• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিপদত ৰাইজৰ দল! ধন দাবী কৰাৰ অভিযোগত বহিস্কাৰ হ’ব নেকি আহ্বায়ক মনোজ গগৈ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 12, 2020 8:16 pm
534
VIEWS
Share on FacebookShare on Twitter

১১ অক্টোবৰ অৰ্থাৎ দেওবাৰে ট্ৰাকৰ পৰা ধন দাবী কৰাৰ অভিযোগত গৌৰীসাগৰ আৰক্ষীৰ জালত পৰিছিল ৰাইজৰ দলৰ আহ্বায়ক তথা অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ নেতা মনোজ গগৈ।

অৱশ্যে তেওঁ জামিন লাভ কৰিলে যদিও নতুনকৈ জন্ম লাভ কৰা ‘ৰাইজৰ দল’লৈ নামি আহিছে বিপদ। এই ঘটনাই ৰাইজৰ দলৰ নাক-কাণ কটা বুলিও একাশই মত পোষণ কৰে। ছ’চিয়েল মিডিয়াত ৰাইজৰ দল সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে।

সেয়েহে মনোজ গগৈৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পূৰ্ণ সম্ভাৱনা আছে ৰাইজৰ দলে।

এই সন্দৰ্ভত নৰ্থ-ইষ্ট নাওৰ সাংবাদিকৰে হোৱা টেলিফোনিক বাৰ্তালাপত ৰাইজৰ দলৰ মুখ্য আহ্বায়ক তথা অসমীয়া যুৱ মঞ্চৰ প্ৰধান সচিব জিতুল ডেকাই কয়, ‘সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমত কালিৰে পৰা প্ৰকাশিত বাতৰিৰ পাছতে আজি মনোজ গগৈক কৈফয়ৎ তলব কৰিছো। ঘটনাৰ সত্য-সত্যতা বিচাৰ কৰাৰ বাবে প্ৰচেষ্টা হাতত লৈছো।‘

’৪৮ ঘন্টাৰ ভিতৰত মনোজ গগৈক কিয় আহ্বায়ক পদৰ পৰা অপসাৰণ কৰা নহ’ব বা তেওঁৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নহ’ব তথা ঘটনাৰ সত্য-সত্যতা প্ৰমাণ কৰিবলৈ জাননী জাৰি কৰা হৈছে।‘ এইদৰে কয় জিতুল ডেকাই।

ইয়াৰ উপৰি, যদি সংবাদ মাধ্যমত প্ৰকাশিত বাতৰিৰ সত্যতা প্ৰমাণ হ’লে বা মনোজ গগৈয়ে নিজকে নিৰ্দোষী প্ৰমাণ কৰিব নোৱাৰিলে তেওঁৰ বিৰুদ্ধে ৰাইজৰ দলে ব্যৱস্থা গ্ৰহণ কৰিব বা দায়িত্বৰ পৰা অপসাৰণ কৰাৰ সম্ভাৱনাৰ কথা তেওঁ উল্লেখ কৰে।

Recent News

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd