• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেঙেৰীত ৮ লাখ টকাৰ ড্ৰাগছ জব্দ, আশাকৰ্মীসহ ৫ জনক আটক

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
October 9, 2020 10:58 am
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বৃহস্পতিবাৰে নিশা পেঙেৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীয়ে ৫ জন লোকক আটক কৰিছে।

উল্লেখ্য গোপন সূত্ৰৰ ভিত্তিত মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া পুনা গগৈ আৰু বৰডুমচা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লাৰ্ণিছ পেগুৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে ড্ৰাগছখিনি জব্দ কৰে।

Apply Now

আৰক্ষীয়ে ক্ৰেতাৰ ভাৱত ডেৰ লাখ টকাৰ বিনিময়ত ড্ৰাগছ ক্ৰয় কৰি হাতে-লোতে ধৰাৰ ব্লু- প্ৰিণ্ট ৰচে।

ড্ৰাগছ মাফিয়াৰ দলে ক্ৰেতাৰূপী আৰক্ষীৰ দলটোক নতুন গ্ৰাহক হোৱাৰ বাবে বৃহস্পতিবাৰৰ পুৱাৰ ভাগৰ পৰাই কেইবা ঠাইলৈ দৌৰাই অৱশেষত পেঙেৰীত লেনদেনৰ বাবে ৰয়গৈ।

আৰক্ষী পক্ষৰ ক্ৰেতাজনে ড্ৰাগছ ক্ৰয়ৰ বাবে লৈ যোৱা টকাখিনি গণনা কৰি থকা সময়তেই বৰডুমচাৰ পৰা লাৰ্ণিছ পেগুৰ নেতৃত্বত অহা আৰক্ষীৰ দল আৰু মাৰ্ঘেৰিটাৰ পৰা অহা মহকুমা আৰক্ষী বিষয়াৰ দলে পেঙেৰীৰ পেট্ৰ’ল পাম্পৰ নিকটৱৰ্তী পেঙেৰী- বৰডুমচা পথত এগৰাকী যুৱতীসহ ৪ জন লোক অহা ৰূপালী ৰঙৰ এ এছ ২৩ জি ৯৭৫৬৫ নম্বৰৰ মাৰুটি এল্ট’ খন আগভেটি ধৰে।

ধৃত ড্ৰাগছ মাফিয়া তথা আশা কৰ্মী কঁ‌ঠালগুৰি নিৱাসী ব্ৰজেন বৰুৱাৰ পত্নী ৰেখা বৰুৱা (৪০)সহ তেওঁৰ পুত্ৰ লক্ষ্যজিৎ বৰুৱা (১৯), বৰডুমচাৰ ২ নং মহঙৰ জগত দেউৰীৰ পুত্ৰ ভূপেন দেউৰী (৪৪), ইনথেমৰ প্ৰফুল্ল গিদিঙৰ পুত্ৰ মহেশ চিংফৌ (২৭) আৰু কঁ‌ঠালগুৰিৰ এজন নাৱালকৰ জিম্মাৰ পৰা দুটা টোপোলাত থকা প্ৰায় ২৭ গ্ৰাম ওজনৰ ‘হিৰ’ইন’ জব্দ কৰে।

ইয়াৰে লক্ষ্যজিৎ বৰুৱা  পেঙেৰী চাৰি আলিত ৰৈ থকাৰ পাছত ঘটনাক্ৰমে আৰক্ষীৰ জালত পৰে।

জানিব পৰা মতে ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ৮ লাখ টকা আৰু ইয়াৰ মূল্য ‘ব্ৰাউন ছুগাৰৰ মূল্যৰ দুগুণতকৈও অধিক।

হিৰ’ইনৰ টোপোলাটোৰ উপৰি এটা মোবাইল হেণ্ডছেট আৰু মাৰুতি এল্ট’খন জব্দ কৰি আৰক্ষীৰ দল ধৃত ৰেখাৰ কঁ‌ঠালগুৰিস্থিত বাসগৃহলৈ ৰাওনা হয়।

লেডী ড্ৰাগছ মাফিয়া ৰেখাক মাৰাথান জেৰা কৰিলে অধিক ড্ৰাগছ উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে।

উল্লেখ্য যে আশা কৰ্মী ৰেখা বৰুৱা দীৰ্ঘ দিনৰ পৰা ড্ৰাগছৰ বেহাৰে জড়িত থকাৰ অভিযোগ আছে। অভিযোগ অনুসৰি আশাকৰ্মী ৰেখাই আনকি ১০৮ বাহনেৰেও ড্ৰাগছ সৰবৰাহ কৰি আহিছিল।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd