• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰতিবাদৰ পিছত সলাই পেলোৱা হ’ল অক্ষয় কুমাৰৰ লক্ষ্মী বোম্ব ছবিৰ নাম, নতুন নাম কি দিলে জানো আহক

এন ই নাও নিউজ by এন ই নাও নিউজ
October 30, 2020 1:57 pm
akshay-kumar-1
891
VIEWS
Share on FacebookShare on Twitter

বলিউডৰ খিলাড়ী অক্ষয় কুমাৰৰ নতুন  হৰৰ ছবি ‘লক্ষ্মী বোম্ব’ ছবি খনে আৰম্ভনিৰে পৰাই সোমাই পৰিছে ইটোৰ পিছত সিটো বিতৰ্কৰ মাজত।

‘লক্ষ্মী বোম্ব’ (Laxmmi Bomb) ৰ ট্ৰেলাৰ মুক্তি দিয়াৰ পিছৰে পৰাই ছবি খনক বিতৰ্কই খেদি ফুৰিছে।

‘লক্ষ্মী বোম্ব’ ছবিত অক্ষয় কুমাৰে বিশেষ চৰিত্ৰ এটাত কৰা অভিনয়ে সকলোৰে মন চুই যাব পাৰিব বুলি ছবি খনৰ পৰিচালকে আশা প্ৰকাশ কৰিছিল যদিও সেই আশা যেন নিৰাশাত পৰিণত হ’বলৈ ওলাইছে।

ছবি খনত লাভ জিহাদৰ কথা প্ৰকঠ হৈ পৰা বুলি বহুতে অভিযোগ কৰিছে।

অক্ষয় কুমাৰে অভিনয় কৰা ছবি খনৰ প্ৰধান চৰিত্ৰ আছিফৰ প্ৰেম ছবিৰ অভিনেত্ৰী পূজাৰ সৈতে। হিন্দুত্ববাদীসকলে এই প্ৰেমক মানি ল’ব বিচৰা নাই।

Jahan kahi bhi hain, wahi ruk jaayyein aur taiyyaar ho jaayyein dekhne #LaxmmiBomb ka trailer, kyunki barasne aa rahi hai Laxmmi! #LaxmmiBombTrailer out now. #YeDiwaliLaxmmiBombWali! 💥

#FoxStarStudios #DisneyPlusHotstarMultiplex @advani_kiara @offl_Lawrence pic.twitter.com/oJM6YljkBX

— Akshay Kumar (@akshaykumar) October 9, 2020

একেদৰে শ্ৰী ৰাজপুত কুৰ্ণি সেনাই ছবি খনৰ জৰিয়তে দেৱী লক্ষ্মীক অপমান কৰা বুলি আদালতত গোচৰ তৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিততে ছবি খনৰ নাম লক্ষ্মী বোম্বৰ ঠাইত লক্ষ্মী কৰিছে প্ৰযোজকে।

নামটোৰ ইংৰাজী বানানো সলাই পেলোৱা হৈছে।

ছবি খনৰ বাবে নায়িকা হিচাবে নিৰ্বাচন কৰা হৈছে অভিনেত্ৰী কিয়াৰা আদৱানীক।

দৰাচলতে ‘লক্ষ্মী বোম্ব’ ছবি খন হৈছে দক্ষিণৰ তামিল ছবি ‘কাঞ্চনা’ৰ অফিচিয়েল ৰিমেক।

২০১১ চনতে মুক্তি পোৱা হৰৰ ছবি খনে দক্ষিণৰ ছবি জগতত আলোড়ণৰ সৃষ্টি কৰিছিল।

‘কাঞ্চনা’ত অভিলয় কৰিছিল দক্ষিণৰ জনপ্ৰিয় অভিনেতা ৰাঘৱ লৰেন্সে।

‘লক্ষ্মী বোম্ব’ ছবি খনৰ পৰিচালনাৰ দায়িত্বত আছে ‘কাঞ্চনা’ৰ পৰিচালক লৰেন্সেই।চলিত বছৰৰ মাৰ্চ মাহত ডুবাইৰ বুৰ্জ খলিফাত ছবি খনৰ বহু দৃশ্যৰ শ্বুটিং হৈ যায়।

Recent News

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

ভাৰত-পাকিস্তানৰ অশান্তজৰ্জৰ পৰিস্থিতিৰ মাজতে বৃদ্ধি পালে দেশৰ প্ৰতিৰক্ষা বাজেট

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

অপাৰেশ্যন সিন্দূৰ : দেশৰ বাবে প্ৰাণ দিয়া এই বীৰ জোৱান সকলক জানো আহক

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিবৰ কন্যাই স্বতন্ত্ৰ সংবাদ মাধ্যমত কাম কৰিব পাৰেনে? সংবিধানে কি কয়? সবিশেষ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd