• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষি বিধেয়কৰ প্ৰতিবাদত মোদী কেবিনেটৰ পৰা পদত্যাগ আকালি নেত্ৰী হৰছিমৰৎ কৌৰ বাদলৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 18, 2020 6:51 am
harsimrat

হৰছিমৰৎ কৌৰ বাদল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত তিনিখন কৃষি বিধেয়য়কৰ প্ৰতিবাদ কৰি মোদী চৰকাৰৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিলে আকালি দলৰ নেত্ৰী হৰছিমৰৎ কৌৰ বাদলে।

বৃহস্পতিবাৰে লোকসভাত আকালি দলৰ সভাপতি সুখবীৰ সিং বাদলে মন্ত্ৰী হৰছিমৰতএ পদত্যাগ কৰিব বুলি ঘোষণা কৰিছিল।

ইয়াৰ কেইঘন্টামানৰ পাছতে সুখবীৰ সিঙৰ পত্নী তথা কেন্দ্ৰী খাদ্য প্ৰস্তুতকৰণ বিভাগৰ মন্ত্ৰী হৰছিমৰৎ কৌৰ বাদলে আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে।

পদত্যাগ পত্ৰত হৰছিমৰৎ কৌৰ বাদলে জানিবলৈ দিয়ে যে কোনো কৃষক বিৰোধী সিদ্ধান্তৰ তেওঁ সাক্ষী হ’ব নোৱাৰে।

আকালি দলৰ সুদীৰ্ঘ ইতিহাস সুঁৱৰি তেওঁ কয় যে তেওঁলোকে সদায় কৃষকসকলৰ স্বাৰ্থত আন্দোলন কৰি আহিছে।

কৃষকসকলৰ বিশ্বাস তেওঁলোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু সেইক্ষেত্ৰত কোনো আপোচ কৰিব পৰা নাযাব।

হৰছিমৰৎ কৌৰ বাদলে তেওঁৰ পদত্যাগ পত্ৰত আশা প্ৰকাশ কৰে যে এন ডি এ চৰকাৰে পঞ্জাৱৰ স্বাৰ্থত কাম কৰি যাব।

মন্ত্ৰীগৰাকীয়ে পাছত টুইটাৰতো তেওঁৰ সিদ্ধান্তৰ কথা প্ৰকাশ কৰে।

হৰছিমৰৎ কৌৰ বাদল মোদী কেবিনেটত আকালি দলৰ একমাত্ৰ প্ৰতিনিধি আছিল। ইয়াৰ ফলত কেবিনেটৰ পৰা আঁতৰি গ’ল বিজেপিৰ আটাইতকৈ পুৰণি মিত্ৰদলটো।

অৱশ্যে, মন্ত্ৰীগৰাকীৰ পদত্যাগৰ ফলত মিত্ৰজোঁটৰ ওপৰত কোনো প্ৰভাৱ নপৰে বুলি দাবী কৰিছে বিজেপিৰ এগৰাকী শীৰ্ষ নেতাই। তেওঁ এই মতভেদ আলোচনাৰ জৰিয়তে আঁতৰ কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

I have resigned from Union Cabinet in protest against anti-farmer ordinances and legislation. Proud to stand with farmers as their daughter & sister.

— Harsimrat Kaur Badal (@HarsimratBadal_) September 17, 2020

কেন্দ্ৰীয় চৰকাৰৰ প্ৰস্তাৱিত কৃষি বিধেয়ক তিনিখন হ’ল  The Farmers’ Produce Trade and Commerce (Promotion and Facilitation) Bill, 2020 The Farmers (Empowerment and Protection) Agreement on Price Assurance and Farm Services Bill, 2020,Essential Commodities (Amendment) Bill.

ইপিনে, প্ৰস্তাৱিত উক্ত তিনিখন কৃষি বিধেয়কৰ সন্দৰ্ভত নিজৰ আপত্তিৰ কথা আকালি দলে বিজেপিৰ হাইকমাণ্ডক বাৰে বাৰে জনাই আহিছিল।

বিজেপিৰ সভাপতি জে পি নাড্ডাই বিধেয়ককেইখনত কৃষকৰ স্বাৰ্থ ক্ষুন্ন নহয় বুলি তেওঁলোকক আশ্বস্ত কৰিব বিচাৰিছিল যদিও আকালি দল সেই আশ্বাসত পতিয়ন নগ’ল।

অৱশেষত মন্ত্ৰী হৰছিমৰৎ কৌৰ বাদলে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

মোদীৰ উত্তৰ-পূৱ ভ্ৰমণৰ তাৎপৰ্য : দলীয় ৰাজনীতিকৰণ? আধাৰশিলাৰে চমক নে অন্য কিবা?

September 15, 2025 9:07 pm
মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ

September 15, 2025 8:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm
৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

৭ অক্টোবৰত নিৰ্ধাৰণ বিহাৰ SIR গোচৰৰ চূড়ান্ত শুনানি! সমগ্ৰ ভাৰততে প্ৰযোজ্য হ’ব উচ্চতম ন্যায়ালয়ৰ এই ৰায়

September 15, 2025 9:35 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd