• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাম জন্মভূমিৰ পিছত এইবাৰ উঠিছে শ্ৰীকৃষ্ণ জন্মভূমিৰ দাবী, মথুৰাৰ আদালতত গোচৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 26, 2020 4:34 pm
krishna
392
VIEWS
Share on FacebookShare on Twitter

কেইবা দশক জোৰা ৰাম জন্মভূমি-বাবৰি মছজিদ বিবাদৰ পৰিসমাপ্তি ঘটাৰ পিছত এইবাৰ দেশত মূৰ দাঙি উঠিছে আন এক ধৰ্মীয় বিতৰ্কই।

ৰাম মন্দিৰৰ পিছত মূৰ দাঙি উঠা বিতৰ্কটো হৈছে শ্ৰীকৃষ্ণৰ জন্মভূমিকলৈ হোৱা বিতৰ্ক।

হিন্দু ধৰ্মী লোকসকলে দাবী কৰি আহিছে যে শ্ৰীকৃষ্ণৰ জন্ম হৈছিল মথুৰাত।

যি স্থানত শ্ৰীকৃষ্ণৰ জন্ম হৈছিল সেই স্থানত এটা মন্দিৰ আছিল যদিও সেই মন্দিৰ ভাঙি তাত এটা শাহী দৰগাহ সজা হৈছে।

হিন্দু লোকসকলে দৰগাহটো সেই স্থানৰ পৰা আঁতৰাই নিবলৈ বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছতো দৰগাহটো আঁতৰাই নিয়া নাই।

অৱশেষত আজি মথুৰাৰ আদালতত উত্তৰ প্ৰদেশৰ ৰাজন অগ্নিহোত্ৰী নামৰ লোক জনে এটা গোচৰ ৰুজু কৰিছে।

লোকজনে দাখিল কৰা অভিযোগত কোৱা হৈছে যে আদিতে সেয়া শ্ৰীকৃষ্ণৰ জন্মস্থান আছিল যদিও সেই স্থানৰ ১৩.৩৭ একৰ মাটি দখল কৰি শাহী দৰগাহ আৰু মছজিদ নিৰ্মাণ কৰা হৈছে।

সেয়ে সেই স্থানৰ পৰা দৰগাহ আৰু মছজিদ আঁতৰাই নিব লাগে।

একাংশ বুৰঞ্জীবিদৰ মতে আদিতে তাত কেশৱনাথ মন্দিৰ আছিল যদিও মোগল সম্ৰাট ঔৰংগজেৱে সেয়া ধ্বংস কৰি তাত মছজিদ স্থাপন কৰিছিল।

তাত থকা কৃষ্ণ মন্দিৰৰ তদাৰকীৰ দায়িত্ব ১৯৩৫ চনত এলাহাবাদ উচ্চ ন্যায়ালয়ে মথুৰাৰ ৰাজ পৰিয়ালক দিছিল যদিও পিছলৈ সেয়া বিশ্ব হিন্দু পৰিছদৰ হাতলৈ যায়।

ইপিনে ১৯৯১ চনৰ ‘Places of Worship (Special Provisions Act)’ আইন মতে স্বাধীনতাৰ পিছত কেৱল অযোধ্যাৰ ৰাম মন্দিৰৰ বাদে আন কোনো মন্দিৰৰ অস্তিত্ব সন্দৰ্ভত কোনো আইনী যুঁজ চলোৱা নাযাব।

এই আইন থকাৰ পিছত কৃষ্ণ মন্দিৰ সম্পৰ্কীয় গোচৰটো সম্পৰ্কত আদালতে কেনে প্ৰতিক্ৰিয়া ব্যক্ত কৰে সেয়া লক্ষণীয় হব।

Recent News

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd