• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বোকাখাতত সদৌ অসম সাংবাদিক সন্থাৰ বিশেষ সভা: গোলাঘাট জিলা সমিতি গঠন

উত্তম শইকীয়া by উত্তম শইকীয়া
September 28, 2020 8:53 am
IMG-20200927-WA0025

ফটো: নৰ্থইষ্ট নাও

248
VIEWS
Share on FacebookShare on Twitter

সদৌ অসম সাংবাদিক সন্থাৰ উদ্যোগত দেওবাৰে বোকাখাতৰ সাধনী ভৱনত আয়োজিত এক বিশেষ সভাত গোলাঘাট জিলা সমিতি গঠনৰ লগতে এক সংবাদ মেলো অনুষ্ঠিত হয় ৷

সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পঙ্কজ নাথৰ পৌৰহিত্যত অনুষ্ঠিত সভাত গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক প্ৰকাশ শৰ্মাক সভাপতি আৰু বোকাখাতৰ প্ৰতিদিন টাইমৰ সাংবাদিক দিব্যজ্যোতি হাজৰিকাক সম্পাদক হিচাবে লৈ সংগঠনটোৰ গোলাঘাট জিলা সমিতি গঠন কৰা হয় ৷

সভাত ‘আজু’ক সৱল কৰাৰ বাবে সাংগঠনিক দিশৰ ওপৰত বিস্তৃত আলোচনা হয়। বোকাখাতত আয়োজিত আজুৰ এই সভাত আজুৰ সাধাৰণ সম্পাদক নকুল তালুকদাৰ, উপ সভাপতি ৰাজেশ দত্ত, বিত্তীয় সম্পাদক মিন্টু হেমৰম আৰু কেন্দ্ৰীয় সদস্য দিব্যজ্যোতি নাথে অংশ গ্ৰহণ কৰে ৷

সভাত দেশ জুৰি হোৱা সাংবাদিক নিগ্ৰহৰ কাৰ্যক গৰিহনা দিয়াৰ লগতে এনে ঘটনাত নিহত সমুহ সাংবাদিকক স্মৰণ কৰা হয় ৷

সভাৰ শেষত আয়োজিত সংবাদ মেলত আজুৰ সভাপতি পঙ্কজ নাথে বিজেপি নেতৃত্বধীন চৰকাৰ খনক জাতিদ্ৰোহী আৰু গণ বিৰোধী এখন চৰকাৰ বুলি অভিহিত কৰি এই চৰকাৰক উৎখাত কৰাৰ বাবে সকলো বিৰোধী পক্ষক ঐক্যবদ্ধ হ’বৰ বাবে আহ্বান জনায় ৷

এই ক্ষেত্ৰত অখিল গগৈয়ে এখন পতাকা আৰু এটা প্ৰতীকৰ তলত সমবেত হোৱাৰ আহ্বানক প্ৰশংসা কৰি সভাপতি গৰাকীয়ে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আছুৰ ভুমিকা দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ৷

এনে কাৰ্যৰে বিজেপি চৰকাৰক উৎখাত কৰাতো সম্ভৱ নহয় বুলি সংবাদ মেলত সভাপতি গৰাকীয়ে মন্তব্য কৰে ৷

Recent News

নিৰ্বাচনমুখী বিহাৰ: ৪০০ টকাৰ পৰা পেঞ্চন ১,১০০ টকালৈ বৃদ্ধি নীতিশ কুমাৰৰ

নিৰ্বাচনমুখী বিহাৰ: ৪০০ টকাৰ পৰা পেঞ্চন ১,১০০ টকালৈ বৃদ্ধি নীতিশ কুমাৰৰ

SSB ৰ  ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগদিৱস উদযাপন

SSB ৰ  ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগদিৱস উদযাপন

‘ইউক্ৰেইনৰ সকলোখিনি আমাৰ’! দাবী ভ্লাদিমিৰ পুটিনৰ, তীব্ৰ প্ৰতিবাদ ভ’ল’ডিমাইৰ জেলেনস্কিৰ

‘ইউক্ৰেইনৰ সকলোখিনি আমাৰ’! দাবী ভ্লাদিমিৰ পুটিনৰ, তীব্ৰ প্ৰতিবাদ ভ’ল’ডিমাইৰ জেলেনস্কিৰ

ঘৰৰ সন্মুখত খেলি থকা শিশুক টানি নিলে নাহৰফুটুকীয়েঃ ৩ দিনৰ মূৰত হাবিত উদ্ধাৰ বিচ্ছিন্ন মৃতদেহ

ঘৰৰ সন্মুখত খেলি থকা শিশুক টানি নিলে নাহৰফুটুকীয়েঃ ৩ দিনৰ মূৰত হাবিত উদ্ধাৰ বিচ্ছিন্ন মৃতদেহ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd