• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুদা মৰিব কম ভাড়াত ৰে’ল যাত্ৰা কৰাৰ, নিজৰ ইচ্ছামতে ভাড়া নিৰ্দ্ধাৰণ কৰিব ব্যক্তিগত কোম্পানীয়ে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 18, 2020 7:21 pm
akk
502
VIEWS
Share on FacebookShare on Twitter

এটা এটাকৈ দেশৰ বহু কেইটা গুৰুত্বপূৰ্ণ খণ্ডৰ পৰিচালনাৰ দায়িত্ব ইতিমধ্যে ব্যক্তিগত কোম্পানীৰ হাতত এৰি দিছে চৰকাৰে।

বিমান বন্দৰকে ধৰি বহু ৰাজহুৱা সম্পত্তি এতিয়া ব্যক্তিগত কোম্পানীৰ অধীনলৈ গৈছে।

বিশ্বৰ ভিতৰতে সৰ্বাধিক সংখ্যক লোকক কৰ্মসংস্থাপন দিয়া ভাৰতীয় ৰে’ল বিভাগৰো  এতিয়া ব্যক্তিগত কোম্পানীৰ হাতলৈ এই যাওঁ এই যাওঁ অৱস্থা।

ৰে’ল বোৰ্ডৰ অধ্যক্ষ বিজয় কুমাৰ যাদৱে প্ৰকাশ কৰা মতে ২০২৩ চনৰ ভিতৰত ব্যক্তিগত কোম্পানীয়ে ৰে’লত বিনিয়োগ কৰিব।

ব্যক্তিগত কোম্পানীৰ অধীনত চলিবলগীয়া ৰে’লৰ ভাড়াও ব্যক্তিগত কোম্পানীয়ে নিজৰ ইচ্ছামতে বঢ়াই ল’ব পাৰিব বুলি যাদৱে প্ৰকাশ কৰে।

তেওঁ অৱশ্যে ব্যক্তিগত কোম্পানী সমূহে এই ক্ষেত্ৰত বিমান আৰু এয়াৰ কণ্ডিছনেড বাছৰ ভাড়াৰ কথাটো মনত ৰখা উচিৎ হ’ব বুলি মন্তব্য কৰে।

উল্লেখ্য ২০২৩ চনৰ ভিতৰত ভাৰতীয় ৰে’ল বিভাগে দেশৰ ১০৯ টা পথত ১৫১ খন ব্যক্তিগত খণ্ডৰ ৰে’ল চলোৱাৰ পৰিকল্পনা কৰিছে।

সেইমৰ্মে   এলষ্টম এছ এ,বম্বাৰ্ডিয়েৰ ইনকৰ্পৰেটেড, জি এম আৰ ইনফ্ৰাষ্ট্ৰাকছাৰ লিমিটেড,আডানি গ্ৰুপে ব্যক্তিগত ৰে’ল চলোৱাৰ ক্ষেত্ৰত আগ্ৰহ প্ৰদৰ্শন কৰিছে।

ব্যক্তিগত কোম্পানীয়ে ৰে’লৰ ভাড়া নিজৰ ইচ্ছামতে বঢ়াই লোৱাৰ অধিকাৰ পোৱাৰ ফলত কম ভাড়াতে সাধাৰণ যাত্ৰীয়ে ভ্ৰমণ কৰাৰ মুদা হয়তো মৰিব।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd