• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিত মোহভংগ! অৰ্ধ শতাধিক সমৰ্থকসহ আম আদমি পাৰ্টীত যোগদান জাতীয়তাবাদী নেতাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 19, 2020 8:49 am
AAm Admi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধানসভা নিৰ্বাচনলৈ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধিৰ মাজতে শাসকীয় বিজেপিৰ প্ৰতি একাংশ নেতা-কৰ্মীৰ মোহভংগ ঘটিছে।

এসময়ৰ বিজেপিৰ বলিষ্ঠ জাতীয়তাবাদী নেতা তথা মাতৃভূমি সুৰক্ষা পৰিষদৰ সভাপতি ৰাজ নাৰায়ণ বৰাই গেৰুৱা দলটোৰ অসম তথা অসমীয়াবিৰোধী কেতবোৰ কাম-কাজত অসন্তুষ্ট হৈ আম আদমি পাৰ্টীত যোগদান কৰে।

Apply Now

তেওঁৰ লগতে মাতৃভূমি সুৰক্ষা পৰিষদৰ পঞ্চাশজন সদস্য তথা বিষয়ববীয়াও আপত যোগদান কৰে।

অনাগত দিনত সংগঠনটোৰ আন আন সদস্যয়ো আনুষ্ঠানিকভাৱে আপত যোগদান কৰিব বুলি জানিবলৈ দিছে নেতাগৰাকীয়ে।

অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে গঠন হোৱা আম আদমি পাৰ্টীয়ে জনতাৰ মৌলিক সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰি দিল্লীৰ লগতে দেশৰ সচেতন জনতাৰ মন জয় কৰিবলৈ সক্ষম হোৱাৰ বাবেই দলটোৰ প্ৰতি এনেদৰে বিভিন্ন শ্ৰেণীৰ লোক আকৰ্ষিত হৈ পৰা বুলি প্ৰকাশ কৰিছে নেতাসকলে।

আম আদমি পাৰ্টীৰ মূল্যবোধৰ ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ বিজেপিৰ এসময়ৰ সক্ৰিয় নেতা ৰাজ নাৰায়ন বৰাৰ লগতে তেওঁৰ সমৰ্থকসকলে আপ, অসমৰ ৰাজ্যিক সমন্বয়ক ডা° ভৱেন চৌধুৰী, ৰাজ্যিক গণমাধ্যম বিষয়ক গোটৰ সমন্বয়ক হেমন্ত ফুকন আৰু নগাঁও জিলা সমন্বয়ক নুৰুল হাছানৰ উপস্থিতিত আম আদমি পাৰ্টীত যোগদান কৰে।

এই অনুষ্ঠানত নগাঁও জিলাৰ কাৰ্মকৰ্তাসকলো উপস্থিত থাকে। দলত যোগদান কৰা নতুন সদস্যসকলে আপৰ শপতবাক্য পাঠ কৰি মূল্যবোধৰ ৰাজনীতিৰে এখন নতুন অসম প্ৰতিষ্ঠাৰ সংকল্প গ্ৰহণ কৰে।

আগন্তুক দিনত তেওঁলোকে নিষ্ঠাৰে দলৰ কাম কৰি, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ঠিয় দি ক্ষমতা বিকেন্দ্ৰীকৰণৰ জৰিয়তে প্ৰতিজন নাগৰিকৰ পূৰ্ণ বিকাশেৰে এখন সমৃদ্ধিশালী অসম গঢ়ি তোলাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd