• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘নিজে বিক্ৰী যোৱা হিমন্তই অজিত ভূঞাক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই’ : জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি

‘বদনে ‘মান আনি যিমান কৰা নাছিল হিমন্তই তাতকৈ বহুগুণে বেছি কৰিছে’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 26, 2020 8:24 pm
Ajit VS Himanta
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি দক্ষ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা কটাক্ষ কৰি তেওঁ  AIUDFৰ ওচৰত নিৰ্লজ্জ আত্মসমৰ্পণ কৰি বিবেক, জ্ঞান বিক্ৰী কৰিলে বুলি মন্তব্য প্ৰকাশ কৰিছিল।

ইয়াৰ পাছতেই হিমন্তক উভটি ধৰিছে পিএলপিৰ আদৰ্শৰে পৰিচালিত জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই।

এক বিজ্ঞপ্তিৰ জৰিয়তে বৈশ্যই কয় ‘নিজে বিক্ৰী যোৱা হিমন্ত বিশ্বই অজিত ভূঞাক সমালোচনা কৰাৰ অধিকাৰ নাই। অজিত ভূঞাই অসমীয়া জাতিৰ প্ৰতি কৰা ত্যাগ অসমীয়াই মনত ৰাখিব। তাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাই নিজৰ ক্ষমতা প্ৰাপ্তিৰ বাবে গুজৰাটীসকলক অসমলৈ আনি অসমীয়া জাতিৰ ওপৰত যি অত্যাচাৰ চলালে সেই কথা অসমীয়াই সদায় মনত ৰাখিব।’

ইপিনে, বদনে মান আনি অসমৰ যিমান ক্ষতি কৰিছিল হিমন্তই তাতকৈ বহুগুণে বেছি অসমৰ ক্ষতি কৰিছে বুলি মন্তব্য কৰি বৈশ্যই লগতে কয় ‘গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বৈ যায় বুলি ডিঙিৰ শিৰ ফুলাই মন্তব্য কৰা হিমন্তই নিজে কিমান টকাত বিক্ৰী গৈ মোদী প্ৰমুখ্যে গুজৰাটীসকলৰ ওচৰত আঁঠু লৈছিল সেই কথা আগতে জনাওঁক।’

‘আমি জনাত তেখেতৰ দৰে কম সময়ৰ ভিতৰত বিক্ৰী যোৱা লোক বহুত কম আছে। তেওঁ এবাৰ নহয়, বহুবাৰ আনৰ ওচৰত বেচি থৈছে। অজিত ভূঞাই নিজৰ স্বাৰ্থত ৰাজনীতিলৈ অহা নাই। ‘বদন’ আৰু ‘মান’ৰ ৰূপত অৱতীৰ্ণ হোৱা হিমন্ত আৰু বিজেপিৰ পৰা অসমীয়া জাতি উদ্ধাৰৰহে প্ৰচেষ্টাতহে ব্ৰতী হৈছে।’ বৈশ্যই এইদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

September 10, 2025 3:23 pm
‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

September 10, 2025 2:43 pm
বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

বাৰ ডান্সাৰৰ ব্লাউজৰ ভিতৰত টকা ভৰাবলৈ চেষ্টা! বিজেপি শাসিত মধ্যপ্ৰদেশত নিলম্বিত দুই আৰক্ষী বিষয়া

September 10, 2025 2:08 pm
ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ : ধেমাজী জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা

ছোৱাইন ফ্লুৰ প্ৰাদুৰ্ভাৱ : ধেমাজী জিলাত গাহৰি মাংস বিক্ৰীত নিষেধাজ্ঞা

September 10, 2025 1:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

নেপালত থকা ভাৰতীয়সকলৰ বাবে ভ্ৰমণৰ পৰামৰ্শ জাৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ

September 10, 2025 3:23 pm
‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

‘অপাৰেশ্যন সিন্দুৰ’ৰ সময়ত ভাৰতীয় চিম কাৰ্ড যোগান ধৰিছিল পাকিস্তানী এজেণ্টে! দিল্লীত গ্ৰেপ্তাৰ নেপালী যুৱক

September 10, 2025 2:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd