• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আলফা (স্বাঃ)ৰ দুৰ্ধৰ্ষ নেতা দৃষ্টি ৰাজখোৱাক বিচাৰি বাংলাদেশত অভিযান

সুবীৰ ভৌমিক by সুবীৰ ভৌমিক
October 20, 2020 10:36 am
দৃষ্টি ৰাজখোৱাৰ ফাইল ছবি

দৃষ্টি ৰাজখোৱাৰ ফাইল ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশ সুৰক্ষা বাহিনীয়ে চিলেট অঞ্চলত আলফা(স্বা:)ৰ এগৰাকী দুৰ্ধৰ্ষ নেতাক বিচাৰি অভিযান চলাই থকাৰ কথা এক সূত্ৰৰ পৰা জানিব পৰা গৈছে।

যোৱা সপ্তাহত পাকিস্তান উচ্চায়ুক্ত ইমৰান আহমেদ ছিদ্দিকে জাফলং অঞ্চলত চুটী অতিবাহিত কৰি থকাৰ সময়তে উক্ত অঞ্চলত শীৰ্ষ আলফা নেতাজনেও বাহৰ পাতি থকাৰ কথা জানিছিল দেশখনৰ চোৰাংচোৱা সংস্থাই।

Apply Now

ইমৰানে চিলেটলৈ বি এন পিৰ মেয়ৰ আৰিফুল হক চৌধুৰীক সাক্ষাৎ কৰিব আহিছিল। কিন্তু চৌধুৰীয়ে শেষ মূহুৰ্তত ইমৰানক সাক্ষাৎ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অৱশ্যে চিলেট কৰ্পৰেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়াই পাকিস্তানৰ উচ্চাযুক্ত গৰাকীক সাক্ষাৎ কৰে।

‘জাফলং ৰিজৰ্টত ছিদ্দিক আৰু সেই একে সময়তে উক্ত অঞ্চলত দৃষ্টি ৰাজখোৱাৰ উপস্থিতিয়ে এখন গোপন বৈঠকত মিলিত হোৱাৰ সন্দেহ জগাই তুলিছে’, এগৰাকী বিষয়াই এইদৰে কয়।

‘আমি ঘটনাৰ সবিশেষ উদ্ঘাটনৰ চেষ্টা চলাই আছো’, বিষয়াগৰাকীয়ে কয়।

ইফালে আলফাৰ শেহতীয়া এই গতিবিধিত কিছু শংকিত হৈ পৰিছে ভাৰতীয় চোৰাংচোৱা সংস্থা।

‘পাকিস্তানে ধাকাস্থিত উচ্চ আয়ুক্তৰ ব্যৱহাৰৰ পুৰণা খেলখনৰ জৰিয়তে ভাৰতৰ উত্তৰ-পূবত পুনৰ সমস্যা সৃষ্টি কৰাৰ চেষ্টা চলাইছে’, প্ৰাক্তন ইণ্টেলিজেন্স বিউৰ’ বিষয়া বেণু ঘোষে এইদৰে কয়।

ভাৰতীয় চোৰাংচোৱা সংস্থাই লাভ কৰা তথ্য অনুসৰি বৰ্তমান পৰেশ বৰুৱাৰ পিছতে আলফা (স্বা)ৰ দ্বিতীয় গৰাকী প্ৰধান সেনা ৰাজখোৱা এই মাহৰ প্ৰথমতে মেঘালয়ৰ গাৰো পাহৰৰ মেন্দিপথাৰত আছিল।

ইফালে নাম প্ৰকাশৰ পৰা অনিচ্ছুক এগৰাকী চোৰাংচোৱা বিষয়াই কয়, ‘নিশ্চয় এক উদ্দেশ্যে লৈয়ে দৃষ্টি ৰাজখোৱাই সীমা পাৰ হৈছিল’।

উল্লেখ্য যে, পৰেশ বৰুৱাই সংগঠনটোৰ অসমৰ পশ্চিম অঞ্চলৰ গতি বিধি ৰাজখোৱাৰ ওপৰত নিৰ্ভৰ কৰিয়েই চলি আছে আৰু তেওঁ চিনা-বাৰ্মিজ সীমান্তৰ তেনচং-ৰুইলি অঞ্চলত নিৰাপদে আছে।

স্মৰ্তব্য যে, ২০০৯ চনৰ সংসদীয় নিৰ্বাচনৰ পূৰ্বেও বাংলাদেশৰ সুৰক্ষা বাহিনীয়ে দৃষ্টি ৰাজখোৱাক কৰায়ত্ত কৰাৰ আপ্ৰাণ চেষ্টা চলাইছিল।

সুবীৰ ভৌমিক

সুবীৰ ভৌমিক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd