• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এসময়ৰ জনপ্ৰিয় টিভি শ্ব’ বালিকা বধুৰ এপিছ’ড পৰিচালক এতিয়া শাক-পাচলি বিক্ৰেতা

এন ই নাও নিউজ by এন ই নাও নিউজ
September 29, 2020 2:10 pm
সংগৃহীত ফটো

সংগৃহীত ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহামাৰী ক’ৰ’না ভাইৰাছৰ সংহাৰ আৰু তাৰ পিছত দেশজুৰি বলৱৎ কৰা লকডাউনে হাজাৰ হাজাৰ লোকৰ জীৱন পৰিক্ৰমা সলনি কৰি দিছে।

ইয়াৰ ব্যতিক্ৰম নহয় যোৱা তিনি মাহ ধৰি বন্ধ হৈ থকা টিভি আৰু ফিল্ম ইণ্ডাষ্ট্ৰিও। যাৰ ফলত এই ইণ্ডাষ্ট্ৰি দুটাৰ সৈতে জড়িত বিভিন্ন লোক গভীৰ বিত্তীয় সংকটত পৰিছে।

Apply Now

এসময়ৰ জনপ্ৰিয় টিভি শ্ব’ ‘বালিকা বধু’ৰ অন্যতম পৰিচালক ৰাম ব্ৰিকছা গৌৰেও জীৱন-জীৱিকাৰ বাবে এতিয়া উত্তৰ প্ৰদেশৰ আজমগড়ত শাক-পাচলি বিক্ৰী কৰি আছে। এই খবৰ এতিয়া চৰ্চাৰ শীৰ্ষত।

আই এ এন এছে প্ৰকাশ কৰা এই বাতৰিত গৌৰে কয়, “এখন চিনেমাৰ কামত আজমগড়লৈ আহিছিলো। যেতিয়া লকডাউন ঘোষণা কৰে তেতিয়া আমি তাতেই আছিলো আৰু মুম্বাইলৈ ঘূৰি যোৱাৰ সকলো পথ বন্ধ হ’ল’।

তেওঁ লগতে কয়, “আমি যি প্ৰজেক্টত কাম কৰি আছিলো সেইটো বন্ধ হ’ল আৰু প্ৰযোজকে ক’লে কামটো পুনৰ আৰম্ভ হ’বলৈ এবছৰ বা তাতকৈও বেছি সময় লাগিব পাৰে। সেয়ে মই দেউতাৰ শাক-পাচলিৰ ব্যৱসায় আৰম্ভ কৰাৰ সিদ্ধান্ত ল’লো”।

ইয়াৰ উপৰি পৰিচালক গৰাকীয়ে তেওঁৰ এই ব্যৱসায়ক লৈ কোনো আপত্তি তথা আক্ষেপ নাই বুলিও উল্লেখ কৰে।

ইফালে মুম্বাইত কিদৰে সংস্থাপিত হৈছিল সেই কথাও সাংবাদিক গৰাকীৰ আগত উল্লেখ কৰি তেওঁ কয়, “মোৰ বন্ধু আৰু লেখক চাহনাৱাজ খানৰ সহায়ত মই ২০০২ চনত মুম্বাইলৈ আহিছিলো। প্ৰথমতে মই টিভি শ্ব’ৰ লাইট আৰু পিছত প্ৰডাকশ্যন বিভাগত কাম কৰিছিলো”।

“ইয়াৰ পিছত কেইখনমান ছিৰিয়েলত সহকাৰী পৰিচালক হিচাপে কাম কৰাৰ পিছত ‘বালিকা বধু’ৰ এপিছ’ড পৰিচালক আৰু য়ুনিট পৰিচালক হিচাপে কাম কৰো’, জনাই গৌৰে।

উল্লেখ্য যে ৰাম ব্ৰিকছাই বলিউডৰ জনপ্ৰিয় পৰিচালক য়াছপাল শৰ্মা, মিলিন্দ গুনাজি, ৰাজপাল যাদৱ, ৰনদীপ হুডা আৰু সুনীল চেট্টীৰ লগতে সহকাৰী পৰিচালক হিচাপে কাম কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

August 24, 2026 3:08 pm
প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

August 24, 2026 2:46 pm
পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

পত্নী-সন্তানসহ অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰিয়ালৰ ৪ জন সদস্যক হত্যা! বাংলাদেশত আন এক সংখ্যালঘু হত্যাকাণ্ড

August 24, 2026 12:31 pm
ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

ছেপ্টেম্বৰ মাহত ৪ দিনৰ বাবে বেংক ঘৰ্মঘটৰ আহ্বান; বন্ধ থাকিব ATM! গ্ৰাহকৰ দুৰ্দশাৰ আশংকা

August 24, 2026 11:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

বামুণীমৈদামত বুলড’জাৰে ভাঙিলে ৬০টা ঘৰ, আশ্ৰয় বিচাৰি হাহাকাৰ পৰিয়ালৰ

August 24, 2026 3:08 pm
প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

প্ৰভাৱশালীসকলৰ ভুৱা গোচৰত সাধাৰণ মানুহৰ ন্যায়ত বিলম্ব! জৰিমনা বিহি এশিকনি উচ্চতম ন্যায়ালয়ৰ

August 24, 2026 2:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd