• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফেচবুক পোষ্টৰ খলকনি; আলফাৰ পৰা বহিস্কাৰ জীতেন দত্ত

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 8, 2020 5:49 pm
Jiten-Dutta

জিতেন দত্ত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আলফা নেতা জীতেন দত্তৰ বিৰুদ্ধে সতীৰ্থ হত্যা, নাৰী নিৰ্যাতন, ক’লা ব্যৱসায় ইত্যাদিৰ লগত জৰিত থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল।

বিপ্লৱজ্যোতি মহন নামধাৰী এক ফেইচবুক একাউন্টৰ পৰা ধাৰাবাহিকভাৱে এই অভিযোগসমূহ আনিছিল।

Apply Now

তাৰ পাছতে এই সন্দৰ্ভত যোৱা ৪ অক্টোবৰত কাকপথাৰত অনুষ্ঠিত হৈছিল এক ৰাইজমেল।

সেই ৰাইজমেলত ৰহস্যজনকভাৱে উপস্থিত নাছিল আলোচনাপন্থী আলফা নেতা জীতেন দত্ত। সেয়েহে উক্ত ৰাইজমেলতে উত্থাপন হৈছিল জীতেন দত্তক সামাজিকভাবে বৰ্জনৰ দাবী।

আলফাৰ শ্বহীদ আৰু নিৰ্যাতিত পৰিয়ালে অনুষ্ঠিত কৰিছিল এই ৰাইজমেল।

ইয়াৰ পাছতেই জীতেন দত্তক আলফাৰ প্ৰাথমিক সদস্য পদ তথা বিষয়বাবৰ পৰা বহিস্কাৰ কৰিছে আলফাৰ কেন্দ্ৰীয় নেতৃত্বই।

বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা এক বৈঠকত কেন্দ্ৰীয় কাৰ্য্যকৰী সমিতিয়ে তেওঁৰ প্ৰাথমিক সদস্য পদ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এই সন্দৰ্ভত নৰ্থ ইষ্ট নাওৰ আগত কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক মিথিংগা দৈমাৰীয়ে কয় ‘বিভিন্ন প্ৰচাৰ মাধ্যমত জীতেন দত্ত সম্পৰ্কে উত্থাপিত অভিযোগসমূহৰ সংক্ৰান্তত আত্মপক্ষ সমৰ্থন কৰাৰ সুযোগ পোৱাৰ পাছতো তেওঁ পলায়নবাদী মনোভাব গ্ৰহণ কৰি ৰাজহুৱা সভাত অনুপস্থিত থকা, দলীয় শৃংখলা ভংগ কৰি বিভিন্ন সময়ত কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াশীল মন্তব্য কৰা, নিজৰ সকলো ভুলৰ বাবে সামাজিক মাধ্যমত ফোনযোগে স্বীকাৰোক্তি প্ৰদান কৰাৰ বাবেই তেওঁৰ প্ৰাথমিক সদস্য পদ বাতিল কৰা হৈছে।‘

ইয়াৰোপৰি, আজিৰ এই বৈঠকতে জোন ভুঞাৰো প্ৰাথমিক সদস্য পদ বাতিল কৰি দলৰ সকলো দায়িত্বৰ পৰা অব্যাহতি প্ৰদান কৰা হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

June 20, 2026 3:23 pm
ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

June 20, 2026 3:11 pm
যন্তৰ মন্তৰত কাঁহী-চামুচ লৈ প্ৰতিবাদ! মোডীৰ কোভিড কালৰ ‘আদেশ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ চিজেপিৰ

যন্তৰ মন্তৰত কাঁহী-চামুচ লৈ প্ৰতিবাদ! মোডীৰ কোভিড কালৰ ‘আদেশ’ক অস্ত্ৰ হিচাপে ব্যৱহাৰ চিজেপিৰ

June 20, 2026 2:32 pm
২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

June 20, 2026 1:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

পাকিস্তানত সংবাদ মাধ্যমৰ স্বাধীনতাৰ অভাৱ, আমেৰিকা আৰু ইৰাণৰ চুক্তিৰ চৰ্ত প্ৰকাশত পলম হোৱাৰ কাৰণ দৰ্শাই মাৰ্কিন উপ-ৰাষ্ট্ৰপতিৰ মন্তব্য

June 20, 2026 3:23 pm
ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

ফুটপাথেৰে খোজ কঢ়াটো মৌলিক অধিকাৰ; স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে

June 20, 2026 3:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd