• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষ্ণাইৰ যুৱ সাংস্কৃতিক কৰ্মী চিন্ময় নাথৰ পৰলোক : বিভিন্ন দল সংগঠনৰ শেষ শ্ৰদ্ধা জ্ঞাপন

নীলমণি শৰ্মা by নীলমণি শৰ্মা
October 20, 2020 2:13 pm
FB_IMG_1603180431486
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপাৰা জিলাৰ কৃষ্ণাই অঞ্চলৰ যুৱ সাংস্কৃতিক কৰ্মী চিন্ময় নাথ (৫৬)ৰ কালি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পৰলোকপ্ৰাপ্তি ঘটে৷উচ্চ ৰক্তচাপজনিত ৰোগত বিগত প্ৰায় এপষেক কাল ধৰি চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা চিন্ময় নাথে কালি আবেলি শেষ নিশ্বাস ত্যাগ কৰে৷

কৃষ্ণাইৰ প্ৰয়াত চিকিৎসক ডা° ৰমেশ চন্দ্ৰ নাথৰ কনিষ্ঠ পুত্ৰ চিন্ময় নাথ পেশাত এখন ফাৰ্মাচীৰ স্বত্বাধিকাৰী আছিল যদিও অঞ্চলটোৰ লগতে সমগ্ৰ জিলাখনতে তেওঁ পৰিচিত আছিল এজন সাংস্কৃতিক কৰ্মী ৰূপেহে৷ বিশেষকৈ গোৱালপৰীয়া লোকগীতক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰা নাথে “অন দ্য ষ্ট্ৰীট” নামৰ এটা অনুষ্ঠানৰ জৰিয়তে নিজৰ অভিযান অব্যাহত ৰাখিছিল৷

Apply Now

নিজে সভাপতিৰ দায়িত্বত অধিষ্ঠিত চিন্ময় নাথে ‘অন দ্য ষ্ট্ৰীট’ৰ মজিয়াত গোৱালপৰীয়া লোক গীতৰ বিভিন্ন কৰ্মশালা, আলোচনা চক্ৰৰ আয়োজন কৰাৰ বিপৰীতে সমাজৰ পৰা হেৰাই যাব ধৰা থলুৱা বাদ্যযন্ত্ৰসমূহক নতুন প্ৰজন্মৰ সৈতে পৰিচয় কৰি দিয়াৰ বাবেও প্ৰচেষ্টা অব্যাহত ৰাখিছিল৷

চিন্ময় নাথ কৃষ্ণাই আঞ্চলিক ছাত্ৰ সন্থা, কৃষ্ণাই আঞ্চলিক ৰঙালী বিহু সন্মিলনী আদিকে ধৰি অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল৷

অতি নম্ৰ স্বভাৱৰ মৃদু ভাষী লোকজনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে সমগ্ৰ কৃষ্ণাই অঞ্চলতে শোকৰ ছাঁ বিয়পি পৰে৷

নাথৰ নশ্বৰ দেহ কালি নিশাই কৃষ্ণাই বজাৰস্থিত নিজ বাসভৱনলৈ লৈ অনা হয় যদিও আজি পুৱাহে শেষকৃত্য সম্পন্ন কৰা হয়৷

আজি পুৱা অন্তিম যাত্ৰা কালত প্ৰয়াত সাংস্কৃতিক কৰ্মীজনৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে কৃষ্ণাই প্ৰেছ ক্লাৱ, কৃষ্ণাই আঞ্চলিক ছাত্ৰ সন্থা, কৃষ্ণাই আঞ্চলিক আক্ৰাছু, কৃষ্ণাই আঞ্চলিক আমছু, গোৱালপাৰা জিলা সাহিত্য সভা,সাংবাদিক কৰ্ম পৰিষদ,অসমৰ গোৱালপাৰা জিলা সমিতিৰ লগতে অজস্ৰ গুণমুগ্ধই৷

চিন্ময় নাথে মৃত্যুৰ সময়ত পত্নী,একমাত্ৰ জীয়ৰী, ককায়েক বৌৱেক আৰু অলেখ আত্মীয় কুটুম্বক ইহ সংসাৰত এৰি থৈ যায়৷

নীলমণি শৰ্মা

নীলমণি শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd