• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় সেনাৰ মুৰব্বী নাৰাভানে হ’ব নেপালৰ সেনাৰ জেনেৰেল! ৰহস্য কি?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 14, 2020 8:14 pm
20200114207
1.1k
VIEWS
Share on FacebookShare on Twitter

ভাৰত আৰু চীনৰ মাজত লাডাখ সংকটকলৈ উত্তেজনা অব্যাহত থকাৰ মাজতে ভাৰতৰ চুবুৰীয়া দেশ নেপালেও ভাৰতৰ ওপৰত বিভিন্ন ধৰণে হেঁচা প্ৰয়োগ কৰি আহিছে।

বিশেষকৈ নেপালে ভাৰতৰ লিপুলেখ, কালাপানী আদি অঞ্চল সামৰি নতুন মানচিত্ৰ প্ৰকাশ কৰাৰ পিছতে ভাৰতৰ সৈতে নেপালৰ সম্পৰ্কৰ অধিক অৱনতি ঘটিছিল।

এনে জটিলতাৰ মাজতে ভাৰতৰ সেনা প্ৰধান এম এম নাৰাভানেই নেপালী সেনাৰ জেনেৰেল হ’বলৈ ওলোৱা কথাই বিশেষ তাৎপৰ্য বহন কৰিছে।

নৱেম্বৰ মাহৰ প্ৰথম ভাগতে ভাৰতৰ সেনা প্ৰধান গৰাকীয়ে নেপাললৈ যাব।

উল্লেখ্য ভাৰত-নেপালৰ মাজত সংঘাত চলি থাকিলেও নেপালে ভাৰতৰ সেনা প্ৰধান গৰাকীক দেশ খনৰ সেনা বাহিনীৰ সৰ্বোচ্চ সন্মাণ ‘জেনেৰেল অৱ নেপালী আৰ্মী’ সন্মাণ প্ৰদান কৰিবলৈ সিদ্দান্ত লৈছে।

সেই মৰ্মে নেপালৰ ৰাষ্ট্ৰপতি বি্দ্যা দেৱী ভাণ্ডাৰীয়ে ভাৰতৰ সেনা প্ৰধান গৰাকীক এই সন্মাণ প্ৰদান কৰিব বুলি নেপাল চৰকাৰৰ সূত্ৰই প্ৰকাশ কৰিছে।

তাৎপৰ্যপূৰ্ণ কথাটো হ’ল চীনৰ প্ৰৰোচনাতে নেপালে শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে নানান ষড়যন্ত্ৰত লিপ্ত হৈছে।

ভাৰতৰ সৈতে সীমা সমস্যাক লৈ নেপালে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰাও পৰিলক্ষিত হৈছে ।

এনে পৰিস্থিতিৰ মাজতে নেপালে ভাৰতৰ সেনা প্ৰধানক নেপালী সেনাৰ জেনেৰেল হিচাবে সন্মাণিত কৰিবলৈ ওলোৱাৰ কথা বিশেষ তাৎপৰ্য বহন কৰিছে।

Recent News

হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ এন এল ইউ গুৱাহাটীৰ ছাত্ৰ

হোষ্টেলৰ কোঠাত মৃত অৱস্থাত উদ্ধাৰ এন এল ইউ গুৱাহাটীৰ ছাত্ৰ

বিত্তীয় সাহায্যৰ অভাৱত ভুগিছে ভাৰতৰ ৮৯ বিলিয়ন ডলাৰৰ স্বচ্ছ উদ্যোগ পাইপলাইনঃ প্ৰতিবেদনত প্ৰকাশ উদ্বেগজনক তথ্য

বিত্তীয় সাহায্যৰ অভাৱত ভুগিছে ভাৰতৰ ৮৯ বিলিয়ন ডলাৰৰ স্বচ্ছ উদ্যোগ পাইপলাইনঃ প্ৰতিবেদনত প্ৰকাশ উদ্বেগজনক তথ্য

‘ভাৰতীয় সংবিধান কেৱল শাসনৰে নহয়, ই সমাজ পৰিৱৰ্তনৰো এক আহিলা’:  সংবিধান সন্দৰ্ভত গুৰুত্ব পূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ

‘ভাৰতীয় সংবিধান কেৱল শাসনৰে নহয়, ই সমাজ পৰিৱৰ্তনৰো এক আহিলা’:  সংবিধান সন্দৰ্ভত গুৰুত্ব পূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ

এইবাৰ স্পাইচজেটৰ বিমানৰ কাৰিকৰী ত্ৰুটিঃ জৰুৰীভাৱে অৱতৰণ

এইবাৰ স্পাইচজেটৰ বিমানৰ কাৰিকৰী ত্ৰুটিঃ জৰুৰীভাৱে অৱতৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd