• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিগবৈত জনতাৰ প্ৰতিবাদত পিছ হুঁহকি আহিল উচ্ছেদৰ বাবে যোৱা ৰেইল আৰক্ষী

লক্ষ্মণ শৰ্মা by লক্ষ্মণ শৰ্মা
March 10, 2018 9:27 pm
National-Highway-blockade-570x320
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ অধীনৰ ডিগবৈৰ বগাপানী অঞ্চলত আজি ৰেইল বিভাগৰ মাটিত থকা অবৈধ বসতি উচ্ছেদৰ বাবে যোৱা ৰেইল আৰক্ষী প্ৰবল প্ৰতিবাদৰ সন্মুখীন হ’ব লগীয়া হয়, যাৰ ফলত উচ্ছেদ নকৰাকৈ ঘূৰি আহিব লগীয়া হয় বাহিনীটো।

জানিব পৰামতে অঞ্চলটোৰ মাজেৰে যোৱা ৰাষ্ট্ৰীয় পথ-৩৮ ৰ দাঁতিত দীৰ্ঘদিন বাস কৰি অহা থলুৱা লোকসকলক আজি হঠাতে ৰেইলৱেই কৰ্তৃপক্ষই উচ্ছেদ কৰিবলৈ বাহিনী প্ৰেৰণ কৰিছিল। কিন্তু ইমান দিনৰ পৰা বহি থকা মানুহখিনিৰ অৱস্থাৰ প্ৰতি নিস্পৃহতা প্ৰদৰ্শন কৰি এই কাৰ্য্য কৰিবলৈ যোৱাত মুঠ ২১টা সংগঠন তেওঁলোকৰ পক্ষত থিয় দিয়ে।

Apply Now

এই সংগঠনকেইটাৰ সমৰ্থনত স্থানীয় লোকসকলে ৰেইলকৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে সোণোৱাল চৰকাৰৰ বিৰুদ্ধে শ্ল’গান দি আৰু কেইবা ঘণ্টা পথ অৱৰোধ কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে অভিযোগ কৰে যে ৰেইলৱেই তেওঁলোকক কোনো আগতীয়া জাননী নিদিয়াকৈ উচ্ছেদ কৰিবলৈ আহিছে।

প্ৰতিবাদকাৰীসকলক সমৰ্থন দিয়া সংগঠনকেইটাৰ প্ৰতিনিধিসকলে কয় যে ৰেইল বিভাগে তিনিচুকীয়া জিলা প্ৰশাসনে এই সময়খিনিত উচ্ছেদ নচলাবৰ বাবে লিখি তিনিচুকীয়া ৰেইল সংমণ্ডললৈ প্ৰেৰণ কৰা পত্ৰক অৱমাননা কৰিছে।

উল্লেখযোগ্য যে যোৱা ৯ মাৰ্চত তিনিচুকীয়া জিলা দণ্ডাধীশে তিনিচুকীয়া ৰেইল সংমণ্ডললৈ এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰিছিল, য’ত এই উচ্ছেদ চলোৱা প্ৰয়োজনীয় যদিও আইন-শৃংখলাজনিত পৰিস্থিতিৰ বাবে আৰু এন আৰ চিৰ কাম চলি থকা বাবে এই সময়ত উচ্ছেদ চলাব নালাগে বুলি উল্লেখ আছিল।

আনহাতে প্ৰতিবাদকাৰীসকলে জনোৱামতে, তেওঁলোকে উত্তৰ-পূব ৰেইলৱেইৰ মালিগাওঁস্থিত মুখ্য কাৰ্য্যালায়ৰ সৈতে যোগাযোগ কৰাত ডিগবৈ অঞ্চলত চৰকাৰীভাৱে কোনো উচ্ছেদ অভিযান চলোৱা হোৱা নাই বুলি অৱগত হয়।

প্ৰতিবাদত অংশগ্ৰহণ কৰা সংগঠনকেইটাৰ প্ৰতিনিধিবৰ্গই এই বিষয়টোত কেন্দ্ৰীয় ৰেইল দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰাজেন গোহাঁইক হস্তক্ষেপ কৰি সমাধান কৰিবলৈ আহ্বান জনাইছে। অন্যথা তেওঁলোকে ন্যায় বিচাৰি দিচপুৰলৈ যাত্ৰা কৰিব বুলি কয়।

মন কৰিব লগীয়া যে আজিৰ ৰাইজ আৰু ২১টাকৈ সংগঠনৰ এই তীব্ৰ প্ৰতিবাদ দেখি তথা জিলা প্ৰশাসনৰ পত্ৰখনে তেওঁলোকক সমৰ্থন দিয়াৰ কথা জানি ৰেইলৱে’ৰ বিষয়াকে ধৰি উচ্ছেদৰ বাবে যোৱা বাহিনীটো উভতি আহে।

তাৎপৰ্য্যপূৰ্ণভাৱে এজন ৰেইল বিভাগৰ বিষয়াই কয় যে বগাপানী অঞ্চলত ৰেইলবিভাগৰ ভালেমান মাটি বেদখলৰ কৱলত আছে। যিকোনো সময়তে ইয়াক মুক্ত কৰা হ’ব।

লক্ষ্মণ শৰ্মা

লক্ষ্মণ শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

June 30, 2026 8:48 am
শিশুৰ মনস্তত্ত্ব আৰু এক সুস্থ শৈশৱৰ অন্বেষণ

শিশুৰ মনস্তত্ত্ব আৰু এক সুস্থ শৈশৱৰ অন্বেষণ

June 30, 2026 8:03 am
অঘটন নঘটিল! জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিল

অঘটন নঘটিল! জাপানক ২-১ গ’লত পৰাস্ত কৰি বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰত ব্ৰাজিল

June 30, 2026 7:40 am
স্মৃতিশক্তি কমিছে নেকি? পানীৰ অভাৱেই হ’ব পাৰে মগজুৰ কৰ্মক্ষমতা হ্ৰাসৰ প্ৰধান কাৰণ

স্মৃতিশক্তি কমিছে নেকি? পানীৰ অভাৱেই হ’ব পাৰে মগজুৰ কৰ্মক্ষমতা হ্ৰাসৰ প্ৰধান কাৰণ

June 30, 2026 7:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

অঘটন ঘটিল! টাইব্ৰেকাৰত পৰাস্ত হৈ বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী; পৰৱৰ্তী ৰাউণ্ডলৈ পেৰাগুৱে

June 30, 2026 8:48 am
শিশুৰ মনস্তত্ত্ব আৰু এক সুস্থ শৈশৱৰ অন্বেষণ

শিশুৰ মনস্তত্ত্ব আৰু এক সুস্থ শৈশৱৰ অন্বেষণ

June 30, 2026 8:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd