• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অভয়াপুৰী আৰু আই বন সংমণ্ডলৰ বন বিভাগে জব্দ কৰিলে একাধিক অবৈধ কাঠ ফলা মিল

ইয়াছিন আলী by ইয়াছিন আলী
October 31, 2020 9:08 am
IMG_20201031_084953
242
VIEWS
Share on FacebookShare on Twitter

যিটো সময়ত বিশ্বই উশাহ নিশাহ লোৱাত যন্ত্ৰণাত ভুগিছে তেনে সময়ত একাংশ লোকে চলোৱা অবাধ বনধ্বংসই আৰু অধিক যন্ত্ৰণাকাতৰ কৰিছে বিশ্বক।

বিভিন্ন সময়ত বিভিন্ন প্ৰচাৰ মাধ্যমত বন ধ্বংসৰ খবৰ পাই আহিছে ৰাইজে।

বহু পৰিৱেশ প্ৰেমীয়ে আঙুলি তুলিবলৈ বাধ্য হৈছিল বন বিভাগৰ বিৰুদ্ধে। আগৰে পৰাই সষ্টম বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰু আই বন সংমণ্ডলৰ বিষয় ববীয়া সকল।

যাৰ বাবে আজি পুৱতি নিশা বঙাইগাঁও জিলা আই বনসংমণ্ডৰ অতিৰিক্ত বনবিষয়া শশীমোহন সিংহৰ নেতৃত্বত পুৱতি নিশা বনবিভাগে অভিযান চলাই নোৱাগাওঁ আৰু চাকলাৰ পৰা দুটা অবৈধ কাঠ মিল জব্দ কৰে ।

অভিযানস্থলীত দুটা ডিআই গাড়ী, কাঠ সৰবৰাহ কৰা আন এটা নম্বৰ প্লেটবিহীন তিনিচকীয়া গাড়ীৰ লগতে প্ৰায় তিনি লক্ষাধিক টকাৰ অবৈধ কাঠ জব্দ কৰে ।

পুৱতি নিশা বনবিভাগে অভিযান চলাই অবৈধ কাঠ মিল চলাই থকা অৱস্থাত মিল, কাঠ, গাড়ী আদি জব্দ কৰে যদিও কাকো কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই ।

জানিব পৰা মতে অবৈধ কাঠ মিলসহ কাঠখিনি মানিকপুৰ বনবিভাগৰ কাৰ্য্যালয়ত ৰাখিছে ।মাত্ৰ কেইদিনমান পূৰ্বে নোৱাগাওঁৰ পৰা আন এটা কাঠমিল জব্দ কৰিছিল অতিৰিক্ত বন বিষয়া, শশীমোহন সিংহৰ নেতৃত্বত ।

বন বিভাগৰ এনে অভিযানৰ বাবে প্ৰশংসা কৰিছে প্ৰকৃতিপ্ৰেমী সকলে।

Recent News

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

চাকৰিৰ পৰা বৰ্খাস্ত এ পি এছ চিৰ বিষয়াক পুনৰ মকৰলৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ, বান্ধি দিলে চৰ্ত

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

জ্বৰ হ’লে স্বাস্থ্যৰ যতন কিদৰে ল’ব লাগে জানো আহক

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

মন্ত্ৰী পত্নীক ৫০ লাখ টকাৰ ৰাজসাহায্য! কংগ্ৰেছৰ বিস্ফোৰক অভিযোগ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা! আৱধ-আছাম এক্সপ্ৰেছৰ খুন্দাত মৃত্যু ৰে’লৱে কৰ্মচাৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd