• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বন্ধুৰ সৈতে এনে ব্যৱহাৰ কৰিব নাপায়, ট্ৰাম্পক কিয় এই পৰামৰ্শ দিলে বিডেনে?

এন ই নাও নিউজ by এন ই নাও নিউজ
October 25, 2020 2:23 pm
a biden
257
VIEWS
Share on FacebookShare on Twitter

বন্ধুৰ সৈতে সদায় ভাল ব্যৱহাৰ কৰিব লাগে।

তেতিয়াহে বন্ধুত্ব টিকি থাকিব। মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক উদ্দেশ্যি এই মন্তব্য কৰিলে ডেমক্ৰেটিক দলৰ ৰাৈষ্ট্ৰপত পদৰ প্ৰাৰ্থী জো বিডেনে।

শেহতীয়াকৈ ভাৰতৰ বতাহ অতি লেতেৰা বুলি ট্ৰাম্পে কৰা মন্তব্য সন্ধৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিডেনে এনেদৰে কয়।বিডেনে লগতে কয় যে আমেৰিকাত থকা প্ৰায় ২০ লাখ ভাৰতীয় মূলৰ লোকক সুৰক্ষা দিয়াত ট্ৰাম্প ব্যৰ্থ হৈছে।

সেয়ে ভাৰতীয় মূলৰ লোকসকলৰ আস্থা হেৰুৱাইছে ট্ৰাম্পে।

উল্লেখ্য ভাৰতৰ বতাহ বৰ লেতেৰা। চীন আৰু ৰাছিয়াৰ বতাহো লেতেৰা বুলি মন্তব্য কৰিছিল ট্ৰাম্পে।

জলবায়ু পৰিৱৰ্তনৰ প্ৰসংগত মন্তব্য কৰিবলৈ গৈ ট্ৰাম্পে এনেদৰে কৈছিল।

ট্ৰাম্পে কয় যে জলবায়ু পৰিৱৰ্তনৰ বিষয়ত আমেৰিকা সজাগ যদিও পেৰিছ চুক্তিৰ পৰা আমেৰিকা ওলাই আহিছে কেতবোৰ বিশেষ কাৰণত।

পেৰিছ জলবায়ু চুক্তিত আমেৰিকাই বিশেষ কোনো গুৰুত্ব পোৱা নাছিল বুলি ট্ৰাম্পে মন্তব্য কৰে।

পেৰিছ চুক্তিৰ পৰা ওলাই অহাৰ বাবেই আমেৰিকাত লাখ লাখ লোকৰ চাকৰি বচাব পৰাৰ লগতে কেইবা ত্ৰিলিয়ন মাৰ্কিন ডলাৰ ৰাহি কৰিব পৰা গৈছে বুলি ট্ৰাম্পে প্ৰকাশ কৰে।

যিটো সময়ত আমেৰিকাৰ বিদেশ সচিব মাইক পম্পিঅ ভাৰতলৈ আহিছে সেই সময়তে মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰতৰ বতাহ অতি লেতেৰা বুলি কৰা মন্তব্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ভাৰতৰ তুলনাত আমেৰিকাৰ দৰে উন্নত দেশ সমূহত প্ৰদূষণৰ মাত্ৰা অতি বেছি যদিও উন্নত দেশ সমূহে কাৰ্বনৰ নিঃসৰণ বন্ধ কৰাৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।

 

Recent News

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

তপা মূৰৰ সমাধান : জানো আহক ঘৰতে চুলি গজাব পৰা কেইটামান আয়ুৰ্বেদিক পদ্ধতি

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

কর্পৰেট লুণ্ঠনৰ স্বার্থত সাম্প্রদায়িক ৰহন সানি অসম চৰকাৰে আৰম্ভ কৰা অমানৱীয় উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰস্তাৱ চিপিআই(এম)ৰ

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ ৰো অধিক যুৱক-যুৱতীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

স্বাধীনতা দিৱসৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনত উদ্ধাৰ মৰাণাস্ত্ৰ : এজনক গ্ৰেপ্তাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd