• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপিত মোহভংগ! অৰ্ধ শতাধিক সমৰ্থকসহ আম আদমি পাৰ্টীত যোগদান জাতীয়তাবাদী নেতাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 19, 2020 8:49 am
AAm Admi
14.7k
VIEWS
Share on FacebookShare on Twitter

বিধানসভা নিৰ্বাচনলৈ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী তৎপৰতা বৃদ্ধিৰ মাজতে শাসকীয় বিজেপিৰ প্ৰতি একাংশ নেতা-কৰ্মীৰ মোহভংগ ঘটিছে।

এসময়ৰ বিজেপিৰ বলিষ্ঠ জাতীয়তাবাদী নেতা তথা মাতৃভূমি সুৰক্ষা পৰিষদৰ সভাপতি ৰাজ নাৰায়ণ বৰাই গেৰুৱা দলটোৰ অসম তথা অসমীয়াবিৰোধী কেতবোৰ কাম-কাজত অসন্তুষ্ট হৈ আম আদমি পাৰ্টীত যোগদান কৰে।

তেওঁৰ লগতে মাতৃভূমি সুৰক্ষা পৰিষদৰ পঞ্চাশজন সদস্য তথা বিষয়ববীয়াও আপত যোগদান কৰে।

অনাগত দিনত সংগঠনটোৰ আন আন সদস্যয়ো আনুষ্ঠানিকভাৱে আপত যোগদান কৰিব বুলি জানিবলৈ দিছে নেতাগৰাকীয়ে।

অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে গঠন হোৱা আম আদমি পাৰ্টীয়ে জনতাৰ মৌলিক সমস্যা সমাধানত গুৰুত্ব আৰোপ কৰি দিল্লীৰ লগতে দেশৰ সচেতন জনতাৰ মন জয় কৰিবলৈ সক্ষম হোৱাৰ বাবেই দলটোৰ প্ৰতি এনেদৰে বিভিন্ন শ্ৰেণীৰ লোক আকৰ্ষিত হৈ পৰা বুলি প্ৰকাশ কৰিছে নেতাসকলে।

আম আদমি পাৰ্টীৰ মূল্যবোধৰ ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈ বিজেপিৰ এসময়ৰ সক্ৰিয় নেতা ৰাজ নাৰায়ন বৰাৰ লগতে তেওঁৰ সমৰ্থকসকলে আপ, অসমৰ ৰাজ্যিক সমন্বয়ক ডা° ভৱেন চৌধুৰী, ৰাজ্যিক গণমাধ্যম বিষয়ক গোটৰ সমন্বয়ক হেমন্ত ফুকন আৰু নগাঁও জিলা সমন্বয়ক নুৰুল হাছানৰ উপস্থিতিত আম আদমি পাৰ্টীত যোগদান কৰে।

এই অনুষ্ঠানত নগাঁও জিলাৰ কাৰ্মকৰ্তাসকলো উপস্থিত থাকে। দলত যোগদান কৰা নতুন সদস্যসকলে আপৰ শপতবাক্য পাঠ কৰি মূল্যবোধৰ ৰাজনীতিৰে এখন নতুন অসম প্ৰতিষ্ঠাৰ সংকল্প গ্ৰহণ কৰে।

আগন্তুক দিনত তেওঁলোকে নিষ্ঠাৰে দলৰ কাম কৰি, ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ঠিয় দি ক্ষমতা বিকেন্দ্ৰীকৰণৰ জৰিয়তে প্ৰতিজন নাগৰিকৰ পূৰ্ণ বিকাশেৰে এখন সমৃদ্ধিশালী অসম গঢ়ি তোলাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হয়।

Recent News

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

নয়ন অসমৰ অন্ত্যোষ্টিক্ৰিয়া চলি থকাৰ সময়তে আলফা(স্বা)ৰ শিবিৰত সেনাৰ মিছাইল আক্ৰমণ! নিহত কৰ্ণেল প্ৰদীপ অসম

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা আছিল নেকি? ৬৩ দিনৰ যুদ্ধবিৰতিৰ পাছত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কি ক’লে?

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

কংগ্ৰেছ নেতাৰ অধিক প্ৰশংসা! ৰাজস্থানৰ পাঠ্যপুথিত নিষিদ্ধ কৰা হ’ল কংগ্ৰেছৰ অৱদান সম্পৰ্কে থকা পাঠ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd