• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিষিদ্ধ আলফাই ঢাকাত বিচাৰিছিল ব্ৰিটেইনৰ সহায়

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2020 10:26 pm
Banned ULFA had sought Britain’s help in Dhaka: Report
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিষিদ্ধ আলফাই প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰথম চৰকাৰৰ শেষ সময়চোৱাত আৰু অপাৰেচন বজৰং আৰম্ভ হোৱাৰ পূৰ্বে ঢাকাত ব্ৰিটিছ কূটনীতিকৰ সহায় বিচাৰিছিল।

ইউ কেৰ সহায় বিচাৰি আলফাৰ তিনি শীৰ্ষ নেতাই ঢাকাত এজন ব্ৰিটিছ কূটনীতিকক সাক্ষাৎ কৰিছিল।

Apply Now

ইউ কেৰ জাতীয় আৰ্কাইভৰ শেহতীয়াকৈ অবৰ্গীকৃত নথিৰ উল্লেখেৰে এই বাতৰি প্ৰকাশিত হৈছে।

১৯৯০ চনৰ ২ অক্তোবৰত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া, প্ৰচাৰ সম্পাদক সিদ্ধাৰ্থ ফুকন আৰু ইকবালে কূটনীতিক ডেভিড অষ্টিনক সাক্ষাৎ কৰিছিল।

অষ্টিনে ৪ অক্তোবৰত লণ্ডনৰ মুখ্য কাৰ্য্যালয়লৈ লিখা এটা টোকাত লিখিছিল যে “আলফাৰ প্ৰেৰণা হৈছে ইজৰাইল”।

“লোক তিনিজনে চাৰিটা পৃথক এলেকাত সহায়/ পৰামৰ্শ বিচাৰিছিল—আলফাৰ কাৰ্য্যকলাপ আৰু লক্ষ্যৰ প্ৰচাৰত ইউকেৰ সহায়; ইউকেত কাৰ্য্যালয় খুলিবলৈ আলফা সমৰ্থ হ’ব নেকি সেই সন্দৰ্ভত পৰামৰ্শ; ঢাকাৰ আন পশ্চিমীয়া কূটনৈতিক মিছনসমূহৰ সৈতে পৰিচয় কৰাই দিয়া; আৰু তেওঁলোকক সহায় কৰিব পৰা ইজৰাইলৰ কৰ্তৃপক্ষৰ সৈতে কেনেকৈ যোগাযোগ কৰিব পাৰি,” অষ্টিনে লিখিছিল।

আলফাৰ প্ৰচাৰৰ প্ৰচেষ্টাক অষ্টিনে নতুন ধৰণৰ বুলিও উল্লেখ কৰিছিল, কিন্তু আলফাৰ শিৱিৰ পৰিদৰ্শন কৰিবলৈ দিয়া নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰিছিল।

অষ্টিনৰ টোকাত আলফাৰ চীনা সংযোগৰ বিষয়েও উল্লেখ আছিল।

নতুন দিল্লীৰ ব্ৰিটিছ হাই কমিছনৰ কূটনীতিক ডি ডি ডব্লিউ মাৰ্টিনে ৫ নৱেম্বৰত ইয়াক নতুন আৰু কৌতূহলদ্দীপক বুলি উল্লেখ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd