• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ট্ৰেণ্ডিঙত বাঘৰ হিন্দুত্ব! এতিয়া কেনেকৈ হ’ব বাঘৰ বৰ্ণ, জাত-পাতৰ বিচাৰ?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 12, 2020 8:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিৰ দিনটোত ৰাজ্যত ট্ৰেণ্ডিঙত আছে বাঘ, গৰু মাংস আৰু হিন্দুত্ব। ছ’চিয়েল মিডিয়াত ইতিমধ্যে বিষয়টোক লৈ তুমুল আলোচনা চলা পৰিলক্ষিত হৈছে।

তেনে সময়তে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে নিতুপৰ্ণ ৰাজবংশীৰ এখন বিশেষ কাৰ্টুন।

Apply Now

য’ত বাঘটোৰ মুখত সংলাপ আকাৰে দিয়া হৈছে ‘হেৰা ভৌকেন্দ্ৰ! ধৰ্মটো দিলাই যেতিয়া এতিয়া মই উচ্ছ নে নিম্ন বৰ্ণৰ?, জাত-পাত কি তাকো ফাইনেল কৰি দিয়া!’

এই কাৰ্টুন তেওঁ নিজৰ ফেইচবুক পেজৰ পৰা আপলোড দিয়াৰ পাছতে বহুজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে কাৰ্টুনখন শ্বেয়াৰো কৰা দেখিবলৈ পোৱা গৈছে।

কাৰ্টুনখনৰ বিষয়ে বিশদভাৱে কথা পাতিবলৈ আমি টেলিফোনৰ জৰিয়তে সংযোগ স্থাপন কৰিছিলো কাৰ্টুনিষ্টগৰাকীৰ সৈতে।

এই সন্দৰ্ভত তেওঁ কয় ‘অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত সাম্প্ৰদায়িকতাৰ জৰিয়তে বিষবাস্প বিয়পাই থকা হৈছে। ধৰ্মৰ আলম লৈ ধৰ্মকে বিভ্ৰান্তি আৰু বদনাম কৰা হৈছে।  ৰাজনৈতিক পাক চক্ৰত পৰি ধৰ্মক নিজৰ স্বাৰ্থ সিদ্ধিত ব্যৱহাৰ কৰি থকাৰ দৰে হৈছে।‘

‘এনে পৰ্য্যায় পাইছেহি যে যিকোনো বস্তুকে এতিয়া ধৰ্মৰ বিচাৰ কৰিব লাগিব। মানুহৰ মাজত পৰম্পৰাগতভাৱে ধৰ্মীয় ব্যৱস্থা এটা চলি আহিছে কিন্তু অমাত জীৱ-জন্তুৰ ক্ষেত্ৰত ধৰ্মৰ কথা কাহানিও শুনা নাই। কাৰ্টুনখনত থকা বাঘটোৰ ওপৰত যিহেতু ধৰ্মটো জাপি দিয়া হ’ল যিহেতু এতিয়া বাঘটোৰ জাত-পাত বা বৰ্ণ কি হ’ব?’ কাৰ্টুনখনৰ ভাৱাৰ্থ বাখ্যা কৰি এইদৰে কয় ৰাজবংশীয়ে।

ইপিনে, কাৰ্টুনখনত থকা মুণ্ডহীন কেৱল জিভা ওলাই থকা চৰিত্ৰটোৰ জৰিয়তে মগজু থাকিও ব্যৱহাৰ নকৰা বা জানি-শুনিও ধৰ্মৰ নামত অযথা বিতৰ্কৰ সৃষ্টি কৰা এচামক বুজোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“৫ বছৰীয়া সন্মতিপূৰ্ণ সম্পৰ্কক ধৰ্ষণ আখ্যা দিব নোৱাৰি”: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

“৫ বছৰীয়া সন্মতিপূৰ্ণ সম্পৰ্কক ধৰ্ষণ আখ্যা দিব নোৱাৰি”: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 20, 2026 11:37 am
মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

June 20, 2026 11:05 am
কৰ্ণাটকত বুমেৰাং হ’ল অপাৰেচন ‘লোটাছ’; মাষ্টাৰমাইণ্ড শিৱকুমাৰ, নিজৰ অস্ত্ৰতে ধৰাশায়ী বিজেপি

কৰ্ণাটকত বুমেৰাং হ’ল অপাৰেচন ‘লোটাছ’; মাষ্টাৰমাইণ্ড শিৱকুমাৰ, নিজৰ অস্ত্ৰতে ধৰাশায়ী বিজেপি

June 20, 2026 10:55 am
চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

চাৰধাম যাত্ৰাত ৩৭ লাখৰো অধিক তীৰ্থযাত্ৰীৰ ভিৰ : আনহাতে প্ৰাণ হেৰুৱালে ১৯৮ গৰাকী ভক্তই

June 20, 2026 10:18 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“৫ বছৰীয়া সন্মতিপূৰ্ণ সম্পৰ্কক ধৰ্ষণ আখ্যা দিব নোৱাৰি”: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

“৫ বছৰীয়া সন্মতিপূৰ্ণ সম্পৰ্কক ধৰ্ষণ আখ্যা দিব নোৱাৰি”: এলাহাবাদ উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়

June 20, 2026 11:37 am
মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

মহাৰাষ্ট্ৰত খাদ্য বিষক্ৰিয়া : একেখন দোকানৰ খাদ্য খাই ৫৯ জন লোক চিকিৎসালয়ত ভৰ্তি

June 20, 2026 11:05 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd