• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১ অক্টোৱৰৰ পৰা সমগ্ৰ দেশতে বৃদ্ধি পাব পাৰে মিঠাতেলৰ মূল্য, কিন্তু কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 25, 2020 7:15 pm
mus
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিত্য প্ৰয়োজনীয় সামগ্ৰী সমূহৰ ভিতৰৰে এবিধ হৈছে মিঠাতেল।

মিঠাতেলৰ এতিয়াই আকাশলংঘী দাম। এই দাম ১ অক্টোৱৰৰ পৰা আৰু অধিক বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে।

Apply Now

এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ অধীনষ্ঠ ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথ’ৰিটি অব ইণ্ডিয়াই জাৰি কৰা এক বিশেষ নিৰ্দেশনাই প্ৰভাৱ পেলাব বুলি ভবা হৈছে।

ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথ’ৰিটি অব ইণ্ডিয়াই জাৰি কৰা নিৰ্দেশনাত কোৱা হৈছে যে ১ অক্টোৱৰৰ পৰা কোনো কোম্পানীয়ে সকলো লোকেই ব্যৱহাৰ কৰি অহা মিঠাতেলত কোনো ধৰণৰ আন ভোজ্য তেল মিহলাব নোৱাৰিব।

ইয়াৰ আগলৈকে ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথ’ৰিটি অব ইণ্ডিয়াই মিঠাতেলত সৰ্বাধিক ২০ শতাংশ পৰিমাণৰ আন ভোজ্য তেল মিহলি কৰাৰ বাবে কোম্পানী সমূহক অনুমতি দিছিল।

কিন্তু ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথ’ৰিটি অব ইণ্ডিয়াৰ সেই অনুমতিৰ সুযোগলৈ একাংশ অসাধু ব্যৱসায়ীয়ে ২০ শতাংশতকৈ অধিক খোৱাৰ যোগ্য অথবা খোৱাৰ অযোগ্য তেল মিহলাই আহিছে।

শেহতীয়াকৈ ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথ’ৰিটি অব ইণ্ডিয়াই দেশৰ কেইবাখনো প্ৰধান প্ৰধান চহৰৰ পৰা মিঠাতেলৰ ৪,৫০০ টা নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰাত প্ৰায়বোৰতে ব্যাপক ভেজাল কৰাৰ কথা ধৰা পেলায়।

মিঠাতেলক ভেজাল হোৱাৰ পৰা ৰক্ষা কৰাৰ বাবেই ১ অক্টোৱৰৰ পৰা ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ড অথ’ৰিটি অব ইণ্ডিয়াই মিঠাতেলত আন কোনো ধৰণৰ খোৱাৰ যোগ্য তেল মিহলাব নোৱাৰিব বুলি নিৰ্দেশ দিয়ে।

ফলত পূৰ্বে ২০ শতাংশ কম দামৰ খোৱা তেল মিহলোৱাৰ অনুমতি পোৱা কোম্পানী বোৰে তেনে সুবিধাৰ পৰা বঞ্চিত হোৱাৰ কাৰণ দৰ্শাই  মিঠাতেলৰ মূল্য বঢ়াই দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am
গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am
সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

September 2, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd