• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বতৰৰ আগজাননী; ২১ত কংগ্ৰেছৰ নেতৃত্বত হ’ব মহাজোঁটৰ চৰকাৰ : ৰকিবুল হুছেইন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 28, 2020 7:13 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘এয়া বতৰৰ আগজাননী, ২১ ত কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ’ব।‘ দিছপুৰত সংবাদ মাধ্যমৰ আগত এই দাবী কৰিছে বিৰোধী উপ দলপতি তথা প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ৰকিবুল হুছেইনে।

ইপিনে, হুছেইনৰ মতে এইবাৰ কংগ্ৰেছৰ মহাজোঁটে উজনিত বেছিকৈ আসন লাভ কৰিব।

Apply Now

‘গুৱাহাটীত বহি যিটো দেখি আছো সেইটো নহয়। এইবাৰ কংগ্ৰেছৰ মহাজোঁটে সকলোতকৈ বেছি আসন উজনি অসমত লাভ কৰিব। জনজাতিকৰণ নিদিয়া, ‘কা’, চাহ শ্ৰমিকক মজুৰি নিদিয়া ইত্যাদি ক্ষোভ মানুহৰ মনত আছে। সেই ক্ষোভেই ভোটলৈ ৰূপান্তৰিত হ’ব।‘ হুছেইনে দাবী কৰি এইদৰে কয়।

অৱশ্যে, এআইয়ুডিএফৰ লগত বৰ্তমানলৈকে আনুষ্ঠানিক আলোচনা হোৱা নাই বুলি সদৰী কৰি হুছেইনে লগতে মহাজোঁট হ’ব বুলি দাবী কৰে।

ইপিনে, চৰ্চিত ‘মিঞা সংগ্ৰহালয়’ সন্দৰ্ভতো মুখ খুলি ৰকিবুলে ব্যক্তিগতভাৱে এই প্ৰসংগ সমৰ্থন নকৰে বুলি কয়।

‘ব্যক্তিগত মতামত এই সময়ত মিঞা মিউজিয়ামৰ প্ৰসংগ আহিব নালাগিছিল। এয়া বতৰৰ আগজাননী, কংগ্ৰেছৰ নেতৃত্বত মহাজোঁটৰ চৰকাৰ হ’ব।‘

ইপিনে, মিঞা সংগ্ৰালয় প্ৰসংগতে হিমন্ত বিশ্ব শৰ্মাৰ নাম নোলোৱাকৈ ৰকিবুলে কটাক্ষ কৰি কয় ‘আমাৰ এজনে বিচাৰি আছে এনেধৰণৰ কথা-বতৰাবোৰ আলোচনা হওঁক আৰু পৰিৱেশটো আৰু প্ৰদূষিত হওঁক।‘

‘তেওঁৰ এই কথাবোৰত উজনিৰ মানুহ বিক্ৰী হোৱা নাই। তিনি গগৈক গালি পাৰি যে এটা সম্প্ৰদায়ক অপমান কৰিলে সেই কথা জনসাধাৰণে বুজি পাইছে। সেয়েহে সেই জনসাধাৰণৰ ক্ষোভ আছে। তেওঁ মেৰামতি কৰিবলৈ শিৱসাগৰলৈ গ’ল কিন্তু মেৰামতি নহ’ল।‘ ৰকিবুলে এইদৰে কয়।

ইপিনে, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত সভ্যতাৰ যুঁজ প্ৰসংগই শোভা নাপায় বুলি সদৰী কৰে ৰকিবুলে।

‘তেওঁ সভ্যতাৰ কথা কয়। কিন্তু এজন জনজাতীয় শিক্ষকক দিন দুপৰতে মদ খাই বুলি ৰাজহুৱাকৈ ইতিকিং কৰা শিক্ষামন্ত্ৰীৰ মুখত সভ্যতাৰ কথা শোভা নাপায়। এইবোৰ সভ্যতাৰ চিন নেকি?’ হিমন্তক কটাক্ষ কৰি ৰকিবুলে এইদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

September 27, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am
‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

‘বিজেপিৰ প্ৰাৰ্থী হওক, মন্ত্ৰিত্ব পাব,’ কাক প্ৰস্তাৱ দিছিল জ্ঞানেশ কুমাৰে? বিতৰ্কৰ মাজতে চাঞ্চল্যকৰ খবৰ!

September 27, 2026 8:52 am
মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

মতানৈক্য নাই! বুজাবলৈ এলানি ব্যাখ্যা আয়োগৰ; বিৰোধীৰ হেঁচাত নতুন পদক্ষেপো

September 27, 2026 8:19 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

ঘূৰ্ণীবতাহ অৰ্ণবৰ তাণ্ডৱ! ক্ষতিগ্ৰস্ত ১৪ খন ৰাজ্য, উত্তৰ প্ৰদেশত ১৩জনৰ মৃত্যু; শস্যৰ বিপুল ক্ষতি

September 27, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 27, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd