• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

২১ ত ১০০+ লৈ কংগ্ৰেছৰ মহাজোটে চৰকাৰ কৰিব : ৰকিবুল হুছেইনৰ দাবী

‘অচিৰেই বিভিন্ন জনগোষ্ঠী, চিপিআই, চিপিআইৰ লগত হ’ব মিত্ৰতাৰ আনুষ্ঠানিকতা’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 5, 2020 8:40 pm
Rokibul-Hussain
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘২১ত কংগ্ৰেছৰ মহাজোঁটে চৰকাৰ কৰিব। বিজেপিৰ ১০০+ ৰ ঠাইত ১০০- হ’ব। মহাজোঁটে ১০০ আসন লৈ আমি চৰকাৰ কৰিম।‘ ৰাজীৱ ভৱনত সম্বোধন কৰা এক সংবাদমেলত এই দাবী কৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনে।

উল্লেখযোগ্য যে, ২০২১ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগতে বিজেপি আৰু কংগ্ৰেছৰ মাজত বাকযুদ্ধ তুংগত উঠা পৰিলক্ষিত হৈছে। এদিন যদি বিজেপিয়ে ১০০+ আসন লৈ চৰকাৰ গঠন কৰাৰ কথা ঘোষণা কৰে আনদিনা আকৌ ‘মহাজোঁট’ৰ সহায়ৰে ১০০+ আসন লৈ চৰকাৰ গঠন কৰাৰ কথা ঘোষণা কৰে কংগ্ৰেছে।

Apply Now

সেই একেই দাবীয়ে আজি কৰিলে বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে।

ইপিনে, এআইয়ুডিএফৰ উপৰিও চিপিআই, চিপিআই(এম)ৰ সৈতে মিত্ৰতাৰ আনুষ্ঠানিক আলোচনা অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰে ৰকিবুলে।

সংবাদমেলত তেওঁ কয় ‘অতি কম দিনৰ ভিতৰত কংগ্ৰেছৰ সৈতে বিভিন্ন জাতি-জনগোষ্ঠীৰ মিত্ৰতা হ’ব। অতি সোনকালে প্ৰথমে দেউৰী জনগোষ্ঠীৰ লগত মিত্ৰতা হ’ব। চিপিআই, চিপিএমৰ নেতাই কংগ্ৰেছলৈ মিত্ৰতাৰ বাবে চিঠি পঠাইছে। কাইলৈৰ পৰা আনুষ্ঠানিকভাৱে কথা-বতৰা আৰম্ভ হ’ব।‘

তদুপৰি, ৬ জনগোষ্ঠীৰ সকলোৰে মনবোৰ বেয়া বুলি উল্লেখ কৰি ৰকিবুলে কয় ‘টেঙা আম এবাৰ বেচিব পাৰে। তেওঁলোকে বাজেটত বিভিন্ন প্ৰতিশ্ৰুতি দি পূৰণ কৰিব নোৱাৰি এতিয়া যি টি বকিবলৈ আৰম্ভ কৰিছে।‘

‘তেওঁলোকে মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব আৰু আমি মহাজোঁটৰ চৰকাৰে সেয়া সম্পূৰ্ণ কৰিম। কংগ্ৰেছে কেতিয়াও নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতি নকৰে।‘ তেওঁ লগতে দাবী কৰি কয়।

ইপিনে, উন্নয়ন কোনে কিমান কৰিলে তাক লৈ নিৰ্বাচনী প্ৰচাৰ চলাব লাগে বুলি উল্লেখ কৰি হুছেইনে কয় ‘তুচ্ছ-তাছিল্ল্য বিক্ৰী কৰা বন্ধ কৰিব লাগে।‘

ইপিনে, কংগ্ৰেছ-এআইয়ুডিএফৰ মিত্ৰতাৰ প্ৰসংগত সোধাত ৰকিবুলে কয় ‘বদৰুদ্দিন আজমলৰ লগত বিজেপিৰ সম্পৰ্ক মধুৰ। যি আজমলক গালি পাৰি থাকে তেওঁৱেই মুম্বাইৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত গৈছিল। পঞ্চায়ত নিৰ্বাচনত নগাঁও দৰঙত বিজেপি-এআইয়ুডিএফে মিত্ৰতা কৰি জিলা পৰিষদ দখল কৰিছিল।‘

তেওঁ আৰু কয় ‘বিজেপি-এআইয়ুডিএফৰ সম্পৰ্ক পুৰণা। বিজেপি-এআইয়ুডিএফে হাতত হাত ধৰি ৰাজ্য সভাত দুবাৰকৈ প্ৰাৰ্থী দিছিল। বিজেপিয়ে আনুষ্ঠানিকভাৱে এআইয়ুডিএফৰ লগত মিত্ৰতা কৰিছিল। আমি এতিয়ালৈকে আনুষ্ঠানিকভাৱে কাৰো লগত মিত্ৰতা কৰা নাই।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়   

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়  

June 20, 2026 3:51 pm
পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

June 20, 2026 3:23 pm
ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

June 20, 2026 3:11 pm
যন্তৰ মন্তৰত কাঁহী-চামুচ লৈ প্ৰতিবাদ! মোডীৰ কোভিড কালৰ ‘আদেশ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ চিজেপিৰ

যন্তৰ মন্তৰত কাঁহী-চামুচ লৈ প্ৰতিবাদ! মোডীৰ কোভিড কালৰ ‘আদেশ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ চিজেপিৰ

June 20, 2026 2:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়   

দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হ’ব ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিপ্লৱ দেৱ, জানক কইনাৰ পৰিচয়  

June 20, 2026 3:51 pm
পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

June 20, 2026 3:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd