• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘কংগ্ৰেছক উপেক্ষা কৰি অসমত কোনেও বিজেপিক ভেটা দিব নোৱাৰিব’; দেৱব্ৰত শইকীয়াৰ দাবী

হিৰণ্য বৰ্মন by হিৰণ্য বৰ্মন
October 3, 2020 4:05 pm
derivative16X91576434443106

বিৰোধী দলপতি দেৱব্ৰত শইকীয়া (ফাইল ফ'টো)

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২১ চনৰ বিধানসভাৰ নিৰ্বাচনত ৰাজ্যৰ শাসনাধিষ্ঠ বিজেপি চৰকাৰক উৎখাট কৰিবলৈ ৰাজ্যৰ সকলো বিজেপি বিৰোধী ৰাজনৈতিক শক্তি তথা দলকে একত্ৰিত হ’বলৈ আহ্বান জনাইছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

‘সকলো দল সংগঠনকে কংগ্ৰেছ দলৰ লগত একত্ৰিত হৈ বিজেপি দলৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ পুনৰ আহ্বান জনাইছোঁ। কংগ্ৰেছ দলৰ অবিহনে বিজেপিক প্ৰতিৰোধ কৰাটো অসম্ভৱ।’ বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াই সাংবাদিকৰ আগত এইদৰে কয়।

Apply Now

অসমত এটা দুটাকৈ বহুকেইটা আঞ্চলিক দল গঠন হ’ল আকৌ দুই একোটা দল নিঃশেষো হ’ল। এতিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰো প্ৰস্তাৱিত দলটোৱে ও আত্মপ্ৰকাশ কৰিলে। এই সংগঠন সমূহে আঞ্চলিক দল গঠন কৰাৰ মূলতঃ বিজেপি দলৰ অপশাসন আৰু স্বৈৰাচাৰী শাসনৰ বিৰোধিতা বুলি গণ্য কৰা হৈছে আৰু তেওঁলোকে ও জনাইছে। শইকীয়াই লগতে কয়।

যোৱা নিৰ্বাচনসমূহত বিজেপি দলৰ বিৰুদ্ধে নতুনকৈ সংগঠিত দলসমূহৰ এই সকলোবোৰ বিষয়ৰ ভিত্তিতে কংগ্ৰেছ দলে প্ৰতিদ্বন্দ্বিতা কৰি আহিছে। ৰাজনৈতিকভাৱে ইয়াৰ ফলাফল যিয়ে নহওক, কংগ্ৰেছ দলে বিজেপিৰ অপশাসন আৰু তেওঁলোকৰ অসম বিৰোধী নীতিসমূহৰ লগত কেতিয়াও আপোচ কৰা নাই বুলি বিৰোধী দলপতিগৰাকীয়ে কয়।

‘বিজেপি দলে যোৱা নিৰ্বাচনসমূহত একমাত্ৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ ৰাইজক ভুৱা কেতবোৰ প্ৰতিশ্ৰুতি দি, ভুৱা সপোন দেখুৱাই ভোট সংগ্ৰহ কৰি চৰকাৰ গঠন কৰিছে আৰু চৰকাৰত অহাৰ লগে লগে তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ সম্পূৰ্ণ বিপৰীত কাৰ্যসমূহ চলাই গৈ আছে। এই সকলোবোৰ কথা এতিয়া অসমীয়া ৰাইজে ভালদৰে বুজি উঠিছে আৰু ৰাইজে এখন অ-বিজেপি চৰকাৰ ৰাজ্যখনত বিচাৰিছে। গতিকে মই সকলো দল সংগঠনকে পুনৰ এক আহ্বান জনাব বিচাৰিছোঁ যে, আমাৰ সকলোৰে উমৈহতীয়া কাৰ্যক্ৰম লৈ অসমৰ বৃহত্তম স্বাৰ্থত একত্ৰিত ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজেপি দলক প্ৰতিৰোধ কৰিবলৈ আগবাঢ়ি আহিব লাগে।’ বিৰোধী নেতাগৰাকীয়ে কয়।

কিছু দল সংগঠনে কংগ্ৰেছ দলক বিজেপিৰ লগত একে শাৰীতে ৰাখিব খোজা প্ৰৱণতাৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰে।

বিজেপি আৰু কংগ্ৰেছৰ মতাদৰ্শগত পাৰ্থক্যৰ বাবেই ২০১৮-১৯ চনত বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কখন লোকসভাত অনুমোদন কৰাই লোৱাৰ স্বত্তেও কংগ্ৰেছ দলৰ প্ৰবল প্ৰতিবাদত সেও মানি ৰাজ্যসভাত এই বিধেয়কখন গৃহীত কৰাত ব্যৰ্থ হৈছিল বুলি তেওঁ মন্তব্য কৰে।

কংগ্ৰেছ দলে এই আইনখন যে অসম আৰু অসমীয়াৰ পৰিপন্থী বুলি দাবী কৰি বিৰোধী দলপতি শইকীয়াই পূৰ্বৰ বিভিন্ন ঘটনা আৰু অসমৰ ইতিহাসক সাক্ষী কৰি কংগ্ৰেছ দল সদায়ে অসমৰ ৰাইজৰ পক্ষত আছিল আৰু থাকিব মতপ্ৰকাশ কৰে।

তেওঁ লগতে কংগ্ৰেছ দলক বাদ দি বিজেপি দলক আগন্তুক নিৰ্বাচনত প্ৰতিৰোধ কৰাটো অসম্ভব বুলিও দাবী কৰে।

হিৰণ্য বৰ্মন

হিৰণ্য বৰ্মন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd