• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সুশান্তৰ মৃত্যুৰ এইমছৰ ৰিপ’ৰ্টৰ পুনৰীক্ষণৰ আৰ্জি জনাই প্ৰধান মন্ত্ৰীলৈ পত্ৰ বিজেপি সাংসদ স্বামীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 23, 2020 1:16 pm
Swami writes PM Modi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুশান্ত সিং ৰাজপুতৰ হত্যাৰ সম্ভাৱনা সম্পূৰ্ণ নস্যাৎ কৰিছে এইমছে। ইয়াৰ ফৰেইনছিক বিভাগৰ মুৰব্বী ডাঃ সুধীৰ গুপ্তাই স্পষ্ট কৰি দিছে যে বলীউদ অভিনেতা সুশান্ত সিং ৰাজপুতে আত্মহত্যাই কৰিছে।

এইবাৰ সেই মেডিকেল ৰিপ’ৰ্টটোৰ পুনৰীক্ষণ কৰাৰ আৰ্জি জনাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক পত্ৰ লিখিছে বিজেপিৰ সাংসদ সুব্ৰমনিয়াম স্বামীয়ে।

Apply Now

স্বামীয়ে তেওঁৰ পত্ৰত এইমছৰ ৰিপ’ৰ্টৰ কিছুমান আসোঁৱাহৰ কথা উল্লেখ কৰিছে।

বৃহস্পতিবাৰে এক টুইটত স্বামীয়ে লিখিছে,’’ যদি সুশান্ত সিং ৰাজপুতৰ মৰণোত্তৰ পৰীক্ষা সম্পৰ্কত ডাঃ সুধীৰ গুপ্তা কমিটিৰ পৰ্যালোচনাৰ পুনৰীক্ষণৰ সন্দৰ্ভত প্ৰধান মন্ত্ৰীৰ পৰা কোনো সদুত্তৰ নাপাওঁ, তেনেহ’লে জনস্বাৰ্থজনিত গোচৰ তৰাৰ মোৰ অধিকাৰ আছে। অনুচ্ছেদ ১৯আৰু ২১ৰ অধীনত সুশান্তৰ জীৱন কেনেকুৱা বঞ্চনাৰ বলি হৈছিল সেইটো জনাৰ তথা ক্ষিপ্ৰ বিচাৰৰ আবেদন জনোৱাৰ বাবে মোৰ অধিকাৰ আছে।‘’

If I do not get response from PM on the need to re-review the review of Dr. Sudhir Gupta Special Committee findings on Sushant Singh Rajput’s autopsy, I have a right to file a PIL. Under Articles 19 and 21 I have right to know how SSR’s life was deprived and for speedy justice.

— Subramanian Swamy (@Swamy39) October 22, 2020

আনহাতে, সুশান্তৰ পৰিয়ালৰ অধিবক্তা বিকাশ সিঙেও চিবিআইক সেই ৰিপ’ৰ্টৰ সম্পৰ্কত বিচাৰ কৰাৰ আবেদন জনাইছে।

সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি সুশান্তৰ মৃত্যুৰ তদন্তত চিবিআইয়ে শেষ পৰ্যায়ত উপনীত হৈছে।

ইপিনে, বৃহস্পতিবাৰে সুশান্তৰ প্ৰসংগত মুখ খুলিছে অভিনেতা হৃতিক ৰোছনৰ মাতৃ পিংকি ৰোছনে।

নিজৰ ইনষ্টাগ্ৰাম প্ৰফাইলত সুশান্তৰ ছবি শ্বেয়াৰ কৰি পিংকি ৰোছনে লিখিছে, ‘’সকলোৱে সত্য জানিব বিচাৰে, কিন্তু কোনোৱে সত্যটো ক’ব নিবিচাৰে।‘’

পিংকি ৰোছনৰ এই প’ষ্টত কাক ইংগিত কৰা হৈছে সেয়া অস্পষ্ট যদিও ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্নজনে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm
বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

June 15, 2026 8:18 pm
আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

আকৌ পাঠ্যপুথি বিতৰ্ক : এনচিইআৰটিৰ নৱম শ্ৰেণীৰ কিতাপত সলনি কৰা হ’ল ‘ডান্সিং গাৰ্ল’ৰ ছবি

June 15, 2026 7:40 pm
জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

জুই লগাৰ ভুৱা আতংকই কাঢ়িলে প্ৰাণ! মৰেনাত চলন্ত ৰে’লৰ পৰা জপিয়াই প্ৰাণ হেৰুৱালে চাৰিগৰাকী যাত্ৰীয়ে

June 15, 2026 6:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm
বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

বিশ্বকাপৰ মাজতেই বৃহৎ চমক! চেলচি এৰি ৰিয়েল মাদ্ৰিদত যোগদান স্পেনিছ ডিফেণ্ডাৰ মাৰ্ক কুকোৰেয়াৰ

June 15, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd