• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দুৰ্নীতিৰ অভিযোগ: ১৮ বছৰ পুৰণি গোচৰত অস্বস্তিত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ শ্বোৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
September 18, 2020 12:23 pm
Arun-Shourie

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ শ্বোৰী।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তেওঁৰ বিৰুদ্ধে চৰকাৰী হোটেল বিক্ৰীত দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে। ১৮ বছৰ পুৰণি এটা গোচৰত নতুনকৈ অস্বস্তিত পৰিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ শ্বোৰী।

চিবিআইৰ বিশেষ আদালতে আনকি তেওঁৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ ৰুজু কৰাৰ বাবে নিৰ্দেশ দিছে।

Apply Now

২০০২চনত বাজপেয়ী মন্ত্ৰীসভাত বিনিয়োগ দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল অৰুণ শ্বোৰীয়ে।

সেই সময়ত  তেওঁৰ বিৰুদ্ধে এখন বিলাসী হোটেল পানীৰ দৰত বিক্ৰী কৰাৰ অভিযোগ উঠে।

বিশেষজ্ঞসকলৰ মতে সেই হোটেলখনৰ দাম প্ৰায় ২৫২কোটি টকা হোৱা উচিত আছিল যদিও শ্বোৰীৰ কাৰ্যালয়ে সেইখন মাত্ৰ চাৰে সাত কোটি টকাত বিক্ৰী কৰিছিল।

হোটেলখনৰ বিক্ৰীত দুৰ্নীতিৰ অভিযোগৰ তদন্ত কৰিবলৈ দিয়া হয় চিবিআইক।

কিন্তু বিগত ১৭ বছৰে চিবিআইয়ে তদন্ত কৰিও শ্বোৰীৰ বিৰুদ্ধে কোনো তথ্য প্রমান যোগাৰ কৰিব নোৱাৰিলে। সেয়েহে, যোৱা বছৰ চিবিআইৰ বিশেষ আদালতত গোচৰটো বন্ধ কৰাৰ আবেদন দাখিল কৰে কেন্দ্ৰীয় অনুসন্ধান সংস্থাটোৱে।

বৃহস্পতিবাৰে আদালতখনে সেই আবেদন নাকচ কৰি দিয়ে। চিবিআইৰ বিশেষ আদালতৰ ন্যায়াধীশে কয়, ‘’হোটেলখন বিক্ৰীৰ ফলত চৰকাৰৰ বিশাল লোকচান হৈছে। ১৯৯৯ৰ পৰ ২০০২পৰ্যন্ত কোনো নহয় কোনো চৰকাৰী বিষয়া দুৰ্নীতিত অভিযুক্ত। হোটেলখনৰ প্ৰতি স্কোৱেৰ ফুটত মাত্ৰ ৪৫টকা দাম ধৰা হৈছিল। কিন্তু এই বিলাসী হোটেলখনৰ এখন চামুচৰ দামো হয়তো তাতোকৈ অধিক।‘’

আদালতখনে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীৰ লগতে আন দুগৰাকী চৰকাৰী আমোলাৰ বিৰুদ্ধে ফৌজদাৰী গোচৰৰ নিৰ্দেশ দিছে।

উল্লেখ্য যে পূৰ্বে বিজেপিৰ সৈতে থকা অৰুণ শ্বোৰী বৰ্তমান মোদী বিৰোধী হিচাপে পৰিচিত। তেওঁ মোদী চৰকাৰৰ বহু নীতিৰ বিৰুদ্ধে সৰৱ হৈ আহিছে।

শ্বোৰীয়ে দাবী কৰে যে তেওঁৰ বিৰুদ্ধে যিবোৰ অবিযোগ অনা হৈছে সেইবোৰ ভিত্তিহীন। তেওঁ সম্পূৰ্ণ নিয়ম পালন কৰিয়েই লক্ষ্মী বিলাস পেলেচ বিক্ৰী কৰিছিল।

তেওঁ এই ৰায়ৰ বিৰোধিতা কৰি ৰাজস্থান হাইকোৰ্টত আবেদনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm
মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

আৰজি কৰৰ বিত্তীয় অনিয়মৰ গোচৰত প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষক জামিন উচ্চতম ন্যায়ালয়ৰ  

October 17, 2026 1:00 pm
দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

দুই অভিযুক্তৰ জামিনৰ পাছতে আজি জুবিন ক্ষেত্ৰত সমবেত হ’ব জুবিন অনুৰাগী

October 17, 2026 12:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

শিশুৰ সুৰক্ষা আৰু স্বাধীনতা পৰস্পৰ বিৰোধী নহয়: ইণ্টাৰনেট ব্যৱহাৰক মৌলিক অধিকাৰ ঘোষণা উচ্চতম ন্যায়ালয়ৰ

October 17, 2026 3:43 pm
মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

মৰণোত্তৰ পৰীক্ষাৰ কোঠাতে সুৰাৰ পাৰ্টী! ভাইৰেল ভিডিঅ’ৰ পিছতে নিলম্বিত চিকিৎসক

October 17, 2026 1:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd