• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গুজৰাটৰ উপকূলৰ পৰা ৫৬ গৰাকী ভাৰতীয় মাছমৰীয়াক অপহৰণ পাকিস্তানৰ : দুদিন ধৰি চাঞ্চল্য অব্যাহত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 19, 2020 4:43 pm
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুজৰাট উপকূলৰ আন্তৰাষ্ট্ৰীয় জলসীমা অতিক্ৰমি ভাৰতত প্ৰৱেশ কৰি পাকিস্তানৰ মেৰিন ছিকিউৰিটি এজেন্সিৰ সদস্যই ৫৬ গৰাকী ভাৰতীয় মাছমৰীয়াক অপৰহণ কৰিছে।

এই ঘটনাটোকলৈ যোৱা দুদিন ধৰি গুজৰাটৰ উপকূলীয় অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

Apply Now

ঘটনাৰ বিৱৰণী অনুসৰি গুজৰাটৰ পোৰবন্দৰ উপকূলীয় অঞ্চলৰ আন্তৰ্জাতিক জলসীমাৰ ভাৰতৰ দিশত ট্ৰলাৰ লৈ ভাৰতীয় মাছমৰীয়াসকলে মাছ মাৰি আছিল।

তেনে সময়তে হঠাতে পাকিস্তানৰ মেৰিন ছিকিউৰিটি এজেন্সিৰ সদস্যই আহি ৫৭ গৰাকী ভাৰতীয় মাছমৰীয়াক ১০ খন ট্ৰলাৰসহ অপহৰণ কৰি নিয়ে।

ঘটনাৰ লগে লগে অন্য মাছমৰীয়াসকলে সমুদ্ৰৰ উপকূলীয় প্ৰশাসন আৰু আৰক্ষীক এই অপহৰণ কাণ্ডৰ খবৰ দিয়ে।

ঘটনাৰ সন্দৰ্ভত ইতিমধ্যে পোৰবন্দৰ মৎস্যজীৱী সমিতিৰ সভাপতি জীৱনভাই জুঙ্গীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ ভাৰত চৰকাৰক অপহৃত মাছমৰীয়াসকলক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে।

সভাপতি জুঙ্গিৰ মতে অপহৃত মাছমৰীয়া কেইজনক পাকিস্তানৰ বন্দৰ চহৰ কৰাছীলৈ লৈ যোৱা হৈছে।

ভাৰতীয় জলসীমাৰ ভিতৰত প্ৰৱেশ কৰি পাকিস্তানী মেৰিন ছিকিউৰিটিৰ এজেন্সিৰ সদস্যই ভাৰতীয় মাছমৰীয়াসকলক বলপূৰ্বকভাৱে ধৰি নি কৰাছীৰ জেইলত আৱদ্ধ কৰাৰ বুলিও জনাইছে সভাপতি জঙ্গীয়ে।

জেইলৰ ভিতৰত ভাৰতীয় মাছমৰীয়াসকলক অমানুষিক অত্যাচাৰ চলোৱাৰ খবৰ লাভ কৰা বুলিও জনাইছে সভাপতি জঙ্গীয়ে।

ঘটনাটোৱে পোৰবন্দৰ মৎস্যজীৱীসকলৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি কৰিছে বুলি কৈ তেওঁ কয় যে, “এই মৎস্যজীৱীসকলক পাকিস্তানে যাতে অতি শীঘ্ৰেই মুকলি কৰি দিয়ে তাৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ওচৰত আমি অনুৰোধ জনাইছো।”

ইফালে পোৰন্দৰৰ ‘নেশ্যনেল ফীছ ৱকাৰ্ছ ফ’ৰাম’(NFF)ৰ বিষয়াই জনাইছে যে “পোৰবন্দৰ আৰু ভেৰাবল অঞ্চলত মাছ মাৰিবলৈ যোৱা মাছমৰীয়াক আন্তৰ্জাতিক জলসীমাৰ সমীপৰ পৰা পাকিস্তানী উপকূলৰক্ষী বাহিনীয়ে আটক কৰিছে। ইতিমধ্যে বিষয়টো সন্দৰ্ভত সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰোৱা হৈছে।”

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd