্ৰ বজাৰখন চাফ চিকুণ কৰে।

শুভাৰম্ভণি অনুষ্ঠানতে অনাগত সপ্তাহ জোৰা বিভিন্ন কৰ্মসূচীৰ তালিকা প্ৰস্তুত কৰে বিজেপিৰ কৰ্মীসকলে। ইয়াৰ ভিতৰত বৃক্ষ ৰোপন, ৰক্তদান অনুষ্ঠান, ৰোগীৰ মাজত ফলমূল বিতৰণ অন্যতম।

আনহাতে এই ‘সেৱা সপ্তাহ’ৰ শুভাৰম্ভণি অনুষ্ঠানৰ পাছতে পশ্চিম কলিয়াবৰৰ অন্তৰ্গত ৰহধলা গাঁও পঞ্চায়তৰ সভাপতি ৰামেশ্বৰ বৰাৰ সহযোগত পঞ্চায়তৰ বিষয়ববীয়া তথা ভাৰতীয় জনতা পাৰ্টীৰ সদস্য তথা শুভাকাংক্ষীসকলে ৰহধলা গাঁও পঞ্চায়তৰ অন্তৰ্গত গঢ়গুৰি প্ৰাথমিক বিদ্যালয়ত ‘স্বচ্ছতা অভিযান’ৰ চিন স্বৰূপে বিদ্যালয় পৰিষ্কাৰ কৰে।

লগতে ৰহধলা গাঁও পঞ্চায়তৰ সভাপতি ৰামেশ্বৰ বৰাই ক’ৰ’ণা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজৰ মাজত মাস্ক বিতৰণ কৰে।

এনেদৰেই পশ্চিম কলিয়াবৰ অন্তৰ্গত আঠটা পঞ্চায়তৰ লগতে অন্যান্য ১০ টা পঞ্চায়ততো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অহা ১৭ ছেপ্টেম্বৰত হ’বলগীয়া জন্ম দিৱসটি দেশজুৰি সাত দিনীয়াকৈ ‘সেৱা সপ্তাহ’ কাৰ্যসূচী হিচাপে পালন কৰাৰ ব্যৱস্থা কৰিছে সমগ্ৰ ভাৰতীয় জনতা পাৰ্টীৰ কার্যকৰ্তাই।

Recent News

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

ইংলেণ্ডৰ মাটিত কঁপনি তুলি নতুন টিম ইণ্ডিয়াৰ দপদপনি; এজবাষ্টনত ইতিহাস সলনি কৰি ছিৰিজত সমতা স্থাপন

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

টোপনিৰ অভাৱেও অৱনতি ঘটাই মানসিক স্বাস্থ্যৰ! জানক বিশেষজ্ঞৰ পৰামৰ্শ…

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd