• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ট্ৰেণ্ডিঙত বাঘৰ হিন্দুত্ব! এতিয়া কেনেকৈ হ’ব বাঘৰ বৰ্ণ, জাত-পাতৰ বিচাৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 12, 2020 8:24 pm
858
VIEWS
Share on FacebookShare on Twitter

আজিৰ দিনটোত ৰাজ্যত ট্ৰেণ্ডিঙত আছে বাঘ, গৰু মাংস আৰু হিন্দুত্ব। ছ’চিয়েল মিডিয়াত ইতিমধ্যে বিষয়টোক লৈ তুমুল আলোচনা চলা পৰিলক্ষিত হৈছে।

তেনে সময়তে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে নিতুপৰ্ণ ৰাজবংশীৰ এখন বিশেষ কাৰ্টুন।

য’ত বাঘটোৰ মুখত সংলাপ আকাৰে দিয়া হৈছে ‘হেৰা ভৌকেন্দ্ৰ! ধৰ্মটো দিলাই যেতিয়া এতিয়া মই উচ্ছ নে নিম্ন বৰ্ণৰ?, জাত-পাত কি তাকো ফাইনেল কৰি দিয়া!’

এই কাৰ্টুন তেওঁ নিজৰ ফেইচবুক পেজৰ পৰা আপলোড দিয়াৰ পাছতে বহুজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে কাৰ্টুনখন শ্বেয়াৰো কৰা দেখিবলৈ পোৱা গৈছে।

কাৰ্টুনখনৰ বিষয়ে বিশদভাৱে কথা পাতিবলৈ আমি টেলিফোনৰ জৰিয়তে সংযোগ স্থাপন কৰিছিলো কাৰ্টুনিষ্টগৰাকীৰ সৈতে।

এই সন্দৰ্ভত তেওঁ কয় ‘অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত সাম্প্ৰদায়িকতাৰ জৰিয়তে বিষবাস্প বিয়পাই থকা হৈছে। ধৰ্মৰ আলম লৈ ধৰ্মকে বিভ্ৰান্তি আৰু বদনাম কৰা হৈছে।  ৰাজনৈতিক পাক চক্ৰত পৰি ধৰ্মক নিজৰ স্বাৰ্থ সিদ্ধিত ব্যৱহাৰ কৰি থকাৰ দৰে হৈছে।‘

‘এনে পৰ্য্যায় পাইছেহি যে যিকোনো বস্তুকে এতিয়া ধৰ্মৰ বিচাৰ কৰিব লাগিব। মানুহৰ মাজত পৰম্পৰাগতভাৱে ধৰ্মীয় ব্যৱস্থা এটা চলি আহিছে কিন্তু অমাত জীৱ-জন্তুৰ ক্ষেত্ৰত ধৰ্মৰ কথা কাহানিও শুনা নাই। কাৰ্টুনখনত থকা বাঘটোৰ ওপৰত যিহেতু ধৰ্মটো জাপি দিয়া হ’ল যিহেতু এতিয়া বাঘটোৰ জাত-পাত বা বৰ্ণ কি হ’ব?’ কাৰ্টুনখনৰ ভাৱাৰ্থ বাখ্যা কৰি এইদৰে কয় ৰাজবংশীয়ে।

ইপিনে, কাৰ্টুনখনত থকা মুণ্ডহীন কেৱল জিভা ওলাই থকা চৰিত্ৰটোৰ জৰিয়তে মগজু থাকিও ব্যৱহাৰ নকৰা বা জানি-শুনিও ধৰ্মৰ নামত অযথা বিতৰ্কৰ সৃষ্টি কৰা এচামক বুজোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

Recent News

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

তালিবানে নিঃশেষ কৰি অহিছে পাকিস্তানক! চৰকাৰী বাহনত গ্ৰেনেড আক্ৰমণ, নিহত ৫ জন

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd