• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাটৰ ডাবিডুৰিত অসম অগৰ আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

অগৰ আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰ শ্বহীদ কুশল কোঁৱৰৰ নামেৰে নামাকৰণ কৰা হ’ব

এন ই নাও নিউজ by এন ই নাও নিউজ
October 21, 2020 7:29 pm
DSC_5337
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাজ্যখনৰ ঔদ্যোগিক খণ্ডৰ উত্তৰণৰ এক বৃহৎ পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি গোলাঘাট জিলাৰ ডাবিডুবিত দেশৰ ভিতৰতে প্রথম অসম অগৰ আন্তর্জাতিক বাণিজ্য কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে। দেশৰ ভিতৰতে প্রথম এই আন্তর্জাতিক অগৰ বাণিজ্য কেন্দ্ৰই ৰাজ্যখনৰ অগৰ উৎপাদনকাৰী আৰু ইয়াৰ লগত জড়িত উদ্যোগীসকলৰ ব্যৱসায়িক সম্ভাৱনীয়তা বিকশাই তোলাৰ দিশত বিশেষভাৱে সহায় কৰিব।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী সোণোৱালে বৰ্তমানৰ ৰাজ্য চৰকাৰখনলৈ আগবঢ়াই অহা সহায়-সহযোগিতাৰ বাবে ৰাজ্যখনৰ জনসাধাৰণলৈ ধন্যবাদ জ্ঞাপন কৰি কয় যে অসম অগৰ আন্তর্জাতিক বাণিজ্য কেন্দ্ৰই ৰাজ্যখনক আত্মনিৰ্ভৰশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ দিশত এক বৃহৎ পদক্ষেপ হিচাপে বিবেচিত হ’ব।

Apply Now

২০২২ চনৰ ভিতৰত ৰাজ্যখনৰ কৃষকসকলৰ আয় দুগুণলৈ বৃদ্ধি কৰাৰ লক্ষ্য বাস্তৱায়িত কৰাৰ দিশত ৰাজ্য চৰকাৰৰ দায়ৱদ্ধতাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অগৰ আন্তর্জাতিক বাণিজ্য কেন্দ্ৰ এই পদক্ষেপসমূহৰ ভিতৰত এক বৃহৎ পদক্ষেপ বুলিও উল্লেখ কৰে।

ৰাজ্যখনৰ ঔদ্যোগিক বিকাশৰ দিশত বৰ্তমানৰ ৰাজ্য চৰকাৰখনে লোৱা পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰখনে শাসনভাৰ লোৱাৰ পিছতেই ৰাজ্যখনৰ ওদ্যোগিক বিকাশৰ দিশত সহায়ক হোৱাকৈ চৰকাৰখনে ‘এডভাণ্টেজ আছাম শীৰ্ষক বিশ্ব বিনিয়োগ সন্মিলনৰ আয়োজন কৰিছিল।

এই বিশ্ব বিনিয়োগ সন্মিলনতে ৰাজ্যখনত ৭৯ হাজাৰ কোটি টকাৰ বিনিয়োগৰ প্রতিশ্ৰুতিৰে ২৪০ খনতকৈও অধিক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল বুলিও মুখ্যমনত্ৰীয়ে কয়।

ইয়াৰ ভিতৰত ৪০ হাজাৰ কোটি টকা ইতিমধ্যে বিভিন্ন খণ্ডত বিনিয়োগেৰে ৰাজ্যখনৰ ওদ্যোগিক বিকাশৰ দিশত এক অনুকূল পৰিৱেশ সৃষ্টি হৈছে বুলিও মুখ্যমনত্ৰীয়ে কয়।

বিকাশৰ এই দ্ৰুত ধাৰা অব্যাহত আছে যদিও ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ সৰ্বাংগীন কল্যাণৰ বাবে চৰকাৰখনে ‘ভৱিষ্যতেও এক সঠিক পৰিকল্পনাৰে আগবঢ়াৰ বাবে পদক্ষেপ লৈছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

শ্বহীদ কুশল কোঁৱৰৰ প্ৰতি উপযুক্ত সন্মান প্রদৰ্শন কৰাৰ বাবে অসম অগৰ আন্তৰ্জাতিক বাণিজ্য কেন্দ্ৰটো শ্বহীদ গৰাকীৰ নামেৰে নামাকৰণ কৰা হ’ব বুলিও মুখ্যমন্্ৰীয়ে ঘোষণা কৰে।

অনুষ্ঠানত বক্তব্য প্রদান কৰি উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্যখনৰ সামগ্ৰিক উদ্যোগিক উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গ্রহণ কৰা বলিষ্ঠ পদক্ষেপৰ শলাগ লয়। এই অগৰ বাণিজ্য কেন্দ্ৰটোৰ নিৰ্মাণ নিৰ্দ্ধাৰিত সময়ৰ ভিতৰতে নিশ্চিত কৰাৰ বাবে উদ্যোগ আৰু বাণিজ্য বিভাগে বিশেষ পদক্ষেপ ল’ব বুলিও তেওঁ কয়।

উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত সচিব ডঃ কে কে দ্বিৱেদীয়ে আদৰণি ভাষণ প্রদান কৰা আজিৰ এই অনুষ্ঠানত কৃষি মন্ত্ৰী অতুল বৰা, খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াইও ভাষণ প্রদান কৰে।

অনুষ্ঠানত লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক ঋতুপৰ্ণ বৰুৱা, অসম ওদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ মিছন ৰঞ্জন দাস, উপাধ্যক্ষ জিতু তালুকদাৰ, অসম চাহ নিগম লিমিটেডৰ অধ্যক্ষ অমিয় কুমাৰ বৰা, অসম সংখ্যালঘু উন্নয়ন পৰিষদৰ অধ্যক্ষ মমিনুল আৱাল, নুমলীগড় শোধনাগাৰ লিমিটেডৰ পৰিচালন সঞ্চালক এছ কে বৰুৱাকে ধৰি অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

ৰামলীলা ময়দানত প্ৰতিবাদৰ অনুমতি; কিন্তু বুকিং খৰচেই ১.২১ লাখ টকা, চাপত বিৰোধী?

October 13, 2026 11:01 am
জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

জ্ঞানেশ কুমাৰৰ অপসাৰণৰ দাবীত কেৰালা বিধানসভাত গৃহীত প্ৰস্তাৱ

October 13, 2026 10:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd