• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চেন্নাইৰ হাতত পৰাস্ত হৈ প্লে অফৰ দৌৰৰ পৰা বাহিৰ কিংছ ইলেভেন পঞ্জাৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 1, 2020 8:24 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি আবু ধাবিত অনুষ্ঠিত আই পি এলৰ এখন অন্যতম গুৰুত্বপূৰ্ণ মেচত চেন্নাই ছুপাৰ কিংছ দলে কিংছ ইলেভেন পঞ্জাৱ দলক ৯ উইকেটত পৰাস্ত কৰে।

এই পৰাজয়ৰ লগে লগে প্ৰতিযোগিতাৰ প্লে অফৰ দৌৰৰ পৰা বাহিৰ হ’ল কিংছ ইলেভেন পঞ্জাৱ।

Apply Now

পঞ্জাৱে প্ৰথমে বেট ধৰি ৬ উইকেটৰ বিনিময়ত ১৫৩ ৰান সংগ্ৰহ কৰি চেন্নাইক জয়ৰ বাবে ১৫৪ ৰানৰ লক্ষ্য বান্ধি দিছিল।

পঞ্জাৱৰ হৈ দীপক হুডাই ৩০টা বলত ৬২ ৰানৰ আক্ৰমণাত্মক ইনিংছ খেলে।

আনহাতে চেন্নাই দলে ১৮.৫ অভাৰত নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈ নিজৰ অন্তিমখন মেচ জয়ী হৈ চলিত আই পি এলৰ পৰা অভিযান সামৰে।

চেন্নাইৰ এই জয়ৰ আঁৰৰ নায়ক হৈছে যুৱ প্ৰতিভাৱান বেটছমেন ঋতুৰাজ গায়কোৱাড়। গায়কোৱাড়ে অপৰাজিতভাৱে ৬২ ৰানৰ ইনিংছ খেলি দলৰ বিজয়ত মুখ্য ভূমিকা পালন কৰে।

গায়কোৱাড়ৰ উপৰি ফাফ ডু প্লেছিছে ৪৮ আৰু অম্বাতি ৰায়ডুৱে ৩০ ৰানৰ বৰঙণি আগবঢ়ায়।

কিংছ ইলেভেন পঞ্জাৱৰ টুৰ্ণামেণ্টত এয়া অষ্টম পৰাজয়। পঞ্জাৱে ১৪খন মেচৰ পৰা ১২ পইণ্ট সংগ্ৰহ কৰে।

উল্লেখ্য যে চেন্নাই ছুপাৰ কিংছ দলৰ পিছত টুৰ্ণামেণ্টৰ পৰা বাহিৰ হোৱা কিংছ ইলেভেন পঞ্জাৱ হ’ল দ্বিতীয়টো দল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

June 26, 2026 5:04 pm
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

June 26, 2026 5:03 pm
চিবিএছইৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীসকললৈ সুখবৰ: দশম শ্ৰেণীলৈকে বিদেশী ভাষা পঢ়িব পাৰিব সপ্তমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে

চিবিএছইৰ অধীনত অধ্যয়নৰত শিক্ষাৰ্থীসকললৈ সুখবৰ: দশম শ্ৰেণীলৈকে বিদেশী ভাষা পঢ়িব পাৰিব সপ্তমৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে

June 26, 2026 4:44 pm
পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

পাক জঙ্গীৰ প্ৰেমত মগ্ন হৈ ধৰ্মান্তৰকৰণ! নেপালৰ জৰিয়তে পাকিস্তানলৈ পলোৱাৰ চেষ্টা, জয়পুৰত আটক যুৱতী

June 26, 2026 4:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন সাক্ষাৎ : জালিয়াতিৰ গোচৰ খাৰিজ হোৱাৰ আঁৰত কি ৰহস্য?

June 26, 2026 5:04 pm
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অনুষ্ঠানত আইপিএছ বিষয়াৰ ভাষণক লৈ বিতৰ্ক, তদন্তৰ দাবী কংগ্ৰেছৰ

June 26, 2026 5:03 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd