• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জানো আহক আই পি এল ইতিহাসৰ পাঁচগৰাকী সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ নাম

এন ই নাও নিউজ by এন ই নাও নিউজ
September 16, 2020 1:51 pm
ফটো উৎস : ইণ্টাৰনেট

ফটো উৎস : ইণ্টাৰনেট

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১৯ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব আই পি এলৰ ১৩ সংখ্যক ছিজন। ক’ৰ’না ভাইৰাছৰ বাবে এইবাৰ ভাৰতৰ বিপৰীতে য়ু এ ইত অনুষ্ঠিত হ’ব আই পি এল।

প্ৰতিযোগিতাখন বিদেশত অনুষ্ঠিত হ’লেও বৰ্তমান সময়ত সৰ্বাধিক চৰ্চাৰ বিষয় হৈ আছে আই পি এলৰ ইতিহাসত সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেন কেইজনৰ নাম।

Apply Now

আই পি এল ইতিহাসত এতিয়ালৈকে দুগৰাকী ক্ৰিকেটাৰেহে ৫ হাজাৰৰো অধিক ৰান সংগ্ৰহ কৰিছে। কিন্তু ১৩ সংখ্যক ছিজনত এই তালিকাত আৰু তিনিজনৰ নাম সন্নিবিষ্ট হ’ব পাৰে।

আই পি এলত সবাটোকৈ অধিক ৰান সংগ্ৰহকাৰীৰ তালিকাৰ প্ৰথম স্থানত আছে বিৰাট কোহলী। ইফালে দ্বিতীয় স্থানত আছে সুৰেশ ৰাইনা।

সৰ্বাধিক ৰান সংগ্ৰহকাৰী বেটছমেন কেইজনৰ সবিশেষ ক্ৰমান্বয়ে তলত উল্লেখ কৰা হ’ল-

বিৰাট কোহলী : ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ হৈ খেলা কোহলীয়ে এই পৰ্যন্ত ১৭৭ খন মেচৰ ১৬৯টা ইনিংছৰ পৰা ৫৪১২ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ নামত আছে পাঁচটা শতক আৰু ৩৬ টা অৰ্ধশতক।

সুৰেশ ৰাইনা : দ্বিতীয় স্থানত থকা ৰাইনাই ১৯৩ খন মেচত অংশ লৈ ১৮৯টা ইনিংছৰ পৰা ৫৩৯৮ ৰান সংগ্ৰহ কৰিছে। আই পি এলত ৰাইনাই এটা শতক আৰু ৩৮টা অৰ্ধশতক বনাইছে।

ৰোহিত শৰ্মা : মুম্বাই ইণ্ডিয়ানছ দলৰ অধিনায়ক ৰোহিত শৰ্মাই এই পৰ্যন্ত ১৮৮ খন মেচৰ ১৮৩টা ইনিংছত বেটিং কৰি ৪৮৯৮ ৰান সংগ্ৰহ কৰি তালিকাৰ তৃতীয় স্থানত আছে। ৰোহিতে এটা শতক আৰু ৩৬টা অৰ্ধশতক বনাইছে।

ডেভিড ৱাৰ্ণাৰ : ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ খেলা অষ্ট্ৰেলিয়াৰ এইগৰাকী বিস্ফোৰক বেটছমেনে ১২৬ খন মেচৰ ১২৬টা ইনিংছৰ পৰা ৪টা শতক আৰু ৪৪টা অৰ্ধশতকেৰে ৪৭০৬ ৰান সংগ্ৰহ কৰিছে।

শিখৰ ধাৱান : তালিকাৰ পঞ্চম স্থানত থকা ধাৱানে এই পৰ্যন্ত ১৫৯ খন মেচৰ ১৫৮টা ইনিংছ খেলি ৪৫৭৯ ৰান সংগ্ৰহ কৰিছে। তেওঁৰ নামত আছে ৩৭টা অৰ্ধশতক।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

পদমৰ্যাদা বা ক্ষমতা যিয়েই নহওক, কোনো লোকেই আইনৰ ঊৰ্ধ্বত নহয়: গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

October 17, 2026 5:49 pm
পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

পৰীক্ষাগাৰত পোহৰলৈ আহিল ভয়াৱহ তথ্য: প্ৰিয়াগ’ল্ড বিস্কুট নিৰ্মাতা, ড’ডলা ডেইৰী আৰু ইউ ই আই আৰ অৰ্গেনিক ফুডছৰ বিৰুদ্ধে এফ এছ এছ এ আইৰ আইনী ব্যৱস্থা

October 17, 2026 4:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

পুৰণি মানহানিৰ গোচৰত ইউটিউবাৰ ধ্ৰুৱ ৰাঠীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি

October 17, 2026 8:42 pm
জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

জুবিন গাৰ্গৰ ন্যায় বিচাৰি নতুন পদক্ষেপ: অখিল গগৈৰ নেতৃত্বত ২১জনীয়া সমিতি গঠন, ৰাজনীতিকৰণ নকৰিবলৈ গৰিমা শইকীয়া গাৰ্গৰ আহ্বান

October 17, 2026 7:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd