• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৬ শতিকাৰে পৰাই দেহ ব্যৱসায়ক পৰম্পৰাগত পেছা হিচাবে গ্ৰহণ কৰি অহা দেশৰ এটা সম্প্ৰদায়

দেহ ব্যৱসায় আইন মতে অপৰাধ নহয়: বোম্বে উচ্চ ন্যায়ালয়

এন ই নাও নিউজ by এন ই নাও নিউজ
September 26, 2020 6:29 pm
pict_origi

প্ৰতিনিধিত্বমূলক ছবি

964
VIEWS
Share on FacebookShare on Twitter

দেশতে এনে এটা সম্প্ৰদায় আছে যিটো সম্প্ৰদায়ৰ পৰম্পৰাগত পেছাই হৈছে দেহ ব্যৱসায়।

মূলতঃ ৰাজস্থানৰ ভৰতপুৰ জিলাত বাস কৰা এই সম্প্ৰদায়টো হৈছে বেদিয়া সম্প্ৰদায়।

যুগ যুগ ধৰি বেদিয়া সম্প্ৰদায়ৰ মহিলা-যুৱতীসকলে দেহ ব্যৱসায়ক পেছা হিচাবে গ্ৰহণ কৰি আহিছে।

সম্প্ৰদায়টোৰ কোনো ছোৱালী পুস্পিতা হোৱাৰ পিছতেই তেওঁক সামাজিক ভাবে দেহ ব্যৱসায়ত লিপ্ত হবলৈ অনুমতি দিয়া হয়।

বেদিয়া সম্প্ৰদায়ৰ নতুনকৈ পুস্পিতা হোৱা কিশোৰীসকলক পৰিয়ালৰ লোকে দেহ ব্যৱসায়ত লিপ্ত কৰোৱাৰ পূৰ্বে সম্প্ৰদায়টোৰ লোকসকলে নাথনি উতৰাণা নামৰ এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে।

বহু বুৰঞ্জীবিদে প্ৰকাশ কৰা অনুসৰি ৰজা-মহাৰজাৰ দিনৰে পৰা এই সম্প্ৰদায়ৰ নাৰীসকলে ৰজা আৰু বৰমূৰীয়া সকলক নৃত্য-গীতেৰে মনোৰঞ্জন কৰি আহিছিল।

ৰজাৰ শাসন ওৰ পৰাৰ পিছতো ব্ৰিটিছৰ দিনতো এই সম্প্ৰদায়ৰ যুৱতী-মহিলাসকলে ব্ৰিটিছ বিষয়া একাংশৰ মনোৰঞ্জৰ আহিলা হৈ পৰিছিল।

কি কাৰণত সম্প্ৰদায়টোৱে দেহ ব্যৱসায়ক পৰম্পৰাগত পেছা হিচাবে বাচি লবলগীয়া হল সেই বিষয়ত কোনেও আজিলৈকে থিৰাংকৈ একো কব পৰা নাই।

সম্প্ৰদায়টো শেহতীয়াকৈ  পুনৰ সংবাদ শিৰোনামলৈ আহিছে। কাৰণ বোম্বে উচ্চ ন্যায়ালয়ে দেহ ব্যৱসায়ৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তিনি গৰাকী বেদিয়া সম্প্ৰদায়ৰ যুৱতীক এৰি দিবলৈ নিৰ্দেশ দিয়ে।

বোম্বে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পৃথ্বীৰাজ চৱনে দেহ ব্যৱসায় আইন মতে দণ্ডনীয় অপৰাধ নহয় বুলি ৰায় দিয়াৰ লগতে এই বুলি কয় যে এগৰাকী প্ৰাপ্ত বয়স্ক মহিলাই নিজৰ ইচ্ছা মতে যিকোনো লোকৰ সৈতে সম্পৰ্ক স্থাপন কৰিব পাৰে।

আদালতৰ এনে ৰায়ৰ পিছতে সম্প্ৰদায়টো পুনৰ চৰ্চালৈ আহিছে।

Recent News

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd