• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ৭৭ লাখ অতিক্ৰম, ২৪ ঘণ্টাত ৫৫,৮৩৯ গৰাকী আক্ৰান্ত

এন ই নাও নিউজ by এন ই নাও নিউজ
October 22, 2020 10:49 am
483a53ff2834a2b597d720d548a82b0a03c1f5ffc180c5419e994085f9afe9e6
757
VIEWS
Share on FacebookShare on Twitter

ভাৰতত ক’ভিড আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৭৭ লাখৰ ঘৰ। অৱশ্যে ইয়াৰে ৬৮ লাখ ৭৪ হাজাৰ লোক সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে।

বৰ্তমান দেশত সক্ৰিয় ৰোগীৰ সংখ্যা হ্ৰাস পাই ৭ লাখ ১৫ হাজাৰ হোৱাৰ বিপৰীতে ১ লাখ ১৬ হাজাৰ ৬১৬ গৰাকীয়ে প্ৰাণ হেৰুৱাইছে।

স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি যোৱা ২৪ ঘণ্টাত ৫৫,৮৩৯ গৰাকী লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে আৰু মৃত্যু ঘটিছে ৭০২ গৰাকীৰ।

আনহাতে বিগত ২৪ ঘণ্টাত মুঠ ৭৯,৪১৫ গৰাকী সম্পূৰ্ণৰূপে সুস্থ হৈ গৰলৈ উভতিছে।

উল্লেখ্য যে বৰ্তমান আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যাৰ দিশেৰে আমেৰিকাৰ পিছতেই দ্বিতীয় স্থানত আছে ভাৰত।

ইফালে আই চি এম আৰে জনোৱা অনুসৰি ২১ অক্টোবৰলৈকে ভাৰতত সৰ্বমুঠ ৯ কোটি ৮৬ লাখ লোকৰ ক’ৰ’না টেষ্ট কৰা হৈছে।

ইয়াৰে বুধাবৰৰ দিনটোত ১৪.৬৯ লাখ লোকৰ টেষ্ট কৰা হৈছে। পজিটিভৰ হাৰ হৈছে প্ৰায় ৫ শতাংশ।

ইফালে দেশৰ ভিতৰত সৰ্বাধিক সক্ৰিয় ৰোগীৰ সংখ্যা মহাৰাষ্ট্ৰত আৰু দ্বিতীয় স্থানত আছেও কৰ্ণাটক। দুয়োখন ৰাজ্যত এতিয়াও ৫০ হাজাৰৰো অধিক লোক চিকিৎসাধীন হৈ আছে।

Tags: COVID-19

Recent News

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd