• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

২১ ত ১০০+ লৈ কংগ্ৰেছৰ মহাজোটে চৰকাৰ কৰিব : ৰকিবুল হুছেইনৰ দাবী

‘অচিৰেই বিভিন্ন জনগোষ্ঠী, চিপিআই, চিপিআইৰ লগত হ’ব মিত্ৰতাৰ আনুষ্ঠানিকতা’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 5, 2020 8:40 pm
Rokibul-Hussain
230
VIEWS
Share on FacebookShare on Twitter

‘২১ত কংগ্ৰেছৰ মহাজোঁটে চৰকাৰ কৰিব। বিজেপিৰ ১০০+ ৰ ঠাইত ১০০- হ’ব। মহাজোঁটে ১০০ আসন লৈ আমি চৰকাৰ কৰিম।‘ ৰাজীৱ ভৱনত সম্বোধন কৰা এক সংবাদমেলত এই দাবী কৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনে।

উল্লেখযোগ্য যে, ২০২১ৰ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগতে বিজেপি আৰু কংগ্ৰেছৰ মাজত বাকযুদ্ধ তুংগত উঠা পৰিলক্ষিত হৈছে। এদিন যদি বিজেপিয়ে ১০০+ আসন লৈ চৰকাৰ গঠন কৰাৰ কথা ঘোষণা কৰে আনদিনা আকৌ ‘মহাজোঁট’ৰ সহায়ৰে ১০০+ আসন লৈ চৰকাৰ গঠন কৰাৰ কথা ঘোষণা কৰে কংগ্ৰেছে।

সেই একেই দাবীয়ে আজি কৰিলে বিৰোধী দলৰ উপ দলপতি ৰকিবুল হুছেইনে।

ইপিনে, এআইয়ুডিএফৰ উপৰিও চিপিআই, চিপিআই(এম)ৰ সৈতে মিত্ৰতাৰ আনুষ্ঠানিক আলোচনা অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰে ৰকিবুলে।

সংবাদমেলত তেওঁ কয় ‘অতি কম দিনৰ ভিতৰত কংগ্ৰেছৰ সৈতে বিভিন্ন জাতি-জনগোষ্ঠীৰ মিত্ৰতা হ’ব। অতি সোনকালে প্ৰথমে দেউৰী জনগোষ্ঠীৰ লগত মিত্ৰতা হ’ব। চিপিআই, চিপিএমৰ নেতাই কংগ্ৰেছলৈ মিত্ৰতাৰ বাবে চিঠি পঠাইছে। কাইলৈৰ পৰা আনুষ্ঠানিকভাৱে কথা-বতৰা আৰম্ভ হ’ব।‘

তদুপৰি, ৬ জনগোষ্ঠীৰ সকলোৰে মনবোৰ বেয়া বুলি উল্লেখ কৰি ৰকিবুলে কয় ‘টেঙা আম এবাৰ বেচিব পাৰে। তেওঁলোকে বাজেটত বিভিন্ন প্ৰতিশ্ৰুতি দি পূৰণ কৰিব নোৱাৰি এতিয়া যি টি বকিবলৈ আৰম্ভ কৰিছে।‘

‘তেওঁলোকে মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব আৰু আমি মহাজোঁটৰ চৰকাৰে সেয়া সম্পূৰ্ণ কৰিম। কংগ্ৰেছে কেতিয়াও নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতি নকৰে।‘ তেওঁ লগতে দাবী কৰি কয়।

ইপিনে, উন্নয়ন কোনে কিমান কৰিলে তাক লৈ নিৰ্বাচনী প্ৰচাৰ চলাব লাগে বুলি উল্লেখ কৰি হুছেইনে কয় ‘তুচ্ছ-তাছিল্ল্য বিক্ৰী কৰা বন্ধ কৰিব লাগে।‘

ইপিনে, কংগ্ৰেছ-এআইয়ুডিএফৰ মিত্ৰতাৰ প্ৰসংগত সোধাত ৰকিবুলে কয় ‘বদৰুদ্দিন আজমলৰ লগত বিজেপিৰ সম্পৰ্ক মধুৰ। যি আজমলক গালি পাৰি থাকে তেওঁৱেই মুম্বাইৰ হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত গৈছিল। পঞ্চায়ত নিৰ্বাচনত নগাঁও দৰঙত বিজেপি-এআইয়ুডিএফে মিত্ৰতা কৰি জিলা পৰিষদ দখল কৰিছিল।‘

তেওঁ আৰু কয় ‘বিজেপি-এআইয়ুডিএফৰ সম্পৰ্ক পুৰণা। বিজেপি-এআইয়ুডিএফে হাতত হাত ধৰি ৰাজ্য সভাত দুবাৰকৈ প্ৰাৰ্থী দিছিল। বিজেপিয়ে আনুষ্ঠানিকভাৱে এআইয়ুডিএফৰ লগত মিত্ৰতা কৰিছিল। আমি এতিয়ালৈকে আনুষ্ঠানিকভাৱে কাৰো লগত মিত্ৰতা কৰা নাই।‘

Recent News

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

উচ্চ (কাৰিকৰী) শিক্ষা বিভাগৰ অধীনত ৩৪২ গৰাকী প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান মুখ্যমন্ত্ৰীৰ

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

ফুটবলত বৃহৎ পৰিৱৰ্তন: ২০২৬ বিশ্বকাপৰ পূৰ্বে ১৩৪ বছৰীয়া পেনাল্টি নিয়ম সলনিৰ প্ৰস্তুতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

অসমত গতি লাভ কৰিছে বিত্তীয় অন্তৰ্ভূক্তি অভিযানে : ৰাজ্যিক বেংকাৰ সমিতি

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

ৰূপালী পৰ্দাত দেখিবলৈ পাব ৭০-৮০ দশকৰ অসমৰ নক্সাল আন্দোলনৰ কাহিনী: ১ আগষ্টত মুক্তি লাভ কৰিব নতুন অসমীয়া ছবি “কলাজ”

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd