• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘৩০+ আসন লৈ গণ সুৰক্ষা কমিটিয়ে বিটিচিত চৰকাৰ গঠন কৰিম’ : সাংসদ নৱ শৰণীয়া

‘প্ৰমোদ বড়ো কোনোপধ্যেই জয়ী হ’ব নোৱাৰে, স্বতন্ত্ৰ নিৰ্বাচন আয়োগ চৰকাৰৰ মতেহে পৰিচালিত হৈছে’ সাংসদ শৰণীয়া

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 28, 2020 5:34 pm
47fc32aa-27cb-4fa0-9f88-e88a6ff833df
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বিটিচিত বিজেপিয়ে ২খন আসন লৈ দেখাওক। বিজেপি-BPFৰ ভিতৰুৱা বুজা-বুজি চলি আছে। ৩০+ আসন লৈ বিটিচিত চৰকাৰ গঠন কৰিম।’ বুধবাৰে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰি এই দাবী কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই।

ইপিনে, আগন্তুক বিটিচি নিৰ্বাচনত প্ৰমোদ বড়ো জয়ী হোৱাৰ কোনো সম্ভাৱনা নাই বুলিও সংবাদমেলত শৰণীয়াই দাবী কৰে।

Apply Now

তদুপৰি সময়মতে ৰাজ্য চৰকাৰ আৰু নিৰ্বাচন আয়োগে বিটিচিত নিৰ্বাচন অনুষ্ঠিত কৰিবৰ নোৱাৰাৰ বাবে ধিক্কাৰ জনাই শৰণীয়াই লগতে অভিযোগ কৰি কয় ‘স্বতন্ত্ৰ নিৰ্বাচন আয়োগ চৰকাৰৰ মতেহে পৰিচালিত হৈছে। গণ সুৰক্ষা পাৰ্টি পূৰ্ণ পৰ্যায়ত যুঁজ দিবলৈ এতিয়া সাজু হৈ আছে। শেহতীয়াভাৱে জাতীয় দল-সংগঠনক চলে বলে হাত কৰাৰ চেষ্টা চলি আছে।’

‘বিটিচিবাসী ৰাইজৰ জয় সুনিশ্চিত, কোনেও এয়া সলনি কৰিব নোৱাৰে। গাঁৱলৈ বিভিন্ন ৰাজনৈতিক দলৰ নেতাক মাতি জনসাধাৰণৰ সন্মুখত জবাবদিহি কৰিম, সকলো উত্তৰ দিব লাগিব। নৱেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা এনে বহু কাম-কাজ আৰম্ভ হ’ব।’ শৰণীয়াই লগতে কয়।

ইপিনে, বিটিচিত বড়ো ভাষা মুখ্য ভাষা হিচাপে স্বীকৃতি দিয়াক কেন্দ্ৰ কৰি ক্ষোভ প্ৰকাশ কৰি শৰণীয়াই কয় ‘বিটিচিত ৮১% মানুহে অসমীয়াতে লিখা পঢ়া কৰিছিল। আমাৰ চৰম দুৰ্ভাগ্য যে ৰাজ্য চৰকাৰে বিটিচিত বড়ো মুখ্য ভাষা কৰিলে।’

উক্ত সংবাদমেলৰ জৰিয়তে শৰণীয়াই ৰাজ্য চৰকাৰক এই সিদ্ধান্ত বাতিল কৰিবলৈ আহ্বান জনাই লগতে কয় ‘অন্যথা সমগ্ৰ অসমলৈ এই দাবী লৈ যাম। বড়ো মুখ্য ভাষা হৈ থাকক আপত্তি নাই, কিন্তু অসমীয়া ভাষা সহযোগী ভাষা হ’ব নোৱাৰে। বড়ো-অবড়ো কৰি চৰকাৰে অসমীয়া ভাষাটোক চাৰি নম্বৰলৈ লৈ গ’ল।’

‘ধৰ্মৰ নামত ৰাজনীতি কৰি বিটিচিত নিৰ্বাচন জিকিব নোৱাৰে বিজেপিয়ে। যিমান পাৰে সোনকালে বিটিচিৰ নিৰ্বাচন অনুষ্ঠিত কৰক।’ বিজেপিক কটাক্ষ কৰি সংবাদমেলত শৰণীয়াই এইদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

বিধায়ক আৰু পঞ্চায়তৰ প্ৰতিশ্ৰুতি সাৰ, নাফুক আদৰ্শ গাঁৱৰ বিধ্বস্ত পথে কন্দুৱাইছে ৰাইজক

June 19, 2026 9:44 pm
তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

তৃণমূলত বৃহৎ ভাঙন! ২০ গৰাকী বিদ্ৰোহী সাংসদৰ পদ খাৰিজৰ দাবীৰে অধ্যক্ষ ওম বিৰলাক সাক্ষাৎ অভিষেক বেনাৰ্জীৰ

June 19, 2026 8:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

“শ্যামাপ্ৰসাদ নথকা হ’লে পশ্চিমবংগৰ কোনো অস্তিত্বই নাথাকিলহেঁতেন”, মন্ত্ৰী জগন্নাথ চট্টোপাধ্যায়

June 19, 2026 10:28 pm
ৰক্ষাকৱচ প্ৰত্যাহাৰ কৰিলে মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে, যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে অভিষেক বেনাৰ্জী

গ্ৰেপ্তাৰৰ পৰা পৰিত্ৰাণ পাবলৈ এইবাৰ ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ কাষ চাপিল অভিষেক, কি ক’লে আদালতে?

June 19, 2026 10:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd