DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

নিষিদ্ধ আলফাই ঢাকাত বিচাৰিছিল ব্ৰিটেইনৰ সহায়

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2020 10:26 pm
Banned ULFA had sought Britain’s help in Dhaka: Report
808
VIEWS
Share on FacebookShare on Twitter

নিষিদ্ধ আলফাই প্ৰফুল্ল কুমাৰ মহন্তৰ প্ৰথম চৰকাৰৰ শেষ সময়চোৱাত আৰু অপাৰেচন বজৰং আৰম্ভ হোৱাৰ পূৰ্বে ঢাকাত ব্ৰিটিছ কূটনীতিকৰ সহায় বিচাৰিছিল।

ইউ কেৰ সহায় বিচাৰি আলফাৰ তিনি শীৰ্ষ নেতাই ঢাকাত এজন ব্ৰিটিছ কূটনীতিকক সাক্ষাৎ কৰিছিল।

ইউ কেৰ জাতীয় আৰ্কাইভৰ শেহতীয়াকৈ অবৰ্গীকৃত নথিৰ উল্লেখেৰে এই বাতৰি প্ৰকাশিত হৈছে।

১৯৯০ চনৰ ২ অক্তোবৰত আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়া, প্ৰচাৰ সম্পাদক সিদ্ধাৰ্থ ফুকন আৰু ইকবালে কূটনীতিক ডেভিড অষ্টিনক সাক্ষাৎ কৰিছিল।

অষ্টিনে ৪ অক্তোবৰত লণ্ডনৰ মুখ্য কাৰ্য্যালয়লৈ লিখা এটা টোকাত লিখিছিল যে “আলফাৰ প্ৰেৰণা হৈছে ইজৰাইল”।

“লোক তিনিজনে চাৰিটা পৃথক এলেকাত সহায়/ পৰামৰ্শ বিচাৰিছিল—আলফাৰ কাৰ্য্যকলাপ আৰু লক্ষ্যৰ প্ৰচাৰত ইউকেৰ সহায়; ইউকেত কাৰ্য্যালয় খুলিবলৈ আলফা সমৰ্থ হ’ব নেকি সেই সন্দৰ্ভত পৰামৰ্শ; ঢাকাৰ আন পশ্চিমীয়া কূটনৈতিক মিছনসমূহৰ সৈতে পৰিচয় কৰাই দিয়া; আৰু তেওঁলোকক সহায় কৰিব পৰা ইজৰাইলৰ কৰ্তৃপক্ষৰ সৈতে কেনেকৈ যোগাযোগ কৰিব পাৰি,” অষ্টিনে লিখিছিল।

আলফাৰ প্ৰচাৰৰ প্ৰচেষ্টাক অষ্টিনে নতুন ধৰণৰ বুলিও উল্লেখ কৰিছিল, কিন্তু আলফাৰ শিৱিৰ পৰিদৰ্শন কৰিবলৈ দিয়া নিমন্ত্ৰণ প্ৰত্যাখ্যান কৰিছিল।

অষ্টিনৰ টোকাত আলফাৰ চীনা সংযোগৰ বিষয়েও উল্লেখ আছিল।

নতুন দিল্লীৰ ব্ৰিটিছ হাই কমিছনৰ কূটনীতিক ডি ডি ডব্লিউ মাৰ্টিনে ৫ নৱেম্বৰত ইয়াক নতুন আৰু কৌতূহলদ্দীপক বুলি উল্লেখ কৰিছিল।

Recent News

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd