• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘নিজে বিক্ৰী যোৱা হিমন্তই অজিত ভূঞাক সমালোচনা কৰাৰ নৈতিক অধিকাৰ নাই’ : জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতি

‘বদনে ‘মান আনি যিমান কৰা নাছিল হিমন্তই তাতকৈ বহুগুণে বেছি কৰিছে’

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 26, 2020 8:24 pm
Ajit VS Himanta
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি দক্ষ মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা কটাক্ষ কৰি তেওঁ  AIUDFৰ ওচৰত নিৰ্লজ্জ আত্মসমৰ্পণ কৰি বিবেক, জ্ঞান বিক্ৰী কৰিলে বুলি মন্তব্য প্ৰকাশ কৰিছিল।

ইয়াৰ পাছতেই হিমন্তক উভটি ধৰিছে পিএলপিৰ আদৰ্শৰে পৰিচালিত জাতীয়তাবাদ পুনৰ নিৰ্মাণ সমিতিৰ সাধাৰণ সম্পাদক ৰাজকুমাৰ বৈশ্যই।

Apply Now

এক বিজ্ঞপ্তিৰ জৰিয়তে বৈশ্যই কয় ‘নিজে বিক্ৰী যোৱা হিমন্ত বিশ্বই অজিত ভূঞাক সমালোচনা কৰাৰ অধিকাৰ নাই। অজিত ভূঞাই অসমীয়া জাতিৰ প্ৰতি কৰা ত্যাগ অসমীয়াই মনত ৰাখিব। তাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাই নিজৰ ক্ষমতা প্ৰাপ্তিৰ বাবে গুজৰাটীসকলক অসমলৈ আনি অসমীয়া জাতিৰ ওপৰত যি অত্যাচাৰ চলালে সেই কথা অসমীয়াই সদায় মনত ৰাখিব।’

ইপিনে, বদনে মান আনি অসমৰ যিমান ক্ষতি কৰিছিল হিমন্তই তাতকৈ বহুগুণে বেছি অসমৰ ক্ষতি কৰিছে বুলি মন্তব্য কৰি বৈশ্যই লগতে কয় ‘গুজৰাটৰ পানীৰ পাইপেৰে মুছলমানৰ তেজ বৈ যায় বুলি ডিঙিৰ শিৰ ফুলাই মন্তব্য কৰা হিমন্তই নিজে কিমান টকাত বিক্ৰী গৈ মোদী প্ৰমুখ্যে গুজৰাটীসকলৰ ওচৰত আঁঠু লৈছিল সেই কথা আগতে জনাওঁক।’

‘আমি জনাত তেখেতৰ দৰে কম সময়ৰ ভিতৰত বিক্ৰী যোৱা লোক বহুত কম আছে। তেওঁ এবাৰ নহয়, বহুবাৰ আনৰ ওচৰত বেচি থৈছে। অজিত ভূঞাই নিজৰ স্বাৰ্থত ৰাজনীতিলৈ অহা নাই। ‘বদন’ আৰু ‘মান’ৰ ৰূপত অৱতীৰ্ণ হোৱা হিমন্ত আৰু বিজেপিৰ পৰা অসমীয়া জাতি উদ্ধাৰৰহে প্ৰচেষ্টাতহে ব্ৰতী হৈছে।’ বৈশ্যই এইদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

মমতাৰ সভালৈ যোৱাৰ পথত আক্ৰমণৰ সন্মুখীন তৃণমূল নেতা কুণাল ঘোষ : গাড়ীলৈ দলিয়ালে কণী আৰু ইটা

September 26, 2026 7:10 pm
পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

পাৰিবাৰিক বিবাদৰ মধ্যস্থতাই নিৰ্যাতিতা মহিলাক অধিক বিপদত পেলাব পাৰে : গুৱাহাটীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নাগাৰত্নাৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 26, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

নামচাং চাহ বাগিচাত বন্যহস্তীৰ উপদ্ৰৱ : হাতীৰ আক্ৰমণত মৃত্যুক সাবটি ল’লে পিতৃ আৰু সাতবছৰীয়া জীয়ৰীয়ে

September 26, 2026 9:20 pm
মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰক শীঘ্ৰে বৰ্খাস্ত কৰাৰ দাবীৰে সৰৱ অসম নাগৰিক সন্মিলন

September 26, 2026 8:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd