• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চেন্নাইৰ হাতত পৰাস্ত হৈ প্লে অফৰ দৌৰৰ পৰা বাহিৰ কিংছ ইলেভেন পঞ্জাৱ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 1, 2020 8:24 pm
8.5k
VIEWS
Share on FacebookShare on Twitter

আজি আবু ধাবিত অনুষ্ঠিত আই পি এলৰ এখন অন্যতম গুৰুত্বপূৰ্ণ মেচত চেন্নাই ছুপাৰ কিংছ দলে কিংছ ইলেভেন পঞ্জাৱ দলক ৯ উইকেটত পৰাস্ত কৰে।

এই পৰাজয়ৰ লগে লগে প্ৰতিযোগিতাৰ প্লে অফৰ দৌৰৰ পৰা বাহিৰ হ’ল কিংছ ইলেভেন পঞ্জাৱ।

পঞ্জাৱে প্ৰথমে বেট ধৰি ৬ উইকেটৰ বিনিময়ত ১৫৩ ৰান সংগ্ৰহ কৰি চেন্নাইক জয়ৰ বাবে ১৫৪ ৰানৰ লক্ষ্য বান্ধি দিছিল।

পঞ্জাৱৰ হৈ দীপক হুডাই ৩০টা বলত ৬২ ৰানৰ আক্ৰমণাত্মক ইনিংছ খেলে।

আনহাতে চেন্নাই দলে ১৮.৫ অভাৰত নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈ নিজৰ অন্তিমখন মেচ জয়ী হৈ চলিত আই পি এলৰ পৰা অভিযান সামৰে।

চেন্নাইৰ এই জয়ৰ আঁৰৰ নায়ক হৈছে যুৱ প্ৰতিভাৱান বেটছমেন ঋতুৰাজ গায়কোৱাড়। গায়কোৱাড়ে অপৰাজিতভাৱে ৬২ ৰানৰ ইনিংছ খেলি দলৰ বিজয়ত মুখ্য ভূমিকা পালন কৰে।

গায়কোৱাড়ৰ উপৰি ফাফ ডু প্লেছিছে ৪৮ আৰু অম্বাতি ৰায়ডুৱে ৩০ ৰানৰ বৰঙণি আগবঢ়ায়।

কিংছ ইলেভেন পঞ্জাৱৰ টুৰ্ণামেণ্টত এয়া অষ্টম পৰাজয়। পঞ্জাৱে ১৪খন মেচৰ পৰা ১২ পইণ্ট সংগ্ৰহ কৰে।

উল্লেখ্য যে চেন্নাই ছুপাৰ কিংছ দলৰ পিছত টুৰ্ণামেণ্টৰ পৰা বাহিৰ হোৱা কিংছ ইলেভেন পঞ্জাৱ হ’ল দ্বিতীয়টো দল।

Recent News

‘উদয়পুৰ ফাইলছ’ মুক্তিত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়েঃ কিয় বিতৰ্কৰ মাজত সোমাই পৰিছে চিনেমাখন?

‘উদয়পুৰ ফাইলছ’ মুক্তিত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়েঃ কিয় বিতৰ্কৰ মাজত সোমাই পৰিছে চিনেমাখন?

‘আধাৰ প্ৰাথমিক পৰিচয় পত্ৰ নহয়’- নাগৰিকত্ব সংশোধনী বিতৰ্ক সন্দৰ্ভত UIDAI-ৰ বিষয়াৰ মন্তব্য

‘আধাৰ প্ৰাথমিক পৰিচয় পত্ৰ নহয়’- নাগৰিকত্ব সংশোধনী বিতৰ্ক সন্দৰ্ভত UIDAI-ৰ বিষয়াৰ মন্তব্য

ৰাজস্থানত বায়ুসেনাৰ জাগুয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটসহ ২ জন নিহত

ৰাজস্থানত বায়ুসেনাৰ জাগুয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত, পাইলটসহ ২ জন নিহত

ঘৈণীয়েকক লাঠিৰে কোবাই ভতিজাকৰ সৈতে বিয়া পাতি দিলে পত্নীৰ! ভাইৰেল ভিডিঅ’

ঘৈণীয়েকক লাঠিৰে কোবাই ভতিজাকৰ সৈতে বিয়া পাতি দিলে পত্নীৰ! ভাইৰেল ভিডিঅ’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd