• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মোদী চৰকাৰৰ স্ববিৰোধী স্থিতি : ‘ক্ৰ’ন’লজিটো বুজক’; প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ কৰি আক্ৰমণ ৰাহুল গান্ধীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2020 9:32 am
592253-rahul-modi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চীনে সীমান্তত ভাৰতৰ ভূমি দখলকৈ কেন্দ্ৰীয় চৰকাৰৰ স্ববিৰোধিতাক পুনৰ তীব্ৰ বাক্যবাণেৰে আক্ৰমণ কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ আক্ৰমণ কৰি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইট কৰি লিখিছে, ‘ক্ৰ’ন’লজিটো বুজক’।

Apply Now

উল্লেখ্য যে, চীনে ভাৰতৰ ভূমি দখল কৰাকলৈ কেন্দ্ৰীয় চৰকাৰৰ স্ববিৰোধিতা স্পষ্ট হৈ পৰিছে।

প্ৰধানমন্ত্ৰীয়ে লাডাখলৈ গৈ ক’লে ভাৰতৰ ভূমি কোনেও দখল কৰা নাই। অথচ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বাৰে বাৰে কৈ আছিল যে লাডাখ সীমান্তত চীনে ভাৰতৰ ভূমি দখল কৰিছে।

ৰাহুল গান্ধীয়ে লিখিছে, প্ৰথমে প্ৰধানমন্ত্ৰীয়ে কৈছিল কোনেও সীমান্তত অনুপ্ৰৱেশ কৰা নাই। ইয়াৰ পিছতে ভাৰতে চীনা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা বৃহৎ পৰিমাণৰ ধন ঋণ লৈছিল।

Understand the chronology:

?PM said- no one crossed the border
?Then, took a huge loan from a China-based bank
?Then, Def Min said- China occupied our land
?Now, MOS Home says- there’s no infiltration.

Is Modi Govt with Indian Army or with China?

Modi ji, why so scared?

— Rahul Gandhi (@RahulGandhi) September 16, 2020

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পুনৰ ক’লে চীনা সৈন্যই সীমান্তত আগ্ৰাসন চলাই ভাৰতৰ ভূমি দখল কৰিছে। ইয়াৰ পিছতে ভাৰতত চীনা এপসমূহ নিষিদ্ধ কৰি দিয়া হ’ল।

আকৌ বুধবাৰে গৃহ ৰাজ্যমন্ত্ৰীয়ে কৈছে যে চীনে ভাৰতৰ ভূমি দখল কৰা নাই। ইয়াৰ দ্বাৰাই স্পষ্ট হৈ পৰিছে যে চীনে আগ্ৰাসন চলোৱা সন্দৰ্ভত স্বয়ং কেন্দ্ৰীয় চৰকাৰেই স্ববিৰোধিতাত আক্ৰান্ত হৈছে।

চৰকাৰৰ এই স্থিতিক কটাক্ষ কৰি ৰাহুল গান্ধীয়ে মোদীক প্ৰশ্ন কৰিছে, ‘মোদী চৰকাৰ কাৰ সৈতে আছে, ভাৰতৰ সৈন্যৰ সৈতে নে চীনৰ সৈতে?’

টুইটৰ শেষত ৰাহুল গান্ধীয়ে লিখিছে, ‘মোদীজী, কিয় ইমান ভয় খাইছে?’

উল্লেখ্য যে, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে চীনা সৈন্যই ভাৰতৰ ভূমি দখল কৰিছে বুলি দাবী কৰি থকাৰ সময়তে বিগত জুনত মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাডাখৰ গালৱান উপত্যকাত গৈ ঘোষণা কৰিছিল যে চীনা সৈন্যই ভাৰতীয় ভূমি দখল কৰা নাই।

ইয়াৰ পিছতে কেন্দ্ৰীয় চৰকাৰে চীনা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ৭৫ কোটি মাৰ্কিন ড’লাৰ ঋণ লোৱা বুলি ৰয়টাৰে দাবী কৰিছিল।

সেয়ে ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদীক এইদৰে আক্ৰমণ কৰা বুলি ধাৰণা কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

July 2, 2026 4:10 pm
ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026 3:56 pm
আমেৰিকান ফুটবলাৰে ৰেড কাৰ্ড পোৱাৰ বাবে সমৰ্থকে পালে ১০ কোটি টকাৰ ফ্ৰী পিজ্জা! জানি আচৰিত হ’ব কোম্পানীৰ এই অনন্য সিদ্ধান্তৰ কথা

আমেৰিকান ফুটবলাৰে ৰেড কাৰ্ড পোৱাৰ বাবে সমৰ্থকে পালে ১০ কোটি টকাৰ ফ্ৰী পিজ্জা! জানি আচৰিত হ’ব কোম্পানীৰ এই অনন্য সিদ্ধান্তৰ কথা

July 2, 2026 3:54 pm
ত্ৰিম্বকেশ্বৰৰ অমৃত কুণ্ডৰ তলত উদ্ধাৰ অতি কমেও ২৪০ বছৰ পুৰণি প্ৰাচীন শিৱলিংগ

ত্ৰিম্বকেশ্বৰৰ অমৃত কুণ্ডৰ তলত উদ্ধাৰ অতি কমেও ২৪০ বছৰ পুৰণি প্ৰাচীন শিৱলিংগ

July 2, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

‘যি ক্ষতি হ’ব লগা আছিল হ’ল’, অঞ্জনা ওম কাশ্যপ আৰু খান ছাৰৰ বিবাদ সমাধানৰ বাবে মধ্যস্থতালৈ পঠিয়ালে দিল্লী উচ্চ ন্যায়ালয়ে

July 2, 2026 4:10 pm
ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

ৰাজা ৰঘুবংশী হত্যাকাণ্ড: ‘পলাব পাৰে সোনম, শীঘ্ৰে বাতিল কৰিব লাগে জামিন’, উচ্চতম ন্যায়ালয়ত মেঘালয় চৰকাৰ

July 2, 2026 3:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd